Category: Old Assamese Lyrics

  • Hiri Biri Hiri Biri Lyrics By Bishnu Prasad Rabha

    Song: Hiri Biri Hiri Biri (হিৰি বিৰি হিৰি বিৰি) Singer: Bishnu Prasad Rabha Hiri Biri Hiri Biri Lyrics Hiri Biri Hiri Biri Lyrics:– হিৰি বিৰি হিৰি বিৰি হেই অ’ হেই হেই নীলাকৈ আকাশ তৰাফুল বছা কিয়নো ঐ হাঁহিৰে সপোন ৰচা । বাৰিষাৰ ডাৱৰত বিজুলীৰ খেলা কিয়নো ঐ সৰগৰ সঁফুৰা মেলা হিৰি বিৰি হিৰি বিৰি হেই অ’ হেই…

  • O Jume Jume Lyrics By Bishnu Prasad Rabha

    Song: O Jume Jume (অ’ জুমে জুমে) Singer: Bishnu Prasad Rabha O Jume Jume Lyrics O Jume Jume Lyrics:— অ’ জুমে জুমে আহ কেঁচা সোণ আহ বনুৱাৰ দল ন-পোহৰৰ জিলিক সানি যাওঁ আগুৱাই ব’ল । যুগমীয়া সাঁচতীয়া জা জাৱৰি মলি চিকুণাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধূলি নতুন সাজত নতুন ভাবত ন ধৰাত উজ্বলি আগুৱাই যাওঁ লগৰীয়া‌…

  • Melani Belar Bidai Logon Lyrics By Bishnu Prasad Rabha

    Song: Melani Belar Bidai Logon (মেলানি বেলাৰ বিদায় লগন) Singer: Bishnu Prasad Rabha Melani Belar Bidai Logon Lyrics Melani Belar Bidai Logon Lyrics:— মেলানি বেলাৰ বিদায় লগন যেতিয়া আহিব চাপি, উঠিবনে প্ৰিয়ে তেতিয়া এবাৰ হৃদয় তোমাৰ কঁপি? বিদায় ক্ষণত থাকিলে নীৰৱ পাবা একোটি আভাস, সেই আভাসে মোৰ হৃদয়ৰে শেষ মিনতিৰ শ্বাস । গধূলি বেলিকা দেৱ নাম লিখা…

  • Garib Hiyar Alekh Pradip Lyrics By Bishnu Prasad Rabha

    Song: Garib Hiyar Alekh Pradip (গৰীৱ হিয়াৰ অলেখ প্ৰদীপ) Singer: Bishnu Prasad Rabha Garib Hiyar Alekh Pradip Lyrics Garib Hiyar Alekh Pradip Lyrics:– গৰীৱ হিয়াৰ অলেখ প্ৰদীপ জ্বালি কৌটি দুখীয়াৰ তপত ৰুধিৰ ঢালি পাতে ধনীয়ে দীপালি । বাহু ব্যথিতৰ হিয়াই হিয়াই প্ৰলয় নাচন শিখাই শিখাই তুলি দাবানল দুখ উজ্বলাই উঠে বিপ্​লব্ জ্বলি পাতে ধনীয়ে দীপালি । পীড়িতৰ…

  • Bidai Belika Lyrics By Bishnu Prasad Rabha

    Song: Bidai Belika Lyrics (বিদায় বেলিকা) Singer: Bishnu Prasad Rabha Bidai Belika Lyrics Bidai Belika Lyrics:— বিদায় বেলিকা জুৰুলা হিয়া মোৰ কি সতেনো গীত গাওঁ চলচলীয়া চকুত কান্দোনৰ চাব বিৰিঙি উঠে বেজাৰত বেজাৰে নিৰলে চকু জুৰি মোৰ চকুলোৰে সোঁত বোৱাই যায় বিদায় … ।

  • Hey Biplobi Veer Lyrics By Bishnu Prasad Rabha

    Song: Hey Biplobi Veer Lyrics (হে’ বিপ্লৱী বীৰ) Singer: Bishnu Prasad Rabha Hey Biplobi Veer Lyrics Hey Biplobi Veer Lyrics:— হে’ বিপ্লৱী বীৰ অধিনায়ক হে’ দিয়া অগ্নিবাণী বিপ্লৱৰ ভাঙা বন্দিশাল কোটি কালৰ মুক্তি হওঁক নিৰ্যাতিতৰ । তৱ দীপ্ত অনুৰাগে নিদ্ৰা আচম্বিতে জাগে জাগে জাগে জাগে নিপীড়িত দল জগতৰ । তব শুভ আগমনে জ্বলে ৰক্ত ভানু নৱ তালে…

  • Dukhiya Koliza Lyrics By Bishnu Prasad Rabha

    Song: Dukhiya Koliza (দুখীয়া কলিজা) Singer: Bishnu Prasad Rabha Dukhiya Koliza Lyrics Dukhiya Koliza Lyrics:— দুখীয়া কলিজা নিঙাৰি ল’ব টুপি টুপি তেজ শুঁহি শুঁহি পিব ৰুকি ৰুকি মঙহ চোবাই খাব কুৰুকি হাড় কেউডালো চোবাব হুচিয়াৰ! হুচিয়াৰ! ধনী! মহাজন! জমিদাৰ! হুচিয়াৰ! হুচিয়াৰ! বিপ্লৱ পথৰে যাত্ৰী আমি সৰ্‌বহাৰাৰে মুক্তকামী চূৰ্ণ কৰিম আমি সংগ্ৰামী দৰ্প ধনীৰ, পণ আমাৰ হুচিয়াৰ! হুচিয়াৰ!…

  • O Pujari Adori Lyrics Bishnu Prasad Rabha

    Song: O Pujari Adori (অ’ পূজাৰী আদৰি) Singer: Bishnu Prasad Rabha O Pujari Adori Lyrics O Pujari Adori Lyrics:— অ’ পূজাৰী আদৰি দিলো এই বৰণ শৰাই পূজাৰী দিলো এই বৰণ শৰাই । বিয়পি ধৰণী শুনো ৰিণি ৰিণি জগতৰ নানা বিলাই হৰি নাম ভকতি হৰি নাম ৰকতি হৰি নাম মুকুতি পাই বৈশ্য ভকতৰ কৃষ্ণৰ কিঙ্কৰ সুন্দৰ শংকৰ কিয় নাই…

  • Karkhanare Sitir Humuniya Lyrics By Bishnu Prasad Rabha

    Song: Karkhanare Sitir Humuniya (কাৰখানাৰে চিটিৰ হুমুনিয়া) Singer: Bishnu Prasad Rabha Karkhanare Sitir Humuniya Lyrics  Karkhanare Sitir Humuniya Lyrics:– কাৰখানাৰে চিটিৰ হুমুনিয়া কলৰ ঘৰ্‌ঘৰণি বুকু কঁপোৱা শুনি শুনি কাঁহৰ মাত কঠুৱা কান্দে দুখীয়া বনুৱা । শুদা মজিয়াত অকলশৰীয়া বিনায় কোলাত হিয়া লগৰীয়া পুৱাই লঘোণ, ভাত নাইকিয়া কান্দে দুখীয়া বনুৱা । অসহ জীৱন উটি ভাহি যোৱা ভগা ছিগা…

  • Tumar Fulore Mala Lyrics Bishnu Prasad Rabha

    Song: Tumar Fulore Mala (তোমাৰ ফুলৰে মালা) Singer: Bishnu Prasad Rabha Tumar Fulore Mala Lyrics  Tumar Fulore Mala Lyrics:— তোমাৰ ফুলৰে মালা আজিয়ে লেৰেলি যায় সুৰভি-সঁফুৰা মেলা ফুল পাহি সিও যে মৰহি যায় । নয়নৰ মোৰ নিয়ৰ টোপাল নুশুৱায় মোৰ এই দুয়োগাল বেদনা তাপত কিয়নো শুকাল চকু ফালি লো নোলায় । ফুলৰ পাহি গ’ল মৰহি স্মৃতিৰ সুৰভি…