Category: Old Assamese Lyrics
-
Tuk Moi Dekha Nai Lyrics By Jyoti Prasad Agarwala
Song: Tuk Moi Dekha Nai (তোক মই দেখা নাই) Singer: Jyoti Prasad Agarwala Tuk Moi Dekha Nai Lyrics Tuk Moi Dekha Nai Lyrics:— তোক মই দেখা নাই তোক মই দেখা নাই বিয়াকুল হৈ বিচাৰি ফুলিলে তোক জানো লগ পাই ? মোৰ চকুৰ মণিত তোৰ, ছবি জ্বলা নাই, মনে তোৰ কথা…
-
Tiranga Nisan Bijoyi Nisan Lyrics By Jyoti Prasad Agarwala
Song: Tiranga Nisan Bijoyi Nisan (তিৰঙ্গা নিচান বিজয়ী নিচান) Singer: Jyoti Prasad Agarwala Tiranga Nisan Bijoyi Nisan Lyrics Tiranga Nisan Bijoyi Nisan Lyrics:— তিৰঙ্গা নিচান বিজয়ী নিচান তিৰঙ্গা নিচান বিজয়ী নিচান সসাগৰা পৃথিৱীৰ ধ্ৰুবজ্যোতি তই আলোকিছ ভাৰত বিমান ৷ সমৰৰ শক্তি দলিতৰ মুক্তি ক্ষুধিতৰ ত্ৰাণ তিৰঙ্গা নিচান বিজয়ী নিচান কোটি কোটি কণ্ঠে হব তোৰ জয় গাণ কোটি…
-
Dibrugarhore Diboru Noi Lyrics By Jyoti Prasad Agarwala
Song: Dibrugarhore Diboru Noi (ডিবৰুগড়ৰে ডিবৰু নৈ) Singer: Jyoti Prasad Agarwala Dibrugarhore Diboru Noi Lyrics Dibrugarhore Diboru Noi Lyrics:— ডিবৰুগড়ৰে ডিবৰু নৈ ডিবৰুগড়ৰে ডিবৰু নৈ কেনি বৈয়ে যাৱ লুইতলৈ নীল পৰ্ব্বতৰ অঁকা আবৰৰ বন মৰমৰ আনিছনে কিবা বতৰা ঐ ভৈয়ামলৈ ৷ তাৰ কত নিজৰাই তোক চুমা খাই অঁকা আবৰৰ সোণ মইনাই শিলনি ডবাৰ গোন্ধ বিৰিঙাই পঠালেনে কিবা…
-
Gyanor Sokure Lyrics By Jyoti Prasad Agarwala
Song: Gyanor Sokure (জ্ঞানৰ চকুৰে) Singer: Jyoti Prasad Agarwala Gyanor Sokure Lyrics Gyanor Sokure Lyrics:— জ্ঞানৰ চকুৰে যেয়ে জ্ঞানৰ চকুৰে যেয়ে পৃথিৱী চাবি স্বৰ্গ বিচাৰি পাবি ৷ নজনাৰপৰা অহা তই কোন এই পৃথিৱীতে এই ফুলনিতে তই বন-ভাত খাবি ৷ মহা শিল্পীয়ে ৰচিলে পৃথিৱী ফুলনি …. তই যে মানুহ আহিলি শিল্পী পৃথিৱী ধুনীয়া কৰা আজি জান অন্তৰে অন্তৰে…
-
Junuwali Nikhar Lyrics By Jyoti Prasad Agarwala
Song: Junuwali Nikhar (জোনোৱালী নিশাৰ) Singer: Jyoti Prasad Agarwala Drama: Xun Pokhili Junuwali Nikhar Lyrics Junuwali Nikhar Lyrics:– জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায়! জিক্মিক্ জিক্মিক্ কাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণকজুণুককৈ নূপুৰ বজায় ৷ পাখি কৰে ৰুণ্ ৰুণ্ গান গায় গুণ্ গুণ্ হাঁহি হাঁহি দেখুৱাই অঁকাবকা চকামকা ৰঙা সপোন ৷৷
-
Junaki Karengot Lyrics By Jyoti Prasad Agarwala
Song: Junaki Karengot (জোনাকী কাৰেঙত) Singer: Jyoti Prasad Agarwala Drama: Nimati Koina Junaki Karengot Lyrics Junaki Karengot Lyrics:— জোনাকী কাৰেঙত কোনে বীণ বায় ? জোনাকী কাৰেঙত কোনে বীণ বায় ? পোহৰে পোহৰে হাঁহি বিলায় ! আমাৰ নিমাতীৰ কোনে মাত ফুটাব ওঁঠতে হাঁহিটি দিব ফুলাই ? আমাৰ নিমাতীজনী নীলা সাগৰৰ হীৰা মণি আৰুণৰ হাঁহিৰে মুখনি বোলোৱা আলাসৰ প্ৰতিমাখনি…
-
Junor Junak Bhal Puwa Lyrics By Jyoti Prasad Agarwala
Song: Junor Junak Bhal Puwa (জোনৰ জোনাক ভাল পোৱা) Singer: Jyoti Prasad Agarwala Junor Junak Bhal Puwa Lyrics Junor Junak Bhal Puwa Lyrics:— জোনৰ জোনাক ভাল পোৱা জোনৰ জোনাক ভাল পোৱা পখিলা এটা আছে জোন দেখিলে উৰি উৰি ফুৰ্ফুৰ্কৈ নাচে ৷ বেলি দেখিলে পাতৰ আঁৰত জোন দেখিলে আপোন সুৰত নিশা ফুলা শেৱালি ফুলক চুবকে’ মৰম যাচে গোটেই…
-
Junor Junak Lyrics By Jyoti Prasad Agarwala
Song: Junor Junak (জোনৰ জোনাক) Singer: Jyoti Prasad Agarwala Junor Junak Lyrics Junor Junak Lyrics:— জোনৰ জোনাক চোতালে চোতালে জোনৰ জোনাক চোতালে চোতালে ফুৰে বেলিৰ পোহৰ বনে উপবনে ঘূৰে মোৰ গানে নৈ তেজৰ সোঁতত বিজুলি সঞ্চাৰে আঘাত কৰি বাৰে বাৰে ৷ মোৰ গানৰ লগত ভাবৰ আগ্নি যায় সেই অগ্নিয়ে নিৰাশা পুৰি ছাখাৰ কৰি আশাৰ প্ৰদীপ জ্বলায় ৷৷
-
Junor Jeuti Fulonit Pori Lyrics By Jyoti Prasad Agarwala
Song: Junor Jeuti Fulonit Pori (জোনৰ জেউতি ফুলনিত পৰি) Singer: Jyoti Prasad Agarwala Junor Jeuti Fulonit Pori Lyrics Junor Jeuti Fulonit Pori Lyrics:— জোনৰ জেউতি ফুলনিত পৰি জোনৰ জেউতি ফুলনিত পৰি পাতৰ আঁৰত লুকাই পুৱাৰ নিয়ঁৰে চকুপানী টুকি দুবৰি বনতে শুকাই ৷ আন্ধাৰৰ বুকুতে তৰা জকেমকাই পুৱা পোহৰতে নুমাই কোনে ডাৱৰৰে বুকুত জিকেমিকাই আকাশত বিজুলীয়াই? কোনে গধূলি…
-
Juire Ki Xur Lyrics By Jyoti Prasad Agarwala
Song: Juire Ki Xur (জুইৰে কি সুৰ) Singer: Jyoti Prasad Agarwala Juire Ki Xur Lyrics Juire Ki Xur Lyrics:— জুইৰে কি সুৰ লিখি যাৱ জুইৰে কি সুৰ লিখি যাৱ তোৰ বিজুলী বহ্নি বৰষা গান কিয় গাৱ, কিয়া গাৱ? অ’ মোৰ মনৰ বলিয়া কোন, জুই কুঁৱৰীৰ অগ্নি বীনৰ সুৰ তোৰ সপোনে সপোনে পুৰ সেইহে আজি…