Category: Old Assamese Lyrics

  • Juire Aakili Tora Akakhot Lyrics By Jyoti Prasad Agarwala

    Song: Juire Aakili Tora Akakhot (জুইৰে আঁকিলি তৰা আকাশত) Singer: Jyoti Prasad Agarwala Juire Aakili Tora Akakhot Lyrics Juire Aakili Tora Akakhot Lyrics:— জুইৰে আঁকিলি তৰা আকাশত জুইৰে আঁকিলি তৰা আকাশত          জুইৰে আঁকিলি তৰা কোন কাহানিৰে পৰা ? কোন কাহানিৰে পৰা আকাশত আঁকিলি তৰা… আন্ধাৰ পোহৰ কৰা ? পৃথিৱী আঁকিলি ইমান ফুলৰে শেৱালি…

  • Jibone Jibone Moi Lyrics By Jyoti Prasad Agarwala

    Song: Jibone Jibone Moi (জীৱনে জীৱনে মই) Singer: Jyoti Prasad Agarwala Jibone Jibone Moi Lyrics Jibone Jibone Moi Lyrics:— জীৱনে জীৱনে মই পাতিলোঁ পূজা জীৱনে জীৱনে মই পাতিলোঁ পূজা কোনেও নুবুজা, মই মন্ত্ৰ মাতিলোঁ মাথোঁ তয়ে ময়ে বুজা ৷ আজি সেই মন্ত্ৰ ভাঙি পাতি ক’ম জনতাৰ আশাৰ ফুলসৰা তয়ে ময়ে পাতো যিটি অভিনৱ কথা সিয়ে হ’ক জনতাৰ…

  • Jibonot Jodi Jola Nai Lyrics By Jyoti Prasad Agarwala

    Song: Jibonot Jodi Jola Nai (জীৱনত যদি জ্বলা নাই) Singer: Jyoti Prasad Agarwala Jibonot Jodi Jola Nai Lyrics Jibonot Jodi Jola Nai Lyrics:– জীৱনত যদি জ্বলা নাই তোৰ জীৱনত যদি জ্বলা নাই তোৰ  নবীন অগ্নি শিখা জনতাৰ যদি কপালত তই এতিয়া দেখা নাই  অৰুণৰ সেই জ্বলন্ত হাঁহিৰে  প্ৰদিপ্ত ভাগ্যলিখা ৷ প্ৰগতি বাটৰ বাটৰুৱা বুলি কৈ নুফুৰিবি তই…

  • Jir Jir Koi Buwa Nijora Lyrics By Jyoti Prasad Agarwala

    Song: Jir Jir Koi Buwa Nijora (জিৰ জিৰকৈ বোৱা নিজৰা) Singer: Jyoti Prasad Agarwala  Jir Jir Koi Buwa Nijora Lyrics Jir Jir Koi Buwa Nijora Lyrics:—- জিৰ জিৰকৈ বোৱা নিজৰা জিৰ – জিৰকৈ বোৱা নিজৰা  আন কৰে বতৰা ? তোৰ বগা ফেনৰ উদবাউলী হিয়া তোৰ কুল – কুলনিৰ সুৰটো মোৰ মনটো হৰি নিয়া তোৰ কঁপা পানীত পৰি…

  • Janu Janu Xundor Lyrics By Jyoti Prasad Agarwala

    Song: Janu Janu Xundor (জানো জানো সুন্দৰ) Singer: Jyoti Prasad Agarwala  Janu Janu Xundor Lyrics Janu Janu Xundor Lyrics:— জানো জানো সুন্দৰ জানো জানো সুন্দৰ    পৃথিৱীয়ে তোক চিনি নাপায় নিজৰ মুখনি যি দাপোনত কোন কালে নিজে দেখা নাই….. তাৰে ছবি আঁকি মই তাৰে আগতে দিলে সিনো কেনেকৈ চিনি পায় ? মই মোক চিনি পালে তোকে চিনি…

  • Jibonot Joto Gan Galu Lyrics By Jyoti Prasad Agarwala

    Song: Jibonot Joto Gan Galu (জীৱনত যত গান গালোঁ) Singer: Jyoti Prasad Agarwala Jibonot Joto Gan Galu Lyrics Jibonot Joto Gan Galu Lyrics:— জীৱনত যত গান গালোঁ জীৱনত যত গান গালোঁ সেই গানবোৰে মোক ঘূৰি আহি সুধিলে নতুন দিনৰ বাবে মোৰ কবিটিয়ে বাৰু কাক লিখিলে ? হুমুনিয়াহ পেলাই মই কাকো লিখা নাই বুলি ক’লে কবিটিয়ে কাকো লিখা…

  • Jilika Pakhire Lyrics By Jyoti Prasad Agarwala

    Song: Jilika Pakhire (Jilika Pakhire) Singer: Jyoti Prasad Agarwala Drama: Rupalim Jilika Pakhire  Lyrics Jilika Pakhire  Lyrics:— জিলিকা পাখিৰে অ’ সোণ ম’ৰা চৰাই ৰঙা সেউজীয়া তৰা ফুটুকীয়া তোৰ গোট গাৱতে অ’ সোণ ম’ৰা চৰাই ! জুৰিটিৰ পাৰতে ঠেও ধৰি তোৰ মৰমতে মৰো অ’ সোণ ম’ৰা চৰাই !!

  • Janu Janu Lyrics By Jyoti Prasad Agarwala

    Song: Janu Janu (জানো জানো) Singer: Jyoti Prasad Agarwala Drama: Nimati Koina Janu Janu Lyrics  Janu Janu Lyrics:– জানো জানো জানো বিফলে নাযায় মোৰো গানো ৷ মোৰ য’ত অশ্ৰুজল তীৰ্থ জলেৰে মিলি উজলিব পৃথিৱীৰ কোষায় কোষায় জানো জানো জানো  ৷ মোৰ যত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান জানো জানো জগাব সি বিশ্বৰ প্ৰাণো ৷ অকলশৰীয়া সেই…

  • Jana Gana Mon Jyoti Lyrics By Jyoti Prasad Agarwala

    Song: Jana Gana Mon Jyoti (জনগণমন জ্যোতি) Singer: Jyoti Prasad Agarwala Jana Gana Mon Jyoti Lyrics Jana Gana Mon Jyoti Lyrics:— জাগে জাগে জাগে জনগণমন জ্যোতি জাগে জাগে জাগে জনগণমন জ্যোতি গগনে গগনে জ্বলে বালাৰ্ক দ্যুতি জাগে গণমন জ্যোতি ৷ আজি মুকুলিত জনসাধনা আজি সুফুলিত জনকামনা অনুপশমিত আজি সঞ্চিত যাতনা ৷ আজি কুসুমিত জন চেতনা প্ৰশমিত হওক…

  • Jaga Jaga Lyrics By Jyoti Prasad Agarwala

    Song: Jaga Jaga (জাগা… জাগা) Singer: Jyoti Prasad Agarwala  Movie: Nimati Koina Jaga Jaga Lyrics Jaga Jaga Lyrics:– জাগা… জাগা নক্ষত্ৰৰ প্ৰভাতে প্ৰভাতে হাঁহা … সকলো সন্ধিয়াৰে ভুৱনে ভুৱনে বিয়পি তোমাৰ হাঁহিয়ে কোটি জগতৰ আকাশ কৰিছে ময়াপী ৷ তোমাৰ স্বৰৰ লহৰে অনন্তৰ অন্ত বিচাৰি তোমাতেই অন্ত পায় ৷ তোমাৰ কণ্ঠেৰে কণ্ঠৱতী কোনে মতা নাই? কোনে মতা নাই?