Category: ujjwal aarong
-
Suma Diyana (চুমা দিয়ানা) By Neel Akash | Lyrics In Assamese
Song Name: Suma Diyana (চুমা দিয়ানা) Singer Name: Neel Akash Music: Ujjwal Aarong Suma Diyana (চুমা দিয়ানা) By Neel Akash Lyrics In Assamese:– চুমা …….. চুমা …….. কপাহি কোমল হিয়া আজি যেন উৰনিয়া বিচাৰি মৰমৰে এবুকু ৰঙা নীলা ওঠৰে পৰশ অকন তোমাৰে চুই চাই লবলে চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা আলসুৱা সপোনৰ পাৰে পাৰে পাখি মেলা আবেগে আকলোৱা হিয়াকে মনে মনে কিয় আহি জগালে বজামে কি কোৱানা এই মনকে সজালো ঘৰ চোৱানা মোৰ বুকুতে কাষলে আহি ৰোৱানা এবাৰলে এ… আ… হা… হা… চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা…
-
Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics | Neel Akash
Song Name: Ishwar Oi (Bogi Bogi) | বগী বগী Singer Name: Neel Akash Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics:- বগী বগী ছোৱালী হাঁই ঐ হাঁই, মিচিকি হাঁহিৰে খুলি খুলি খাই, মৰম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই… বগী বগী ছোৱালী হাঁই ঐ হাঁই, মিচিকি হাঁহিৰে খুলি খুলি খাই, মৰম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই… এ মইনা লাগে যদি কোৱানা, গঢ়াই দিম মই গহণা, আৰু যদি লাগেনো দিম, মোৰে কুমল কলিজা, হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ পগলা কৰিলে….. হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ পগলা কৰিলে….. জান ঐ এধানি এবানি, কৰিলা হিয়াখনি, কলৈ যাং কি কৰোং লাগে, বুকু খন চপৰা চপৰে , খহিচে যেনে কৰি, বেছি দিন নাথাকিম চাগে, এ মইনা তাকে ভাবি চোৱানা, মনৰ যিহে যাতনা, আধাতেই নাভাঙিবা দেই, মোৰে কোমল ক’লিজা… হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ…