Category: new assamese song 2020
-
O Meghali Lyrics By Neel Akash – New Assamese Song 2020
Song: O Meghali (অ মেঘালী) Singer: Neel Akash Music Director: Ajoy Phukan Lyrics: Abhijit Bhattacharjya Music Producer: Pranoy Dutta O Meghali Lyrics O Meghali Lyrics:— অ মেঘালী অ মেঘালী সন্ধ্যা তৰাৰে ধেমালি মৰমৰে বকুচাত উমলি আছানে হিয়াৰে ফুল বুটলি অ মেঘালী অ মেঘালী গোলাপৰ ৰঙেৰে ৰাঙলী জোনাকৰ প্ৰেমেৰে বাউলি কওঁ নেকি এবাৰ তোমাক ভাল পাওঁ বুলি…
-
Reboti Lyrics By Dikshu Sarma
Song: Reboti (ৰেৱতী) Singer: Dikshu Sarma Reboti Lyrics Reboti Lyrics:— এ হাঁয় ঐ এইবেলি বহাগত নাচিম শেষবাৰলৈ হেপাহ পলুৱাই তোৰ লগত বহাগৰ শেষতে লখিমী ৰূপতে এ হাঁয় ঐ সোমাবিহি ঘৰত মোৰে মৰমৰে উমত ঐ লাহি পাহি দেহাটি তোৰে ঐ মইনা গোলাপ ফুলা দুখন গাল মিচিকিয়া হাঁহিতে তোৰে ঐ মইনা কলিজা হয় চাৰি ফাল ৰৈয়ে ৰৈয়ে যাং কৈয়ে…
-
Silimili Tuponi Lyrics By Daijee Das & Neel Akash
Song: Silimili Tuponi (চিলিমিলি টোপনি) Singer: Daijee Das & Neel Akash Lyrics/Tune: Swarup Kakati Music: Tarun Tanmoy Mix/Mastered: Pinku Das (Studio RED AV) Silimili Tuponi Lyrics Silimili Tuponi Lyrics:— চিলিমিলি টোপনি, কেচাঁতে ভাঙিলি বগা কলাফুলে, কৰিছে আমনি তই হলি আজলী, গাঁৱৰে ছোৱালী চকুৰ পলকতে, মাৰেচোন বিজুলী…… ||ঐ চকুত সানি কাজল, কৰিছ তই পাগল……||২ ধীৰে ধীৰে…
-
Dolisa Lyrics – New Assamese Song | Deeplina Deka
Song: Dolisa (দলিচা) Artist: Deeplina Deka Album: Dolisa – Single Lyrics: Palash Gogoi Dolisa Lyrics Dolisa Lyrics:— ৰাখিবলে তোমাক নালাগে এখন ঘৰ মোৰ বুকুতে ৰাখিম ওৰেটো জীৱন ভৰ তুমি দিবা মৰম সেই মৰমে মোক ৰাখিব যেন জীয়াই নালাগিব ভোক টোপনি তোমাৰ নাহিলে তোমাক তোমাক ওচৰ চপাই আনি মই শুৱাম তোমাক বুকুতে লৈ শুনাম নিজান ৰাতিৰ…
-
Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ) | Subasana Dutta | New Assamese Song 2020
Song: Moinakon Bakhor (মইনাকণ বাখৰ) Singer: Subasana Dutta Lyrics: Palash Gogoi Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ):—— দেওঁলগা খালতে মাগুৰ মাছ লাগিলে লগাওতে লাঙি জাল……. যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে পাওঁতেই অকন ভাল…… অ…দেওঁলগা খালতে মাগুৰ মাছ লাগিলে লগাওতে লাঙি জাল……. যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে পাওঁতেই অকন ভাল…… ছট ফটাই থাকোং যেন তোৰ লগত যিহে প্ৰেম….. প্ৰেম পিৰিতি জাঁজী নৈ….. গুণ হেৰ’ মইনাজান তোৰ স’তে থকাই টান…. কটাও ৰাতি-দিন কেনেকৈ….. তোৰে কেটেৰা মাতে, খুন্দা মাৰি একেচাটে…. ঘুনীয়া কৰেহি মোৰ বুকু……. খঙত ফেপেৰি পাত, মাতিলেও নেমাত…. নোৱাৰো ধৰিবলে একো…. ছট ফটাই থাকোং যেন তোৰ লগত যিহে প্ৰেম….. প্ৰেম পিৰিতি জাঁজী নৈ….. গুণ হেৰ’ মইনাজান তোৰ স’তে থকাই টান…. কটাও ৰাতি-দিন কেনেকৈ….. মইনাকন বাখৰ ৰৈ যা বুকুতে বান্ধি লৈ যা….. তোৰ মৰমতেই জীও নেলাগে ভোকৰ ভাত…. তইয়ে মোৰ সোন মই তোৰ জান কথাই প্ৰতি অভিমান……. নৈ বৈ যাব চকুলোৰ নিদিলে মুখৰ মাত….. ঐ চেং কোমলকৈ এই কলিজাতে…..…
-
RAMDHENU (ৰামধেনু) Lyrics – New Assamese Song | VREEGU KASHYAP | JUNAAK BORAH | DEVOLEENA
SONG: RAMDHENU (ৰামধেনু) SINGER: VREEGU KASHYAP LYRICS: JUNAAK BORAH RAMDHENU (ৰামধেনু) Lyrics – In Assamese:– অ জোনাকৰে ৰাতি দুচকুলে চালে অভিমানি যেন লাগে অ দুভৰিত দুভৰি ৰাখি তুমি কাণে কাণে কথা ক’লে তেজে তেজে বৈ আহে নৈ নামি অহা বৰষা হৈ বুকুৰে মাজলৈ লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰামধেনুৰ ৰং সানি লৈ খিৰিকী খুলি চোৱাহি জুমি থিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছাঁয়া হৈ লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ উম পাহাৰে পাহাৰে সানে মৰম চুব নোৱাৰা হ’লেও চকুৱে চকুৱে সপোন সপোনও সাজে ঘৰ দিঠকে নাজানিলেও নিৰৱে নিৰৱে পাখি মেলি উৰা মাৰে দুহাত লৈ চিলাৰ দৰে সপোনৰ কোচলে লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰামধেনুৰ ৰং সানি লৈ খিৰিকী খুলি চোৱাহি জুমি থিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছাঁয়া হৈ লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ উম পলে পলে উৰি যায় মন সপোনৰ সাগৰলে এবাৰ ডুবি চাবলে মনে মনে গনিছো ক্ষন সপোন সচাঁ হ’বলে তোমাকে পাবলে…
-
Bajaj Scooter (বাজাজ স্কুটাৰ) | Lyrics In Assamese | MAIJAAN Vol4 | RAKESH REEYAN
Song: BAJAJ SCOOTER (বাজাজ স্কুটাৰ) Singer: RAKESH REEYAN Album: MAIJAAN Vol4 Bajaj Scooter (বাজাজ স্কুটাৰ) Lyrics In Assamese :— Bajaj Scooter চলাই যাম মইনা ঐ তোৰে নো ঐ ঘৰলৈ Indicator জলাই যাম মইনা ঐ তইয়ে চিনি পাবলৈ চিকিমিকি গধূলিত একা-বেঁকা বাটেদি হঠাতে গৈ উলামগৈ তোৰেনো ঐ পদূলিত ঐ মনৰ কথা খুলি কম মইনা ঐ মইনা ঐ দিবিনে ঐ সহাঁৰি দিবিনে ঐ সহাঁৰি তই ৰাতি বাৰ বজাত এ মইনা মনে মনে উলামগৈ এ মইনা তোৰেনো ঐ কোঠালিত কাষতে বহি লৈ এ মইনা চুমা আঁকিম কঁপালত এ মইনা মৰমো দিম উজাৰি প্ৰেমৰে বোঁৱতি নৈ বুকুতে মোৰ বোৱালি সচাঁ মৰম ভালপোৱা জুখি চাব নোৱাৰি কিনো মোহে মোহিলি কিনো মোহে মোহিলি ঐ কিনো মোহে মোহিলি মইনা ঐ মইনা ঐ তোৰে প্ৰেমত পগলা তোৰে প্ৰেমত বলিয়া হলো ঐ তিনিআলিৰ মূৰতে এ মইনা থাকিম ৰৈ তোলৈকে এ মইনা আহিবি দেই অকলে ৰাকেশ ৰাকেশ বুলি এ মইনা জোকাব সমনীয়াই এ মইনা তোৰে আহি কাষলে তোল পৰা তোৰ হাঁহিটিত জিলিকে তোৰ গাল দুখনি খুপি খুপি খোজতে সৰি পৰে শেৱালি কিনো মোহে মোহিলি কিনো মোহে মোহিলি ঐ কিনো মোহে মোহিলি মইনা ঐ মইনা ঐ তোৰে প্ৰেমত পগলা তোৰে প্ৰেমত বলিয়া হলো চলাই যাম মইনা ঐ তোৰে নো ঐ ঘৰলৈ জলাই যাম মইনা ঐ তইয়ে চিনি পাবলৈ চিকিমিকি গধূলিত একা-বেঁকা বাটেদি…
-
Tumi Ahile (তুমি আহিলে) | Lyrics In Assamese | Deeplina Deka
Song Name: Tumi Ahile (তুমি আহিলে) Singer: Deeplina Deka Music: Trion Mahanta Mix-Mastered- Diganta Bordoloi Lyrics: Arshavik Tumi Ahile (তুমি আহিলে) | Lyrics In Assamese:– মোৰ মনত এপাহি গোলাপ, ৰ’লাহি তুমি গোপনে, তোমাৰ মৰম সনা চাওনিত, উশাহো বাঢ়িচে সঘনে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || অৱেগৰ কহুৰণ ফালি, দুচকুৰে হিম নিগৰে, তোমাৰ কোমল পৰশতে মোৰ, বুকু উপচি পৰে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || অৱেগৰ কহুৰণ ফালি, দুচকুৰে হিম নিগৰে, তোমাৰ কোমল পৰশতে মোৰ, বুকু উপচি পৰে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || মোৰ মনত এপাহি গোলাপ, ৰ’লাহি তুমি গোপনে, তোমাৰ মৰম সনা চাওনিত,…
-
Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics | Neel Akash
Song Name: Ishwar Oi (Bogi Bogi) | বগী বগী Singer Name: Neel Akash Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics:- বগী বগী ছোৱালী হাঁই ঐ হাঁই, মিচিকি হাঁহিৰে খুলি খুলি খাই, মৰম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই… বগী বগী ছোৱালী হাঁই ঐ হাঁই, মিচিকি হাঁহিৰে খুলি খুলি খাই, মৰম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই… এ মইনা লাগে যদি কোৱানা, গঢ়াই দিম মই গহণা, আৰু যদি লাগেনো দিম, মোৰে কুমল কলিজা, হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ পগলা কৰিলে….. হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ পগলা কৰিলে….. জান ঐ এধানি এবানি, কৰিলা হিয়াখনি, কলৈ যাং কি কৰোং লাগে, বুকু খন চপৰা চপৰে , খহিচে যেনে কৰি, বেছি দিন নাথাকিম চাগে, এ মইনা তাকে ভাবি চোৱানা, মনৰ যিহে যাতনা, আধাতেই নাভাঙিবা দেই, মোৰে কোমল ক’লিজা… হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ…