Category: Jyoti Prasad Agarwala
-
Mure Bharotore Lyrics By Jyoti Prasad Agarwala
Song: Mure Bharotore (মোৰে ভাৰতৰে) Singer: Jyoti Prasad Agarwala Mure Bharotore Lyrics Mure Bharotore Lyrics:— মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি । সেউজীয়া বনতে, সেউজীয়া মনতে বিকশি প্ৰকাশি উঠা নৱ জন জীৱনৰে অভিনৱ জ্যোতি । আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় অজেয় আলোকময় বিশ্বৰূপী অনন্ত বিজয়ী জন গণ মন মুকুতি প্ৰণতি প্ৰণতি ।।
-
Kun kun Ahiso Lyrics By Jyoti Prasad Agarwala
Song: Kun Kun Ahiso (কোন কোন আহিছ) Singer: Jyoti Prasad Agarwala Kun kun Ahiso Lyrics Kun kun Ahiso Lyrics: কোন কোন আহিছ আইক পূজিবলৈ আইৰ পূজাৰ বেলি হ’ল ! (সমনীয়া অ’) সাজু হ’বৰে হ’ল ডেকা ল’ৰা ! সাজু হ’বৰে হ’ল, সাজু হ’বৰে হ’ল অ’ সাজু হ’বৰে হ’ল । পৰ পদানত কিয় বাৰু তোৰ শিৰ অৱনত কিয় বাৰু?…
-
Mure Jibonore Lyrics By Jyoti Prasad Agarwala
Song: Mure Jibonore (মোৰে জীৱনৰে) Singer: Jyoti Prasad Agarwala Mure Jibonore Lyrics Mure Jibonore Lyrics:– মোৰে জীৱনৰে সখা কৃষ্ণ বজাৱ কি সুৰে বেণু? কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু । পুঁৱতি নিয়ৰে সানে চৰণতে শুকুলা মুকুতা ৰেণু শ্যামল গাতে কোনে চন্দন পিন্ধালে ? অ’ তোৰ ফুল কুমলীয়া তনু বজাৱ সোণৰে বেণু কৃষ্ণ তই বজাৱ সোণৰে বেণু…
-
Kun Kot Aso Lyrics By Jyoti Prasad Agarwala
Song: Kun Kot Aso (কোন ক’ত আছ) Singer: Jyoti Prasad Agarwala Kun Kot Aso Lyrics Kun Kot Aso Lyrics:— কোন ক’ত আছ আহ অ’ ডেকা ল’ৰা তই সমুখত হ’ থিয় মাতৃ পূজাৰ ভাগ ল’বলৈ দেৰি কৰ কিয় ? শুৱনি প্ৰকৃতি শুৱাই থকা অসম দেশৰে ছোৱালী অ’ তই পাছে পৰি পৰি থাক কিয় ? অসম দেশৰে ছোৱালী অ’…
-
Jai Rupmugdha Lyrics By Jyoti Prasad Agarwala
Song: Jai Rupmugdha (জয় ৰূপমুগ্ধ) Singer: Jyoti Prasad Agarwala Jai Rupmugdha Lyrics Jai Rupmugdha Lyrics:— জয় ৰূপমুগ্ধ জয় সুৰমুগ্ধ জয় জয় অৰূপজ ৰূপকুমাৰ ৰূপে ৰসে গন্ধে বৰ্ণে গানে সুৰ লয় তালে মানে লোৱা লোৱা প্ৰাণৰে পূজাৰ ষোড়শোপচাৰ জয় জয় অৰূপজ ৰূপকুমাৰ ।।
-
Jaga Abhinaba Sonde Lyrics By Jyoti Prasad Agarwala
Song: Jaga Abhinaba Sonde (জাগা অভিনৱ ছন্দে) Singer: Jyoti Prasad Agarwala Jaga Abhinaba Sonde Lyrics Jaga Abhinaba Sonde Lyrics:– জাগা অভিনৱ ছন্দে কণ্ঠে কণ্ঠে মৌন মুগ্ধ যত শব্দ কমল দল অৰ্ব্বুদবৃন্দে জাগা অমৃত সুৰ বাণী পৰমানন্দে ।।
-
O Amar Gaon Lyrics By Jyoti Prasad Agarwala
Song: O Amar Gaon (অ’ আমাৰ গাওঁ) Singer: Jyoti Prasad Agarwala O Amar Gaon Lyrics O Amar Gaon Lyrics:– অ’ আমাৰ গাওঁ আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ । ভৰপূৰ তামোলৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা অ’ আমাৰ গাওঁ । দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল’ৰা ডেকেৰী নহয় পাছ পৰা অ’ আমাৰ…
-
Bonoriya Ami Lyrics Jyoti Prasad Agarwala
Song: Bonoriya Ami (বনৰীয়া আমি) Singer: Jyoti Prasad Agarwala Bonoriya Ami Lyrics Bonoriya Ami Lyrics:— বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰোঁ অনাই বনাই অনাই বনাই আমি, অনাই বনাই আমি অনাই বনাই অ’ অনাই বনাই । উ-উ-উ-উ-উ-উ, উ-উ-উ । ভৈয়ামৰে মইনা তই পোহনীয়া পখী বনৰীয়া মইনাৰে পতালিহি সখী ঘৰৰ কথা আমি বনত পাতি বনৰ কথা আমি ঘৰত…
-
Biswa Bijoyi Nabajuwan Lyrics By Jyoti Prasad Agarwala
Song: Biswa Bijoyi Nabajuwan (বিশ্ববিজয়ী নৱজোৱান) Singer: Jyoti Prasad Agarwala Biswa Bijoyi Nabajuwan Lyrics Biswa Bijoyi Nabajuwan Lyrics:— বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান ! শক্তিশালী ভাৰতৰ ওলাই আহা ওলাই আহা সন্তান তুমি বিপ্লৱৰ । সমুখ সমৰ সমুখতে মুক্তি যুঁজাৰু হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতা খুলি দুৱাৰ । অগ্নিবৃষ্টি আহিব লাগিছে গৰজিছে বজ্ৰপাত শিলাবৃষ্টি ভূমিকম্প হ’ব সহস্ৰ উল্কাপাত…