Category: Bhupen Hazarika
-
Gupute Gupute Bhupen Hazarika Lyrics | গুপুতে গুপুতে | Assamese | Bhupen Hazarika
Song: Gupute Gupute (গুপুতে গুপুতে) Singer: Bhupen Hazarika Gupute Gupute Lyrics Gupute Gupute Bhupen Hazarika Lyrics:—- গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা, চতিয়াওঁ আহা আকাশে-বতাহে দুয়োৰে ৰঙৰে মেলা, গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা…. সমাজ আৰু সংস্কাৰক দেখুৱাওঁ আহা প্ৰিয়া, লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰে হিয়া, যৌৱনত জানো পাপ থাকে প্ৰকাশ জানো বন্ধ থাকে…
-
Buku Ham Ham Kare | বুকু হম হম কৰে | Lyrics In Assamese | Bhupen Hazarika
Song: Buku Ham Ham Kare (বুকু হম হম কৰে) Singer: Bhupen Hazarika Buku Ham Ham Kare Buku Ham Ham Kare Lyrics In Assamese:—– বুকু হম হম কৰে মোৰ আই কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কিমতে তৰো আই তোৰে হৈ মই মৰো, বুকু হম হম কৰে মোৰ আই… দেশৰে চন্দ্ৰমা… কাল এন্ধাৰে আৱৰে, অগনি কালিকা… দেহৰ…
-
Meghe Gir Gir Lyrics | মেঘে গিৰ্ গিৰ্ | Bhupen Hazarika
Song: Meghe Gir Gir (মেঘে গিৰ্ গিৰ্) Singer: Bhupen Hazarika Meghe Gir Gir Lyrics Meghe Gir Gir Lyrics:—- মেঘে গিৰ্ গিৰ্ কৰে আহা হিৰ্ হিৰ্ মেঘে কৰে, মেঘে গিৰ্ গিৰ্ কৰে আহা হিৰ্ হিৰ্ মেঘে কৰে, মেঘে গিৰ্ গিৰ্ কৰে আহা হিৰ্ হিৰ্ মেঘে কৰে, বা লাগি আগলতী কলাপাত লৰে এজাক যেন বৰষুণ আহো আহো কৰে, মেঘে…
-
Moi Eti Jajabor Jyrics In Assamese | মই এটি যাযাবৰ | Bhupen Hazarika
Song: Moi Eti Jajabor (মই এটি যাযাবৰ) Singer: Bhupen Hazarika Bhupen Hazarika Moi Eti Jajabor Jyrics In Assamese:— মই এটি যাযাবৰ মই এটি যাযাবৰ, ধৰাৰ দিহিঙে-দিপাঙে লৱৰো নিবিছাৰি নিজা ঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ…. মই লুইতৰ পৰা মিছিছিপি হৈ ভল্গাৰে ৰূপ চালো, অতোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ল’লো, মই ইলোৰাৰ পৰা পুৰণি ৰহণ চিকাগোলে…
-
Ami Asomiya Nohou Dukhiya Lyrics In Assamese | আমি অসমীয়া নহওঁ দুখীয়া | Bhupen Hazarika
Song: Ami Asomiya Nohou Dukhiya (আমি অসমীয়া নহওঁ দুখীয়া) Singer: Bhupen Hazarika Bhupen Hazarikia Ami Asomiya Nohou Dukhiya Lyrics In Assamese:— আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব…. নানা জাতি-উপজাতি ৰহনীয়া কৃষ্টি, আকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ, বিভেদ…
-
Mahabahu Brahmaputra Lyrics | মহাবাহু ব্ৰহ্মপুত্ৰ | Bhupen Hazarika
Song: Mahabahu Brahmaputra (মহাবাহু ব্ৰহ্মপুত্ৰ) Singer: Bhupen Hazarika Mahabahu Brahmaputra Lyrics Mahabahu Brahmaputra Lyrics:— স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ ব্রহ্মপুত্রৰ দুয়োপাৰলৈ নহয় জানো এই ব্রহ্মপুত্রৰ মহান ঐতিহ্যই বা কি মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কতযুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ…. মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কতযুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ…. মহাবাহু ব্ৰহ্মপুত্ৰ…. সুদূৰ কাণ্য ভোগজৰে পৰা বাৰভূঞাঁ…
-
Tritiya Srenir Jatri Lyrics | তৃতীয় শ্ৰেণীৰ যাত্ৰী | Bhupen Hazarika
Song: Tritiya Srenir Jatri (তৃতীয় শ্ৰেণীৰ যাত্ৰী) Singer: Bhupen Hazarika Tritiya Srenir Jatri Lyrics Tritiya Srenir Jatri Lyrics:– প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি, জীৱন ৰেলৰ ডবাত আমি জীৱন ৰেলৰ ডবাত আমি প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি…. মাজে মাজে মাজে ৰেলে চিঞঁৰে নোপোৱাৰ বেদনা জুই হৈ উৰে, আমাৰ এই জুইৰেই অগ্ৰগামী আমাৰ…
-
Koto Juwanor Mrityu Lyrics | কত জোৱানৰ মৃত্যু | Bhupen Hazarika
Song: Koto Juwanor Mrityu (কত জোৱানৰ মৃত্যু) Singer: Bhupen Hazarika Koto Juwanor Mrityu Lyrics Koto Juwanor Mrityu Lyrics:— কত জোৱানৰ মৃত্যু কাৰ জীৱন-যৌৱন গ’ল সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহ’লো মই কিয় কত জোৱানৰ মৃত্যু হ’ল…. হেনো হিমালয় ভাৰতৰ প্ৰহৰী তাহানী শুনিছিলো কাহিনী, পিছে মৃত জোৱান সবে চিঞঁৰিছে লাগে চিৰ জাগ্ৰত এটি বাহিনী,, আজি কামেং সীমান্ত দেখিলো…
-
Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) – Lyrics | Bhupen Hazarika
Song: Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) Singer: Bhupen Hazarika Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) – Lyrics:– আই তোক কিহেৰে পুজিমে আই তোৰ চৰণে দুখানি, আই অ কিহেৰে পুজিমে তোক আই অ জীৱন দি পুজিমে তোক…. আই তোৰ মৰমী কোলাতে আই মই জনমে লভিলো, আই তোৰ কিহেৰে শুজিমে ধাৰ আই অ জীৱন দি…
-
Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyrics | Bhupen Hazarika
Song: Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) Singer: Bhupen Hazarika Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyric:– ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে নেপুৰ বজাই ক’ত ক’ত, গিৰ্ গিৰ্ ডাৱৰেনো মাদল বজাই ক’ত এই অসম দেশত অসম দেশত…. হে মাইহাং বাতিত খোৱাৰ পানী যাচে কোনে ক’ত, কাৰ পদূলিৰ কেতেকীনো মলে মলাই ক’ত এই অসম দেশত অসম দেশত…………