Category: Jyoti Prasad Agarwala
-
O Mur Puhor Boragi Lyrics By Jyoti Prasad Agarwala
Song: O Mur Puhor Boragi (অ’ মোৰ পোহৰ বৰাগী) Singer: Jyoti Prasad Agarwala O Mur Puhor Boragi Lyrics O Mur Puhor Boragi Lyrics:— অ’ মোৰ পোহৰ বৰাগী মানুহে তোক বোলে বলীয়া ৷ তোৰ লগ থাকোতেও, লগ নাইকীয়া মানুহৰ মাজতো অকলশৰীয়া জোনাকীবাটৰ চিৰবাটৰুৱা অ’ মোৰ পোহৰ বৰাগী মানুহে তোক বোলে বলিয়া ৷ তোৰ যে মনৰ থিৰ পদুমত জ্ঞানৰ…
-
O Xokhi Aji Joubon Lyrics By Jyoti Prasad Agarwala
Song: O Xokhi Aji Joubon (অ’ সখী আজি যৌৱন) Singer: Jyoti Prasad Agarwala O Xokhi Aji Joubon Lyrics O Xokhi Aji Joubon Lyrics:—- অ’ সখী আজি যৌৱন বন জুৰি বন-বসন্ত মুঞ্জৰি পাতে বৰণৰে মেলা, হাঁহা সখী মোৰ হাঁহা সখী মোৰ হাঁহিৰে ফাকু…
-
O Xokhi Ahibo Piya Lyrics By Jyoti Prasad Agarwala
Song: O Xokhi Ahibo Piya (অ’ সখী আহিব পিয়া) Singer: Jyoti Prasad Agarwala O Xokhi Ahibo Piya Lyrics O Xokhi Ahibo Piya Lyrics:— অ’ সখী আহিব পিয়া ৰূপহী জোনৰে কিৰণ জকেমকাই বিৰিখৰ পাততে আহিব পিয়া সখীৰে চকুৰে নিয়ৰ জকেমকাই লাৱনী গালত আহিব পিয়া আমাৰে সখীয়া ইনাই বিনাই বিৰহ-বেদনাতে মিলন বাসনাতে আহিব পিয়া ৷৷
-
Aami Kori Furu Lyrics By Jyoti Prasad Agarwala
Song: Aami Kori Furu (আমি কৰি ফুৰোঁ) Singer: Jyoti Prasad Agarwala :Aami Kori Furu Lyrics Aami Kori Furu Lyrics:— আমি কৰি ফুৰোঁ বিয়াকুল (থাকে) নিজৰা য’ত কুল কুল ফুলৰ পাহিত নিয়ৰ দুল সখিয়তীৰ মাতে য’ত বিয়পিছে ইকুল সিকুল । মোৰ যে ফুলৰ কাঁড় মোৰ হাততে মধুৰ ভাৰ আমাৰ কাষতে চোৱা প্ৰেমিক-প্ৰেমিকা বিয়াকুল । মোৰ হাতত ফুলৰ ৰেণু…
-
Janani Mur Pujare Mandir Lyrics By Jyoti Prasad Agarwala
Song: Janani Mur Pujare Mandir (জননী মোৰ পূজাৰে মন্দিৰ) Singer: Jyoti Prasad Agarwala Janani Mur Pujare Mandir Lyrics Janani Mur Pujare Mandir Lyrics:— জননী মোৰ পূজাৰে মন্দিৰ শুদা জাগা জননী মোৰ মৰণ মুগ্ধা স্বৰ্ণ অনল দগ্ধা জাগা জাগা চিৰপ্ৰেৰণাময়ী জননী মোৰ জাগা স্তব্ধ প্ৰশান্ত নীৰৱতা ভেদি জাগা জাগা অন্তৰবাসিনী জাগা জননী গোঁসানী মোৰ জাগা জাগা বিকশিত জীৱনৰ…
-
Porbotote Fulile Lyrics By Jyoti Prasad Agarwala
Song: Porbotote Fulile (পৰ্বততে ফুলিলে) Singer: Jyoti Prasad Agarwala Porbotote Fulile Lyrics Porbotote Fulile Lyrics:— পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি ৰেণুৰে বোলালি তই কুমলীয়া হাত । অ’ ভৈয়ামৰ সোণামোৱা কিনো কৰ গুণি গাঁথি লেখি লেখি সেউজীয়া পাত । বনে মইনা সেউজীয়া গছে মইনা সেউজীয়া পাতে মইনা সেউজীয়া পাত মইনা চৰাইটিয়ে গছৰ ডালে পাতে পৰি মাতিছে মিঠা মিঠা…
-
Aji Ganor Xorai Patilu Lyrics By Jyoti Prasad Agarwala
Song: Aji Ganor Xorai Patilu (আজি গানৰ শৰাই পাতিলোঁ) Singer: Jyoti Prasad Agarwala Aji Ganor Xorai Patilu Lyrics Aji Ganor Xorai Patilu Lyrics:— আজি গানৰ শৰাই পাতিলোঁ প্ৰাণৰ শৰাই পাতিলোঁ বিশ্বথাপনাত মোৰ পূজালৈ মাতিলোঁ, মোৰ পূজালৈ মাতিলোঁ বিশ্ব জনতাক । থাপনাত মই থাপিলোঁ শুদ্ধ স্বত্ব সুন্দৰতাক … আজি সোণৰ শৰাই পাতিলোঁ ৰূপৰ শৰাই পাতিলোঁ দুখৰ শৰাই চকুপানীৰ…
-
Nupure Mate Run Jun Lyrics By Jyoti Prasad Agarwala
Song: Nupure Mate Run Jun (Nupure Mate Run Jun) Singer: Jyoti Prasad Agarwala Nupure Mate Run Jun Lyrics Nupure Mate Run Jun Lyrics:— নূপুৰে মাতে ৰুণ্ জুন্ নূপুৰে মাতে ৰুণ্ জুন্ নূপুৰে মাতে । সখী যাবৰ বেলি আমাৰ হিয়াখনি বিষাদে ছাটে । চলে চলি চকুতে সখী চকুপানী নাটে । যোৱা সখী দিছোঁ বিদায় মনতে ৰাখিবা সদায় এৰানো…
-
Koto Saki Lyrics By Jyoti Prasad Agarwala
Song: Koto Saki (কত চাকি) Singer: Jyoti Prasad Agarwala Koto Saki Lyrics Koto Saki Lyrics:– শত যুগৰ কত চাকি জ্বলাই আহিলি আপোনাৰ আনন্দতে নিজে হাঁহিলি নিজৰে তই চকুপানী নিজে মচিলি । শিল্পী মোৰ মনৰে তই শিল্পী মোৰ প্ৰাণৰে তই শিল্পী মোৰ গানৰে সুৰৰে ছবিৰে ৰূপৰে তই জুই জ্বলালি নিত্য নতুন ছবিৰে চিনাকি তোৰ যুগ যুগৰে ৰবিৰে ।…
-
Sorai Bonoriya Lyrics By Jyoti Prasad Agarwala
Song: Sorai Bonoriya (চৰাই বনৰীয়া) Singer: Jyoti Prasad Agarwala Sorai Bonoriya Lyrics Sorai Bonoriya Lyrics:— চৰাই বনৰীয়া মুকলিমূৰীয়া গাৱ বনৰীয়া গীত মনে উৰো উৰো কৰে তোৰ লগতে মোৰে উৰণীয়া চিত । ঊষা জিৰণীয়া পাই লগৰীয়া সন্ধিয়াৰ দেশলৈ যায় অকলেনোশৰীয়া কৰি মোক সখীয়া গ’লা মিলনৰে নিশাটি পাই ।।