Category: Jyoti Prasad Agarwala

  • Tule Diya Xoraighat Lyrics By Jyoti Prasad Agarwala

    Song: Tule Diya Xoraighat (তোলে’ দিয়া শৰাইখনত) Singer: Jyoti Prasad Agarwala Tule Diya Xoraighat Lyrics Tule Diya Xoraighat Lyrics:— তোলে’ দিয়া শৰাইখনত তোলে’ দিয়া শৰাইখনত দিলোঁ তামোল- পাণ ফুল দুটামান ছিঙি দিলোঁ আৰু দিলোঁ তাৰ লগতে মোৰ কেইটিমান গান ৷ তামোল- পাণৰ শৰাই নিলোঁ সজাই পৰাই তই আছিলি তাঁতৰ শালত মহুৰা যে ফুৰাই তই শৰাই ঢকা চালি…

  • Tuleke Saye Ase Lyrics By Jyoti Prasad Agarwala

    Song: Tuleke Saye Ase (তোলে’কে চায়ে আছে) Singer: Jyoti Prasad Agarwala Tuleke Saye Ase Lyrics Tuleke Saye Ase Lyrics:— তোলে’কে চায়ে আছে তোলে’কে চায়ে আছে অকণি, তোল’কে চায়ে আছে ৷ আজি শিকলি মুকলি ভাৰতী আয়ে চকুপানী মছি তোলে’ অকণি তোল’কে চায়ে আছে ৷ গাঁৱৰ গাঁৱলীয়াই অজলাই দুখীয়াই বাগিছাৰ বনুৱাই খনি কাৰেখানাৰ কতনো কাজুৱাই তোল’কে চায়ে আছে ৷…

  • Tur Xidinar Puwar Lyrics By Jyoti Prasad Agarwala

    Song: Tur Xidinar Puwar (তোৰ সিদিনাৰ পুৱাৰ) Singer: Jyoti Prasad Agarwala Tur Xidinar Puwar Lyrics Tur Xidinar Puwar Lyrics:— তোৰ সিদিনাৰ পুৱাৰ গানে তোৰ সিদিনাৰ পুৱাৰ গানে কি নুবুজা গোপন কথা আনে দূৰণিৰ ভাষা মই যে নুবুজোঁ মাথোঁ, আকুলতা জাগে মনে প্ৰাণে ৷ এই পৃথিৱীৰ গন্ধ গানৰ বৰ্ণচয়ৰ ছন্দ সুৰৰ কত নিজৰা বয় মোৰ সপোনে তাৰ পাৰতো…

  • Tur Xote Mur Pratham Lyrics By Jyoti Prasad Agarwala

    Song: Tur Xote Mur Pratham (তোৰ সতে মোৰ প্ৰথম) Singer: Jyoti Prasad Agarwala Tur Xote Mur Pratham Lyrics Tur Xote Mur Pratham Lyrics:— তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা মোৰ যে হাতত নাছিল সোণৰ বীণা ৷ মোৰ ৰূপতেই তোক দেখি মোৰ ৰূপকেই চালো লেখি লেখি তয়ে ময়ে মাথো একা ছবি ৷…

  • Tur Monot Jodi Nopore Lyrics By Jyoti Prasad Agarwala

    Song: Tur Monot Jodi Nopore (তোৰ মনত যদি নপৰে) Singer: Jyoti Prasad Agarwala Tur Monot Jodi Nopore Lyrics Tur Monot Jodi Nopore Lyrics:— তোৰ মনত যদি নপৰে তোৰ মনত যদি নপৰে মোৰ মৰমসনা কথা তোৰ প্ৰাণত যদি উচুপি নুঠে মোৰ কৰুণ গানৰ ব্যথা মোৰ মৰম সনা কথা ৷ তেনে মোৰ ফুলনিৰ ৰঙা গোলাপ কিয় চিঙিলি তোৰ কেণিত…

  • Tur Bhabonar Ganor Lyrics By Jyoti Prasad Agarwala

    Song: Tur Bhabonar Ganor (তোৰ ভাৱনাৰ গানৰ) Singer: Jyoti Prasad Agarwala Tur Bhabonar Ganor Lyrics Tur Bhabonar Ganor Lyrics:— তোৰ ভাৱনাৰ গানৰ কত তৰা তোৰ ভাৱনাৰ গানৰ কত তৰা মোৰ মন আকাশত ভৰা ৷ মোৰ মনীষা পৰ্ব্বতৰ তোৰ মৰমৰ উচ্ছল নিজৰা মোৰ প্ৰতিভাৰ        সোণ পথাৰত নামে কবিতাৰ ধান ফুলাই ধন ফুলাই কতনা চামে চামে…

  • Tur Pujar Dhupor Lyrics By Jyoti Prasad Agarwala

    Song: Tur Pujar Dhupor (তোৰ পূজাৰ ধূপৰ) Singer: Jyoti Prasad Agarwala  Tur Pujar Dhupor Lyrics Tur Pujar Dhupor Lyrics:— তোৰ পূজাৰ ধূপৰ গন্ধ লাগি তোৰ পূজাৰ ধূপৰ গন্ধ লাগি মোৰ কণ্ঠত যদি গান জাগে মোৰ বুজাৰ যদি ভুলটো ভাগি মোৰ প্ৰাণে তোৰ পৰশ মাগে মোৰ কল্পনা যদি নৱবিকাশৰ মুঞ্জৰণত উঠে জাগি বসন্ত বাগে মোৰ ভাল পোৱা…

  • Tur Thaponat Mur Sakitu Lyrics By Jyoti Prasad Agarwala

    Song: Tur Thaponat Mur Sakitu (তোৰ থাপনাত মোৰ চাকিটো) Singer: Jyoti Prasad Agarwala Tur Thaponat Mur Sakitu Lyrics Tur Thaponat Mur Sakitu Lyrics:– তোৰ থাপনাত মোৰ চাকিটো তোৰ থাপনাত মোৰ চাকিটো অকলে অকলে জ্বলে তোক বিচাৰি অকলে আন্ধাৰে প্ৰাণৰ জুৰিটি বলে ৷ অকলে জোনায়ে নিজম আকাশতে তোৰেই জোনাক চালে মই যে নহয় অকলশৰীয়া বেৰি আছে মোক তোৰে…

  • Tur Thaponat Sokulu Lyrics By Jyoti Prasad Agarwala

    Song: Tur Thaponat Sokulu (তোৰ থাপনাত চকুলো) Singer: Jyoti Prasad Agarwala Tur Thaponat Sokulu Lyrics Tur Thaponat Sokulu Lyrics:— তোৰ থাপনাত চকুলো এটুপি তোৰ থাপনাত চকুলো এটুপি থলোঁ তই আহিবি বুলি, বাটচায়ে ৰ’লোঁ ৷ চকুপানীটুপি, বিয়পি মিলি গ’ল ধূপৰ গোন্ধৰ সতেই উৰি সি ক’ৰবালে’ গ’ল সেই থাপনাত আছিল জ্বলি চাকি তাৰ পোহৰে কোঠাত দিছিল জিক্‌মিক্‌বোৰ আঁকি আছিল…

  • Tur Sokur Monit Lyrics By Jyoti Prasad Agarwala

    Song: Tur Sokur Monit (তোৰ চকুৰ মণিত) Singer: Jyoti Prasad Agarwala Tur Sokur Monit Lyrics Tur Sokur Monit Lyrics:– তোৰ চকুৰ মণিত মোৰ ছবিটো তোৰ চকুৰ মণিত মোৰ ছবিটো মই যে আঁকিছো সেইহে মই তোৰ ছবিটো গানৰে আঁকিছো ৷ তোৰ প্ৰাণৰ আখৰ মোৰ, মনৰ পুথিৰ বাখৰ তাৰেই মই মোৰ জীভনৰ সাধু লিখিছোঁ ৷ সেই, আখৰকেইটাও তোৰেই পৰাই…