Category: Lyrics In Assamese

  • Mugdha Hiya Mur Lyrics By Zubeen Garg & Jonki

    “Mugdho Hiya Mur” from the album “Shishu” is a heartfelt Assamese song, beautifully sung by Zubeen Garg and Jonki Borthakur. This latest track carries a serene melody, enriched by Zubeen Garg’s musical composition. The song is a mesmerizing collaboration between Zubeen Garg and Jonki Borthakur, their voices blending seamlessly to convey deep emotions. Zubeen Garg,…

  • Bajaj Scooter (বাজাজ স্কুটাৰ) | Lyrics In Assamese | MAIJAAN Vol4 | RAKESH REEYAN

    Song: BAJAJ SCOOTER (বাজাজ স্কুটাৰ) Singer: RAKESH REEYAN Album: MAIJAAN Vol4 Bajaj Scooter (বাজাজ স্কুটাৰ)  Lyrics In Assamese :— Bajaj Scooter চলাই যাম মইনা ঐ তোৰে নো ঐ ঘৰলৈ Indicator জলাই যাম মইনা ঐ তইয়ে চিনি পাবলৈ চিকিমিকি গধূলিত একা-বেঁকা বাটেদি হঠাতে গৈ উলামগৈ তোৰেনো ঐ পদূলিত ঐ মনৰ কথা খুলি কম মইনা ঐ মইনা ঐ দিবিনে ঐ সহাঁৰি দিবিনে ঐ সহাঁৰি তই ৰাতি বাৰ বজাত এ মইনা মনে মনে উলামগৈ এ মইনা তোৰেনো ঐ কোঠালিত কাষতে বহি লৈ এ মইনা চুমা আঁকিম কঁপালত এ মইনা মৰমো দিম উজাৰি প্ৰেমৰে বোঁৱতি নৈ বুকুতে মোৰ বোৱালি সচাঁ মৰম ভালপোৱা জুখি চাব নোৱাৰি কিনো মোহে মোহিলি কিনো মোহে মোহিলি ঐ কিনো মোহে মোহিলি মইনা ঐ মইনা ঐ তোৰে প্ৰেমত পগলা তোৰে প্ৰেমত বলিয়া হলো ঐ তিনিআলিৰ মূৰতে এ মইনা থাকিম ৰৈ তোলৈকে এ মইনা আহিবি দেই অকলে ৰাকেশ ৰাকেশ বুলি এ মইনা জোকাব সমনীয়াই এ মইনা তোৰে আহি কাষলে তোল পৰা তোৰ হাঁহিটিত জিলিকে তোৰ গাল দুখনি খুপি খুপি খোজতে সৰি পৰে শেৱালি কিনো মোহে মোহিলি কিনো মোহে মোহিলি ঐ কিনো মোহে মোহিলি মইনা ঐ মইনা ঐ তোৰে প্ৰেমত পগলা তোৰে প্ৰেমত বলিয়া হলো চলাই যাম মইনা ঐ তোৰে নো ঐ ঘৰলৈ জলাই যাম মইনা ঐ তইয়ে চিনি পাবলৈ চিকিমিকি গধূলিত একা-বেঁকা বাটেদি…

  • Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese | Zubeen Garg

    Song: Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) Singer: Zubeen Garg Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese:– নাওঁ লৈ আনিম গৈ বোকাৰে পদুম ঐ সাঁতুৰি আনিম গৈ তোক তোৰে মৰমে সৰগি পৰশে সাহসী কৰিছে মোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. হলেহক বৰনৈ ভয় নাই ভয় নাই মোৰ দুবাহুত শিপাইছে মৰমে মৰমে তোৰ দুবাহু মেলি সাঁতুৰিলা আদুৰি বোকাঁপানী নেওঁচি কলহেৰে আনি ৰাখিম বুকুতে তোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. ঈকৰা বিৰিনাই দিব দলিছা পাৰি নৈৰে বোকাৰে লম ঠাই মচি জোনাকে জাচিব ফুল এপাহ জোনালী জোনাকে জাচিব ফুল এপাহ জোনালী মৰমে মৰমক পাব বিচাৰি মৰমে মৰমক পাব বিচাৰি হেপাহৰ নপলাই ভুক ৰৈয়া…

  • Suma Diyana (চুমা দিয়ানা) By Neel Akash | Lyrics In Assamese

    Song Name: Suma Diyana (চুমা দিয়ানা) Singer Name: Neel Akash Music: Ujjwal Aarong Suma Diyana (চুমা দিয়ানা) By Neel Akash Lyrics In Assamese:– চুমা …….. চুমা …….. কপাহি কোমল হিয়া আজি যেন উৰনিয়া বিচাৰি মৰমৰে এবুকু ৰঙা নীলা ওঠৰে পৰশ অকন তোমাৰে চুই চাই লবলে চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা আলসুৱা সপোনৰ পাৰে পাৰে পাখি মেলা আবেগে আকলোৱা হিয়াকে মনে মনে  কিয় আহি জগালে বজামে কি কোৱানা  এই মনকে সজালো ঘৰ চোৱানা মোৰ বুকুতে কাষলে আহি  ৰোৱানা এবাৰলে এ… আ… হা… হা… চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা…