Category: Nisola Aaire Lyrics

  • Nisola Aaire Lyrics By Bishnu Prasad Rabha

    Song: Nisola Aaire (নিচলা আইৰে) Singer: Bishnu Prasad Rabha Nisola Aaire Lyrics Nisola Aaire Lyrics:— নিচলা আইৰে আমি খাটি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া । খোপাত কপৌফুল হাতত জেতুকাৰ বোল মুখত কিহৰ বোল সজোৱা বোলোৱা বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা । কবিতাৰে মোহচন্দ পাহৰি পেলোৱা অ’ পাহৰি পেলোৱা বিলাসিনীৰ বেশ ধৰি…