Category: Deeplina Deka
-
Pagoli Song Lyrics (পাগলী)
Pagoli Song Lyrics Sung by Assamese Popular Singer Deeplina Deka.Pagoli Song Lyrics Written by Sunit Gogoi while music composed by Diganta Banikya. Song: Pagoli Singer: Deeplina Deka Lyrics: Sonit Gogoi Composition : Diganta Banikya Mix & Mastering by : Pinku Das Featuring: Dipika Nath Choreographer: Sachin Baruah Find More Assamese Lyrics on AssameseLyrical.com Pagoli Song Lyrics O xopun…
-
Modhulogon Song Lyrics (মধুলগন)
Song: Modhulogon Singer: Deeplina Deka & Pranab Priyankush Baruah Modhulogon Lyics মধুলগনৰ মধুক্ষণ (২) উগুল-থুগুল মন আজি তোমাতেই মগন সোঁপিলো নিজকে তোমাৰ তুমিয়েই জীৱন তোমাৰে উশাহত সিঁচিলো মোৰে জীৱন তোমাৰে কঁপালত থাপিলো ৰঙা ফাগুন মধুলগনৰ মধুক্ষণ (২) AssameseLyrical.com তোমাৰে মৰমত বুকুতে সামৰি ৰাখিমে অৰে জীৱন তোমাৰে সপোনক দুহাতে সাবতি ৰাখিমে অৰে জীৱন হাতে হাতে ধৰি…
-
Tumar Babe Lyrics
Song: Tumar Babe (তোমাৰ বাবে) Singer: Deeplina Deka and Sukmoni Dewri Tumar Babe Lyrics সেউজ প্ৰভাতী সুৰে .. আহি বিনালে তোমাৰেই কথা অ… ৰঙীন পৃথিবীৰ সুবাস তুমি নিভাঁজ হিয়াৰে মৰম তোমাৰ বাবেই সুৰে সুৰে সাতোঁৰঙী ৰং বিয়পি পৰিছেহি প্ৰনয়ৰে আলিবাটতে সৰিছে সপোন যুগে যুগে শিহৰিত মন উজলি উঠিছেহি আবেগৰে বালিঘৰতে পখিলাৰ নাচোঁন মৌন ওঁঠত আজি চোন বাজি…
-
Bhobai Nasilu Lyrics
Song: Bhobai Nasilu Song: Zubeen Garg, Deeplina Deka Bhobai Nasilu Lyrics ভবাই নাছিলোঁ মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে জনাই নাছিলোঁ মোৰ বাবে তোমাৰ হিয়াত প্ৰীতিৰ ঢৌবোৰেও খেলি থাকে ভবাই নাছিলোঁ মোৰ দৰে তোমাৰ চকুৰ পিয়াহ টোপিও হৈ মোৰে জনাই নাছিলোঁ মোৰ বাবে তোমাক নিমাত জোনাক বোৰেও খেদি ফুৰে AssameseLyrical.com লিখি লিখি থোৱা অলেখ শ…
-
Sui Diyana Lyrics
Sui Diyana Lyrics Song: Sui Diyana Singer: Deeplina Deka Sui Diyana Lyrics চুই দিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱানা মোক কাষৰে পৰা কলিজা শিতল পৰিব গধূলিকে তোমাৰেনো কবিতাবোৰ ভূপালি ৰাগহৈ সৰিব চুই দিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱানা মোক কাষৰে পৰা কলিজা শিতল পৰিব বাৰে বাৰেনো লাগি ধৰিছে…
-
Dolisa Lyrics – New Assamese Song | Deeplina Deka
Song: Dolisa (দলিচা) Artist: Deeplina Deka Album: Dolisa – Single Lyrics: Palash Gogoi Dolisa Lyrics Dolisa Lyrics:— ৰাখিবলে তোমাক নালাগে এখন ঘৰ মোৰ বুকুতে ৰাখিম ওৰেটো জীৱন ভৰ তুমি দিবা মৰম সেই মৰমে মোক ৰাখিব যেন জীয়াই নালাগিব ভোক টোপনি তোমাৰ নাহিলে তোমাক তোমাক ওচৰ চপাই আনি মই শুৱাম তোমাক বুকুতে লৈ শুনাম নিজান ৰাতিৰ…
-
Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese | Tarun Tanmoy & Deeplina Deka
SONG: Nuwari Nuwari (নোৱাৰি নোৱাৰি) SINGER: Tarun Tanmoy & Deeplina Deka Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese:— নোৱাৰি নোৱাৰি থাকিব নোৱাৰি পাহৰি পাহৰি তোমাকে পাহৰি কি মৰম দিলা মোক কলিজা উজাৰি আৱৰি আৱৰি ধৰিছে আৱৰি বিয়পি বিয়পি পৰিছে বিয়পি সাতুৰি ধৰিছো ভাৱনত ওপঙি অ…. ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি অ…..নোৱাৰি নোৱাৰি থাকিব নোৱাৰি আৱৰি আৱৰি ধৰিছে আৱৰি ওপচি পৰিছো মৰমতে আজি অ…. কিনো পালে তোমাতে মোৰ দুচকুৱে নোৱাৰা হ’ল থাকিবলৈ নেদেখাকে কিনো আছে নাজানো মই মৰমতে এই হাঁহো এই কান্দো আৱেগতে ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি নোৱাৰি নোৱাৰি থাকিব নোৱাৰি আৱৰি আৱৰি ধৰিছে আৱৰি ওপচি পৰিছো মৰমতে আজি কিযে হ’ব ভয়ে লাগে ভাবিবলে কেনেবাকৈ তুমি মই আমি নহ’লে কান্দিবও নোৱাৰিম মই তেনেহলে নিচুকাব কোনে মোক তুমি নহ’লে ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি নোৱাৰি নোৱাৰি থাকিব নোৱাৰি পাহৰি পাহৰি তোমাকে পাহৰি কি মৰম দিলা মোক কলিজা উজাৰি
-
Tumi Ahile (তুমি আহিলে) | Lyrics In Assamese | Deeplina Deka
Song Name: Tumi Ahile (তুমি আহিলে) Singer: Deeplina Deka Music: Trion Mahanta Mix-Mastered- Diganta Bordoloi Lyrics: Arshavik Tumi Ahile (তুমি আহিলে) | Lyrics In Assamese:– মোৰ মনত এপাহি গোলাপ, ৰ’লাহি তুমি গোপনে, তোমাৰ মৰম সনা চাওনিত, উশাহো বাঢ়িচে সঘনে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || অৱেগৰ কহুৰণ ফালি, দুচকুৰে হিম নিগৰে, তোমাৰ কোমল পৰশতে মোৰ, বুকু উপচি পৰে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || অৱেগৰ কহুৰণ ফালি, দুচকুৰে হিম নিগৰে, তোমাৰ কোমল পৰশতে মোৰ, বুকু উপচি পৰে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || মোৰ মনত এপাহি গোলাপ, ৰ’লাহি তুমি গোপনে, তোমাৰ মৰম সনা চাওনিত,…