Category: Oi Jaan Oi

  • Oi Jaan Oi (ঐ জান ঐ) Lyrics | In Assamese | Zubeen Garg

    SONG: Oi Jaan Oi (ঐ জান ঐ)SINGER: Zubeen Garg Oi Jaan Oi (ঐ জান ঐ) Lyrics In Assamese :- ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰনিতে, ঐ জান তুমি থাকা ঐ জান সপোনত হৈ, ঐ জান আমাৰ দেখা ঐ জান ঐ…… ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান ঐ জাকে জাকে বিহুৱা ঐ জান ঐ ৰঙত হৈ বলিয়া ঐ জান তুমি আহিবা ঐ জান কপৌফুল আনিবা ঐ জান মোৰ ধিলা খোপাত ঐ জান তুমি গুজি দিবা ঐ জান ঐ…… ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান আনে জানো দিব ঐ জান তোমাৰ অন্তৰক ঐ জান কোনে বুজি পাব…