Category: O Jume Jume Lyrics
-
O Jume Jume Lyrics By Bishnu Prasad Rabha
Song: O Jume Jume (অ’ জুমে জুমে) Singer: Bishnu Prasad Rabha O Jume Jume Lyrics O Jume Jume Lyrics:— অ’ জুমে জুমে আহ কেঁচা সোণ আহ বনুৱাৰ দল ন-পোহৰৰ জিলিক সানি যাওঁ আগুৱাই ব’ল । যুগমীয়া সাঁচতীয়া জা জাৱৰি মলি চিকুণাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধূলি নতুন সাজত নতুন ভাবত ন ধৰাত উজ্বলি আগুৱাই যাওঁ লগৰীয়া…