Category: Bishnu Prasad Rabha

  • Etupi Sokulu Lyrics By Bishnu Prasad Rabha

    Song: Etupi Sokulu (এটোপি চকুলো) Singer: Bishnu Prasad Rabha Etupi Sokulu Lyrics Etupi Sokulu Lyrics:— এটোপি চকুলো মোৰ যে কেৱল সেয়ে মোৰ তাজমহল প্ৰণয়ৰে ভৰা, বেদনাৰে গঁথা শান্‌ত চিৰ উজ্বল বিৰহ নৈৰ পাৰতে প্ৰেম শালিলে বুকুতে গঢ়িলোঁ যতনে চকুপানী সানি স্নিগ্ধ স্মৃতিৰ দেউল । বাদচাহৰ যে এজনীহে তাজ মোৰ যে প্ৰিয়াত শত মমতাজ আছিল যে তাই ফুল…

  • Jai Xagoror Bukur Majot Lyrics By Bishnu Prasad Rabha

    Song: Jai Xagoror Bukur Majot (জয় সাগৰৰ বুকুৰ মাজত) Singer: Bishnu Prasad Rabha Jai Xagoror Bukur Majot Lyrics Jai Xagoror Bukur Majot Lyrics:— জয় সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰ ঢল মলয়াই তোলে হিয়া ভগা সুৰ কৰুণ বিননি ৰোল জয়া নাই জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই । তেজৰ টোপাল চকুলো ওলাল নয়নৰ পাহি সানি…

  • O Alohi Aa Lyrics By Bishnu Prasad Rabha

    Song: O Alohi Aa (অ’ আলহী আ) Singer: Bishnu Prasad Rabha O Alohi Aa Lyrics O Alohi Aa Lyrics:— অ’ আলহী আ অ’ আলহী আ প্ৰভাত বীণৰ সোণালী তাঁৰ জোকাৰী থ অ’ আলহী আ । অ’ তই নীল গগণৰ উজ্জ্বল মেঘৰ বগা ৰথত বহি ৰশ্মি কণা কিৰণ সনা আলহী আ । মোহন বাঁহীৰ ঝংকাৰ আৰু মোহন বাঁহীৰ…

  • Tez Rangoli Sonitpuri Lyrics By Bishnu Prasad Rabha

    Song: Tez Rangoli Sonitpuri (তেজ ৰাঙলী শোণিতপুৰী) Singer: Bishnu Prasad Rabha Tez Rangoli Sonitpuri Lyrics Tez Rangoli Sonitpuri Lyrics:— তেজ ৰাঙলী শোণিতপুৰী গঢ়িলোঁ তেজেৰে হৃদয় ফালি শোণিত ঢালি ৰঙা টোপালেৰে । কুমলীয়া দেহাৰ ভেটিত তুলি গড় অগনিৰ প্ৰণয় চাকিৰ প্ৰেম শলিতাৰ জ্বালি দীপ-দীপালীৰ বান্ধি কাৰেং সজালোঁ মোৰ ৰঙা পোৱালেৰে । পূবৰ তোৰণ ভাঙি আনিম ৰূপহী সোণালী ঊষা…

  • Xuna Xei Gaan Lyrics By Bishnu Prasad Rabha

    Song: Xuna Xei Gaan (শুনা সেই গান) Singer: Bishnu Prasad Rabha Xuna Xei Gaan Lyrics Xuna Xei Gaan Lyrics:— শুনা সেই গান তোমাৰ হিয়াত যাৰ সুৰ ঘুমটিত সপোন বিভোৰ আজি জাগিব সেই সুৰ শুনি গান । যি সুৰৰ মধু পৰশত আখি মুদ খায় আৱেশত হিয়া বান্ধ খায় প্ৰণয়ত প্ৰেম ৰসে ধুই আকুল পৰাণ । যি সুৰৰ মোহিনী…

  • Jibon Bhori Tumare Gaan Lyrics By Bishnu Prasad Rabha

    Song: Jibon Bhori Tumare Gaan (জীৱন ভৰি তোমাৰে গান) Singer: Bishnu Prasad Rabha Jibon Bhori Tumare Gaan Lyrics Jibon Bhori Tumare Gaan Lyrics:— জীৱন ভৰি তোমাৰে গান গালোঁ দেহা বীণৰ তাঁৰ জোকাৰি কিমান সুৰ বজালোঁ তেও যে প্ৰভু তোমাক নেপালোঁ । সেই ৰাগিণীৰ তালে তালে নাচনী জোনায়ে নীল আকাশৰ চোতালতে জ্বলে ছেৱে ছেৱে মোৰেই সুৰত নাচেনে তাই…

  • Nimati Koina O Lyrics By Bishnu Prasad Rabha

    Song: Nimati Koina O (নিমাতী কইনা অ) Singer: Bishnu Prasad Rabha Nimati Koina O Lyrics Nimati Koina O Lyrics:— নিমাতী কইনা অ’ নিমাতী কইনা চকুত তোমাৰ হাঁহি ওঁঠত মাথোন বাণী বিহীনা তুমি বাণী বিহীনা । ফাগুন সমীৰে কেশ উৰুৱালে চকুত জিলিক চৰে মন তোমাৰ উৰে ক’ৰবালে । নিমুটেঙাৰ ফুলৰ বাচে পৰাণ ওপচালে চকু তোমাৰ সুদূৰ ধিয়াই নাচে…

  • Kiba Jen Nai Lyrics By Bishnu Prasad Rabha

    Song: Kiba Jen Nai Lyrics (কিবা যেন নাই) Singer: Bishnu Prasad Rabha Kiba Jen Nai Lyrics Kiba Jen Nai Lyrics:— কিবা যেন নাই আজি নাই আছে হুমুনিয়াহ হতাশ হিয়াৰ কৰুণ বিননি ‘হায় হায়’ । মেলিলি ধুমুহা তাইৰ ক’লা চুলিটাৰ লুকুৱাই তৰা জোন কৰে যে এন্ধাৰ । ক’তেনো বা অকৰুণ সেই কাৰাগাৰ য’ত মোৰ প্ৰিয়া আছে মোৰ হিয়াত…

  • Jilikoni Lyrics By Bishnu Prasad Rabha

    Song: Jilikoni (জিলিকনি) Singer: Bishnu Prasad Rabha Jilikoni Lyrics Jilikoni Lyrics:— আহ অ’ ন জিলিকনি, জিলিকনি আহ অ’ ন জিলিকনি পোহৰাই তোলা ই ধৰণী নুমোৱা নুমোৱা (শাত) কৰা দুখৰে অগনি নহ’লে যে হ’ব ছাই হায়! হায়! হায়! পৃথিৱী শুৱনী চিৰ নৱ জিলিকনি । উৰুৱাই মৰু মৰতলৈ শান্‌তিৰ কপোত কপোতী দিয়া মেলি ডেউকাৰ ছাঁত শান্তি, মুক্তি, প্ৰগতিৰ জিলিকনি…

  • O Mur Nawor Bhorokha Nai Lyrics By Bishnu Prasad Rabha

    Song: O Mur Nawor Bhorokha Nai (অ’ মোৰ নাৱৰ ভৰসা নাই) Singer: Bishnu Prasad Rabha O Mur Nawor Bhorokha Nai Lyrics  O Mur Nawor Bhorokha Nai Lyrics:— অ’ মোৰ নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে নাৱৰীয়াবোৰে গুৰি বঁঠা ধৰে গোবিন্দ নাম গাই ৰে । ওপৰে তপত বেলি তলে তপত বালি বুকুৰ উকৰ জুই…