Category: Ishwar Oi
-
Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics | Neel Akash
Song Name: Ishwar Oi (Bogi Bogi) | বগী বগী Singer Name: Neel Akash Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics:- বগী বগী ছোৱালী হাঁই ঐ হাঁই, মিচিকি হাঁহিৰে খুলি খুলি খাই, মৰম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই… বগী বগী ছোৱালী হাঁই ঐ হাঁই, মিচিকি হাঁহিৰে খুলি খুলি খাই, মৰম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই… এ মইনা লাগে যদি কোৱানা, গঢ়াই দিম মই গহণা, আৰু যদি লাগেনো দিম, মোৰে কুমল কলিজা, হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ পগলা কৰিলে….. হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ পগলা কৰিলে….. জান ঐ এধানি এবানি, কৰিলা হিয়াখনি, কলৈ যাং কি কৰোং লাগে, বুকু খন চপৰা চপৰে , খহিচে যেনে কৰি, বেছি দিন নাথাকিম চাগে, এ মইনা তাকে ভাবি চোৱানা, মনৰ যিহে যাতনা, আধাতেই নাভাঙিবা দেই, মোৰে কোমল ক’লিজা… হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ…