Category: Old Assamese Lyrics
-
O Horu Bhoniti Lyrics By Ridip Dutta
Song: O Horu Bhoniti (অ’ সৰু ভনীটি) Singer: Ridip Dutta O Horu Bhoniti Lyrics O Horu Bhoniti Lyrics:— অ’ সৰু ভনীটি, মূগা-ৰিহা পিন্ধিলি লাহটি খোপাতে কপৌফুল গুজিলি দেখি মৰম লাগি যায়, হাই দেখি মৰম লাগি যায় মনৰে চাপৰিত কহুঁৱা ফুলিছে, বৰ পথাৰতে ঐ পেঁপাটি বাজিছে, লিহিৰি গগঁনাই তোকে ঐ ৰিঙিয়াই লিহিৰি গগঁনাই মোকে ঐ ৰিঙিয়াই চেনাই ধন…
-
Prithibi Khon Aji Lyrics By Nirmal Prabha Bordoloi
Song: Prithibi Khon Aji (পৃথিৱীখন আজি) Singer: Nirmal Prabha Bordoloi Prithibi Khon Aji Lyrics Prithibi Khon Aji Lyrics:— পৃথিৱীখন আজি হ’লহেঁতেন যদি এখনি বিহুৰ তলি তাণ্ডৱ নৃত্যহে নাচিলোহেঁতেন বহাগৰ বিহু বুলি মেঘৰে ঢোল বজালোহেঁতেন বতাহক তাল কৰি শোষণৰ পৃথিৱী লুটিলোহেঁতেন ভৰিৰে উজুটি মাৰি মেহনতি মানুহক বিহুতলি লাগে বিয়াগোম নাচনী চুলি বিশ্বজোৰা নাচোন নাচিব পুৰণি পৃথিৱী কালি বিহু…
-
Akou Rati Puwal Lyrics By Tarali Sarma
Song: Akou Rati Puwal (আকৌ ৰাতি পুৱাল) Singer: Tarali Sarma Akou Rati Puwal Lyrics Akou Rati Puwal Lyrics:— আকৌ ৰাতি পুৱাল মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই কিয় সূৰুযে নুগুচাই? আকৌ ৰাতি পুৱাল মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই কিয় সূৰুযে নুগুচাই? অভিমান মনৰ কোনে বুজি পায় আবেগৰ যেন কোনে মূল্য নাই অভিমান মনৰ কোনে বুজি পায় আবেগৰ যেন কোনে মূল্য…
-
Kaar Nu Bin Baje Lyrics By Bishnu Prasad Rabha
Song: Kaar Nu Bin Baje (কাৰ নো বীণ বাজে) Singer: Bishnu Prasad Rabha Kaar Nu Bin Baje Lyrics Kaar Nu Bin Baje Lyrics:— কাৰ নো বীণ বাজে ওৰে দিন বাজে গুণ গুণ গুণ গুণ গুণ গুণ কাৰ নো বীণ … বীণ বৰাগীৰ নূপুৰ বাজে ৰুণ জুণ জুণ জুণ জুণ জুণ কাৰ নো বীণ … তালে তালে হালে…
-
Xagorika Kinu Kola Lyrics By Ridip Dutta
Song: Xagorika Kinu Kola (সাগৰিকা কিনো ক’লা) Singer: Ridip Dutta Xagorika Kinu Kola Lyrics Xagorika Kinu Kola Lyrics:— সাগৰিকা কিনো ক’লা মনে মনে কিনো দিলা উচুপি আহি মৰমতে কি মৰম সানি দিলা সাগৰিকা … যদি তুমি নিৰলে থাকি সাচি ৰখা হিয়াঁৰ অলেখ অযুত মৰম দিয়া ঢালি যদি তুমি নিৰলে থাকি সাচি ৰখা হিয়াঁৰ অলেখ অযুত মৰম দিয়া…
-
Monole Ubhoti Ahe Lorali Lyrics By Zubeen Garg
Song: Monole Ubhoti Ahe Lorali (মনলে ওভতি আহে ল’ৰালি) Singer: Zubeen Garg Monole Ubhoti Ahe Lorali Lyrics Monole Ubhoti Ahe Lorali Lyrics:— মনলে ওভতি আহে ল’ৰালি তোৰে মোৰে এটি এটি ধেমালি আছিলোঁ তোৰে মৰমতে খেলি মোৰো ভাল লগে তাকে সোঁৱৰি অ’ অ’ অ’ … মনলৈ ওভতি আহে ল’ৰালি তোৰে মোৰে এটি এটি ধেমালি । তোকে লৈ দেখোঁ…
-
Anuraag Tumar Babe Lyrics By Tarali Sarma
Song: Anuraag Tumar Babe (অনুৰাগ তোমাৰ বাবে) Singer: Tarali Sarma Anuraag Tumar Babe Lyrics Anuraag Tumar Babe Lyrics:– অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে তোমাৰ দুবাহুতে, সুখ মোৰ জীৱনৰে শৰীৰৰ শিৰে শিৰে, বৈ আছা তুমিয়ে বৈ আছা তুমিয়ে । দেহৰ ভাঁজে ভাঁজে, কলিজাৰ আঁহে আঁহে । অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে তোমাৰ দুবাহুতে, সুখ মোৰ জীৱনৰে…
-
Bhagoruwa Monor Lyrics By Tarali Sarma
Song: Bhagoruwa Monor (ভাগৰুৱা মনৰ) Singer: Tarali Sarma Bhagoruwa Monor Lyrics Bhagoruwa Monor Lyrics:— ভাগৰুৱা মনৰ নিজান সময়বোৰ কিয় হে হুমুনিয়াহে ভৰা ক্ষণ হয় নিৰাশাৰে সেমেকা সোঁৱৰণি লৈ অ’ হতাশাৰ লোটক টোপা টোপে দুগালে নিগৰায় হতাশাৰ লোটক টোপা টোপে দুগালে নিগৰায় ভাগৰুৱা মনৰ নিজান সময়বোৰ কিয় হে হুমুনিয়াহে ভৰা ক্ষণ হয় নিৰাশাৰে সেমেকা সোঁৱৰণি লৈ অ’ হতাশাৰ…
-
Mukoli Lyrics By Tarali Sarma
Song: Mukoli (মুকলি) Singer: Tarali Sarma Mukoli Lyrics Mukoli Lyrics:— মুকলি মুকলি, মন মোৰ বগলী উৰি যায় দূৰলৈ, বুকুৰ । বুকুৰে ভিতৰত আশাৰে গজাঁলি নতুনৰে ৰ’দ লাগি । লাগে ৰ’দ নতুনৰ নতুনৰে ৰ’দ লাগি । কত দিন কত নিশা, পাৰ হ’ল মানুহৰ কত হাঁহাকাৰ শুনি । উচুপি উচুপি আছে, এতিয়া বহুজনে অলপ পোহৰ বিচাৰি । উটি যা,…