Category: O Prithibi Lyrics
-
O Prithibi Lyrics By Jyoti Prasad Agarwala
Song: O Prithibi (অ’ পৃথিৱী) Singer: Jyoti Prasad Agarwala O Prithibi Lyrics O Prithibi Lyrics:— অ’ পৃথিৱী, শিল্পীক তই অ’ পৃথিৱী, শিল্পীক তই মৰমকে কৰা নাই আদিৰ পৰা অনাদিলে’ শিপ্লীদলেই মনে প্ৰাণে আশাশুধীয়া চেনেহৰে তোক যে ভাল পায় ৷ নিজৰ তেজত বৰণ মাৰি সাধনাৰে মন্ত্ৰ জাৰি ভোক পিয়াহো কাতি কৰি তোৰ মুখনি ধুনীয়া কৰি যায় ৷ আন…