Category: Old Assamese Lyrics

  • Etiyao Rati Nai Lyrics By Upen Kakati

    Song: Etiyao Rati Nai (এতিয়াও ৰাতি নাই) Singer: Upen Kakati Etiyao Rati Nai Lyrics Etiyao Rati Nai Lyrics:— এতিয়াও ৰাতি নাই বজাবলে বাকী আছে মেঘে গজা হাতখনি মঘাই ওজাই ৰজন জনাই জুই ফুলা চাপৰেৰে লুইত কঁপায় মঘাই ওজাৰ চাপৰতে গণ নাট গীত-মাতে সাৰ পায় জোৱাৰ নমায় ঢৌ তুলি পৃথিৱী কঁপায় অ’ ওজা হাঁহা তুমি ঢোলটি বজোৱা ।…

  • Mora Aauxir Rati Lyrics By Upen Kakati

    Song: Mora Aauxir Rati (মৰা আঁউসীৰ ৰাতি) Singer: Upen Kakati Mora Aauxir Rati Lyrics Mora Aauxir Rati Lyrics:— মৰা আঁউসীৰ ৰাতি ফেঁচাই কুৰুলিয়াই ঘৰ জেউতিৰ হাঁহি নুমাই মৰহি যায় । আল্লাক সাৰথি কৰাহে বান্ধ আল্লাক সাৰথি কৰাহে বান্ধ দেহৰে ভৰসা নাই মোৰ আল্লা জীৱৰে তৰণী নাই মোৰ আল্লা দেহৰে ভৰসা নাই । দুনীয়া এদিনৰ, দুনীয়া দুদিনৰ দুনীয়া…

  • Aagloti Kolapaat Lore Ki Sore Lyrics By Upen Kakati

    Song: Aagloti Kolapaat Lore Ki Sore (আগলতি কলাপাত লৰে কি চৰে) Singer: Upen Kakati Aagloti Kolapaat Lore Ki Sore Lyrics Aagloti Kolapaat Lore Ki Sore Lyrics:— আগলতি কলাপাত লৰে কি চৰে চিলনী আই তোৰ আগতে পৰে ফাগুনী আই, আইতো নাই আগলি পাততে কাউৰী পৰে আগলি পাততে কাউৰী পৰে । নেখাবি নেখাবি অজাতি কাউৰী নেখাবি নেখাবি অজাতি কাউৰী…

  • Godhuli Ahil Lyrics By Nirmal Prabha Bordoloi

    Song: Godhuli Ahil (গধূলি আহিল) Singer: Nirmal Prabha Bordoloi Godhuli Ahil Lyrics  Godhuli Ahil Lyrics:— গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজ্বলি উঠিল । জোনৰে পানচৈ ঘাটতে চাপিল চিকুণে চেনেহত তোমাৰে কাষলে মনটি উৰিল । জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰ হাঁহিতে দেখা যেন লাগিল । জোনৰে পানচৈ … ৰিণিকি ৰিণিকি তোমাৰে মাতটি দূৰণি…

  • Eitu Prahar Xunnyo Prahar Lyrics By Nirmal Prabha Bordoloi

    Song: Eitu Prahar Xunnyo Prahar (Nirmal Prabha Bordoloi) Singer: Nirmal Prabha Bordoloi Eitu Prahar Xunnyo Prahar Lyrics Eitu Prahar Xunnyo Prahar Lyrics:— এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত সঙ্কট আজি প্ৰতি পদে পদে ধুঁৱলি কুঁৱলি বাট । কেৱল জ্বলিছে চকুত এতিয়া তীখা তীক্ষ্ণ জ্যোতি সেই পোহৰতে যাম আগবাঢ়ি ক্লান্ত নকৰি গতি দীৰ্ঘ পথৰ শেষত পামেই হেৰোৱা…

  • Olop Hahi Olop Ashru Lyrics By Nirmal Prabha Bordoloi

    Song: Olop Hahi Olop Ashru (অলপ হাঁহি অলপ অশ্ৰু) Singer: Nirmal Prabha Bordoloi Olop Hahi Olop Ashru Lyrics Olop Hahi Olop Ashru Lyrics:— অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ এয়ে পৃথিৱীৰ সেউজী দূৱৰি যাউতি যুগীয়া সাঁথৰ । এই মাটিতেই ৰচিম স্বৰ্গ অশ্ৰু দুহাতে মচি মাটিৰ মাটীয়া ৰহণ গুচাম প্ৰাণৰ পাপৰি সিঁচি শক্তিৰ সেতু বান্ধিম থাকিলে ভয়,…

  • Aji Pranor Mela Patisu Lyrics By Nirmal Prabha Bordoloi

    Song: Aji Pranor Mela Patisu (আজি প্ৰাণৰ মেলা পাতিছো) Singer: Nirmal Prabha Bordoloi Aji Pranor Mela Patisu Lyrics Aji Pranor Mela Patisu Lyrics:— আজি প্ৰাণৰ মেলা পাতিছো নতুন নাটক মেলিছো সুৰৰ বন্তি নাচৰ শিখা আকাশ ধিয়াই জ্বলিছো । আজি নতুন শপত আনিছো হৃদয়তে থাপিছো হাততে হাতে ধৰি যোৱাৰ সেন্দুৰীয়া আলি গঢ়াৰ অংগীকাৰ কৰিছো । আজি প্ৰাণৰ মেলা…

  • Akou Notun Prabhat Hobo Lyrics By Nirmal Prabha Bordoloi

    Song: Akou Notun Prabhat Hobo (আকৌ নতুন প্ৰভাত হ’ব) Singer: Nirmal Prabha Bordoloi Akou Notun Prabhat Hobo Lyrics  Akou Notun Prabhat Hobo Lyrics:– আকৌ নতুন প্ৰভাত হ’ব কালৰাতি এই নাথাকিব নিউ নিউ কৰা ফেঁচাৰ চিঞৰ শিয়ালৰ ৰাও আঁতৰিব আকৌ নতুন … আকৌ নতুন প্ৰভাত হ’ব কালৰাতি এই নাথাকিব অন্ধকাৰৰ ডাইনী ভূতৰ বক্ষ পোহৰে বিদাৰিব । আকৌ নতুন…

  • Borkhar Ritu Bhal Pau Moi Lyrics By Nirmal Prabha Bordoloi

    Song: Borkhar Ritu Bhal Pau Moi (বৰ্ষাৰ ঋতু ভাল পাওঁ মই) Singer: Nirmal Prabha Bordoloi Borkhar Ritu Bhal Pau Moi Lyrics Borkhar Ritu Bhal Pau Moi Lyrics:— বৰ্ষাৰ ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাত সেউজী ৰহণ সিয়ে সানে মাথো শুকান গছৰে পাত । ধুমুহাই দিয়ে অজান পুলক ভাল পাওঁ তাৰ গতি মৰহা পাতৰ ঠাই নাই বুলি…

  • Mayamoi Rupali Junak Lyrics By Nirmal Prabha Bordoloi

    Song: Mayamoi Rupali Junak (মায়াময় ৰূপালী জোনাক) Singer: Nirmal Prabha Bordoloi  Mayamoi Rupali Junak Lyrics Mayamoi Rupali Junak Lyrics:— মায়াময় ৰূপালী জোনাক ছাঁয়াঘন সৰলৰে পাত জিৰ্ জিৰ্ জিৰ্ জুৰিৰে পাৰত পামনে মই পামনে তোমাক । কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে হাঁয় মায়াময় ৰূপালী জোনাক … তুমি অজানা…