Category: Jilikoni Lyrics
-
Jilikoni Lyrics By Bishnu Prasad Rabha
Song: Jilikoni (জিলিকনি) Singer: Bishnu Prasad Rabha Jilikoni Lyrics Jilikoni Lyrics:— আহ অ’ ন জিলিকনি, জিলিকনি আহ অ’ ন জিলিকনি পোহৰাই তোলা ই ধৰণী নুমোৱা নুমোৱা (শাত) কৰা দুখৰে অগনি নহ’লে যে হ’ব ছাই হায়! হায়! হায়! পৃথিৱী শুৱনী চিৰ নৱ জিলিকনি । উৰুৱাই মৰু মৰতলৈ শান্তিৰ কপোত কপোতী দিয়া মেলি ডেউকাৰ ছাঁত শান্তি, মুক্তি, প্ৰগতিৰ জিলিকনি…