Category: Jyoti Prasad Agarwala

  • Tur Ganote Mur Lyrics By Jyoti Prasad Agarwala

    Song: Tur Ganote Mur (তোৰ গানতে মোৰ) Singer: Jyoti Prasad Agarwala  Tur Ganote Mur Lyrics Tur Ganote Mur Lyrics:— তোৰ গানতে মোৰ সুৰৰে ঢৌ তোৰ গানতে মোৰ সুৰৰে ঢৌ মাণিকী মধুৰী মৌ        মাণিকী মধুৰী মৌ তোৰ গানতে মোৰ সুৰৰ ঢৌ ৷ ছন্দটি মোৰ জাগিলে নে নৌ তোৰ, বুকত তুলি হেন্দোলনি থউকিবাথৌ জাগিলে নে নৌ…

  • Tur Gaan Guwarei Anondote Lyrics By Jyoti Prasad Agarwala

    Song: Tur Gaan Guwarei Anondote (তোৰ গান গোৱাৰেই আনন্দতে) Singer: Jyoti Prasad Agarwala Tur Gaan Guwarei Anondote Lyrics  Tur Gaan Guwarei Anondote Lyrics:— তোৰ গান গোৱাৰেই আনন্দতে তোৰ গান গোৱাৰেই, আনন্দতে গাওঁ            তোৰ সুৰ ৰচনাৰ আনন্দতেই প্ৰাণৰ শান্তি পাওঁ নিমন্ত্ৰণত তোৰ… ঝঙ্কৃত ছন্দৰে মই অলঙ্কৃত হৈ তয়ে পতা সভালৈকে যাওঁ ৷ বাটে…

  • Tuk Moi Dekha Nai Lyrics By Jyoti Prasad Agarwala

    Song: Tuk Moi Dekha Nai (তোক মই দেখা নাই) Singer: Jyoti Prasad Agarwala  Tuk Moi Dekha Nai Lyrics Tuk Moi Dekha Nai Lyrics:— তোক মই দেখা নাই তোক মই দেখা নাই বিয়াকুল হৈ বিচাৰি ফুলিলে তোক জানো লগ পাই ? মোৰ চকুৰ মণিত তোৰ, ছবি জ্বলা নাই,                মনে তোৰ কথা…

  • Tiranga Nisan Bijoyi Nisan Lyrics By Jyoti Prasad Agarwala

    Song: Tiranga Nisan Bijoyi Nisan (তিৰঙ্গা নিচান বিজয়ী নিচান) Singer: Jyoti Prasad Agarwala Tiranga Nisan Bijoyi Nisan Lyrics Tiranga Nisan Bijoyi Nisan Lyrics:— তিৰঙ্গা নিচান বিজয়ী নিচান তিৰঙ্গা নিচান বিজয়ী নিচান সসাগৰা পৃথিৱীৰ ধ্ৰুবজ্যোতি তই আলোকিছ ভাৰত বিমান ৷ সমৰৰ শক্তি দলিতৰ মুক্তি ক্ষুধিতৰ ত্ৰাণ তিৰঙ্গা নিচান বিজয়ী নিচান কোটি কোটি কণ্ঠে হব তোৰ জয় গাণ কোটি…

  • Dibrugarhore Diboru Noi Lyrics By Jyoti Prasad Agarwala

    Song: Dibrugarhore Diboru Noi (ডিবৰুগড়ৰে ডিবৰু নৈ) Singer: Jyoti Prasad Agarwala Dibrugarhore Diboru Noi Lyrics Dibrugarhore Diboru Noi Lyrics:— ডিবৰুগড়ৰে ডিবৰু নৈ ডিবৰুগড়ৰে ডিবৰু নৈ কেনি বৈয়ে যাৱ লুইতলৈ নীল পৰ্ব্বতৰ অঁকা আবৰৰ বন মৰমৰ আনিছনে কিবা বতৰা ঐ ভৈয়ামলৈ ৷ তাৰ কত নিজৰাই তোক চুমা খাই অঁকা আবৰৰ সোণ মইনাই শিলনি ডবাৰ গোন্ধ বিৰিঙাই পঠালেনে কিবা…

  • Gyanor Sokure Lyrics By Jyoti Prasad Agarwala

    Song: Gyanor Sokure (জ্ঞানৰ চকুৰে) Singer: Jyoti Prasad Agarwala Gyanor Sokure Lyrics Gyanor Sokure Lyrics:— জ্ঞানৰ চকুৰে যেয়ে জ্ঞানৰ চকুৰে যেয়ে পৃথিৱী চাবি স্বৰ্গ বিচাৰি পাবি ৷ নজনাৰপৰা অহা তই কোন এই পৃথিৱীতে এই ফুলনিতে তই বন-ভাত খাবি ৷ মহা শিল্পীয়ে ৰচিলে পৃথিৱী ফুলনি …. তই যে মানুহ আহিলি শিল্পী পৃথিৱী ধুনীয়া কৰা আজি জান অন্তৰে অন্তৰে…

  • Junuwali Nikhar Lyrics By Jyoti Prasad Agarwala

    Song: Junuwali Nikhar (জোনোৱালী নিশাৰ) Singer: Jyoti Prasad Agarwala  Drama: Xun Pokhili Junuwali Nikhar Lyrics Junuwali Nikhar Lyrics:– জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায়! জিক্‌মিক্‌ জিক্‌মিক্‌ কাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণকজুণুককৈ নূপুৰ বজায় ৷ পাখি কৰে ৰুণ্‌ ৰুণ্‌ গান গায় গুণ্‌ গুণ্‌ হাঁহি হাঁহি দেখুৱাই অঁকাবকা চকামকা ৰঙা সপোন ৷৷

  • Junaki Karengot Lyrics By Jyoti Prasad Agarwala

    Song: Junaki Karengot (জোনাকী কাৰেঙত) Singer: Jyoti Prasad Agarwala Drama: Nimati Koina Junaki Karengot Lyrics Junaki Karengot Lyrics:— জোনাকী কাৰেঙত কোনে বীণ বায় ? জোনাকী কাৰেঙত কোনে বীণ বায় ? পোহৰে পোহৰে হাঁহি বিলায় ! আমাৰ নিমাতীৰ কোনে মাত ফুটাব ওঁঠতে হাঁহিটি দিব ফুলাই ? আমাৰ নিমাতীজনী নীলা সাগৰৰ হীৰা মণি আৰুণৰ হাঁহিৰে মুখনি বোলোৱা আলাসৰ প্ৰতিমাখনি…

  • Junor Junak Bhal Puwa Lyrics By Jyoti Prasad Agarwala

    Song: Junor Junak Bhal Puwa (জোনৰ জোনাক ভাল পোৱা) Singer: Jyoti Prasad Agarwala Junor Junak Bhal Puwa Lyrics Junor Junak Bhal Puwa Lyrics:— জোনৰ জোনাক ভাল পোৱা জোনৰ জোনাক ভাল পোৱা  পখিলা এটা আছে জোন দেখিলে উৰি উৰি ফুৰ্‌ফুৰ্‌কৈ নাচে ৷ বেলি দেখিলে পাতৰ আঁৰত জোন দেখিলে আপোন সুৰত নিশা ফুলা শেৱালি ফুলক চুবকে’ মৰম যাচে গোটেই…

  • Junor Junak Lyrics By Jyoti Prasad Agarwala

    Song: Junor Junak (জোনৰ জোনাক) Singer: Jyoti Prasad Agarwala Junor Junak Lyrics Junor Junak Lyrics:— জোনৰ জোনাক চোতালে চোতালে জোনৰ জোনাক চোতালে চোতালে ফুৰে বেলিৰ পোহৰ বনে উপবনে ঘূৰে মোৰ গানে নৈ তেজৰ সোঁতত বিজুলি সঞ্চাৰে  আঘাত কৰি বাৰে বাৰে ৷ মোৰ গানৰ লগত ভাবৰ আগ্নি যায় সেই অগ্নিয়ে নিৰাশা পুৰি ছাখাৰ কৰি আশাৰ প্ৰদীপ জ্বলায় ৷৷