Category: Monote Pore Lyrics
-
Monote Pore Lyrics By Angaraag Mahanta
Song: Monote Pore (মনতে পৰে) Singer: Angaraag Mahanta Add caption Monote Pore Lyrics:— মনতে পৰে আজি সোঁৱৰণী সেউজী পথাৰ বুকুতে সেউজীয়া আইৰে বুলনি মৰমৰ চেকনিত পিঠিৰে মাজত অাজিও সাজ থকা ল’ৰালি থাক মোৰ গাতে লাগি ধেমালি কৰ মোৰ সতে আহি ল’ৰালি থাক মোৰ গাতে লাগি ধেমালি কৰ মোৰ সতে আহি টাংগুটি খেলা অলং দলং কেটেপা মৰা কোন…