Category: Old Assamese Lyrics
-
Gose gose pati dile lyrics by Jyoti Prasad Agarwala
Song: Gose gose pati dile Singer:Jyoti Prasad Agarwala Gose gose pati dile lyrics Song: Gose gose pati dile (কোনে) গছে গছে পাতি দিলে ফুলৰে শৰাই (ৰাম ৰাম ) কলিয়া ভোমোৰা গুঞ্জৰি আহে গোন্ধকে ধিয়াই (ৰাম ৰাম ) কোনে গোলাপী সখীক এনে হাঁহি দিলে ৰূপতে ৰাঙে চৰাই…. ওৰণি তলতে পৰিমল ৰেণু উৰুৱাই পৱনে দিলে বিলাই ৷৷
-
Gaon khon mur dhuniya lyrics by Jyoti Prasad Agarwala
Song: Gaon khon mur dhuniya Singer: Jyoti Prasad Agarwala Gaon khon mur dhuniya lyrics Gaon khon mur dhuniya গাঁওখনি মোৰ ধুনীয়া গাঁওখনি মোৰ গুণীয়া মৰমতে মৰোঁ সেউজী আঁচল ধৰো ৷ গাঁওখনিকেই ভাবি ভাবি কত সপোন ৰচোঁ… দুখ বেজাৰত গাঁওখনিৰেই মু’খনি চাই চকুৰ পানী মচোঁ ৷ মোৰ গাঁওখনি অ’, মোৰ মাওজনী অ’ তৰাতকৈও জোনতকৈও আকাশী চৰগতকৈও ভাল ৰাতিপুৱাই…
-
Gaor Ghar Lyrics By Jyoti Prasad Agarwala
Song: Gaor Ghar Singer: Jyoti Prasad Agarwala Gaor Ghar Lyrics Gaor Ghar Lyrics গাঁৱৰ ঘৰৰ মোৰ চোতালত ৰূপৰ জোনাক পৰে ছঁয়াময়া সোণ সপোনৰ অময়া ৰূপ ধৰে ৷ সোণ সূৰুযৰ সোণৰ লিখাই গাঁৱৰ চোতালত সোণৰ সাধু আঁকে বাঁকে সোণ শইচৰ সোণালী কপালত সাধুত লিখিলে সৃষ্টিৰ মহামন্ত্ৰ সোণৰ হাঁহিৰে জনতা জাগিলে জাগিলে জনতন্ত্ৰ ৷৷
-
Sirasundare Dhoribo Khujise Lyrics By: Jyoti Prasad Agarwala
Song: Sirasundare Dhoribo Khujise Singer: Jyoti Prasad Agarwala Sirasundare Dhoribo Khujise Lyrics Sirasundare Dhoribo Khujise Lyrics চিৰসুন্দৰে ধৰিব খুজিছে বিশ্বজনতা ৰূপ৷ নবীন গন্ধে নবীন বৰ্ণে জনজীৱনৰ মন্ত্ৰ জাগিছে তন্ত্ৰ জাগিছে আকাশে আকাশে বিয়পি পৰিছে নৱজীৱনৰ ধূপ৷ আজি জনতাৰ জোনাকী চকুত স্বৰ্ণজ্যোতি জ্বলে আজি জনতাৰ মন ফুলনি সুশোভিত ফুলে ফলে আজি জনতাই পৰাশ পালে হৰষ পালে,…
-
Saraniya Patharar Garakhiya Geet Lyrics By Jyoti Prasad Agarwala
Song: Saraniya Patharar Garakhiya Geet Lyrics By : Jyoti Prasad Agarwala Saraniya Patharar Garakhiya Geet Lyrics Saraniya Patharar Garakhiya Geet Lyrics চৰণীয়া পথাৰৰ গৰখীয়া গীত দূৰণিবটীয়া হৰিলি চিত চৰণী্য়াপথাৰৰ গৰখীয়া গীত৷ পিজলী কাজলী গাখীৰতী গাই তোৰ মান ধুনীয়া নাই দামুৰি পোৱালিয়ে সেউজীয়া ঘাঁহনিত উমলি ধপলিয়াই৷ হালৰে এহালি হালৰে দুহালি হালৰ তিনিহালি গৰু চাৰিহালি— গৰু যে…
-
Bihu Gamosate Lyrics By Jyoti Prasad Agarwala
Song: Bihu Gamosate (বিহু গামোচাতে) Singer: Jyoti Prasad Agarwala Bihu Gamosate Lyrics Bihu Gamosate Lyrics:— বিহু গামোচাতে আচুৰে নাবাছি গুণাৰে বাছিলি ফুল জীৱনত লগালি কিনো সেন্দুৰীয়া কিনো আপদীয়া ভুল৷ ফুলতে বাছিলি তোৰে পদুম চকু দেখি মোৰ হেন্দোলে বুকু হাঁহিৰে বোলোৱা সূতাৰে বোলোৱা চলালি মৰমৰ মাকো৷ ফুলাম গামোচাৰে ব’লি অ’ লখিমী যাউতিযুগীয়া প্ৰাণৰে সাঁকো৷৷
-
Biswa Xobhat Gaan gaboloi Lyrics By Jyoti Prasad Agarwala
Song: Biswa Xobhat Gaan gaboloi (বিশ্ব সভাত গান গাবলৈ) Singer: Jyoti Prasad Agarwala Biswa Xobhat Gaan gaboloi Lyrics Biswa Xobhat Gaan gaboloi Lyrics:— বিশ্ব সভাত গান গাবলৈ কোন যাবি কোন যাবি জন পূজাৰ মনৰ কাজল পিন্ধি আহিবি ৷ খোপাতে তই পিন্ধি লবি নতুন আমৰ মল মাটিৰ ঘটত ভৰি লবি সেৱাতীৰ্থ জল বুকুতে তই লবি আঁৰি নতুন ফুলৰ সাতেসৰী…
-
Siro Hundorok Dekhisilu Lyrics By Jyoti Prasad Agarwala
Song: Siro Hundorok Dekhisilu (চিৰসুন্দৰক দেখিছিলোঁ) Singer: Jyoti Prasad Agarwala Siro Hundorok Dekhisilu Lyrics Siro Hundorok Dekhisilu Lyrics:— চিৰসুন্দৰক দেখিছিলোঁ এদিন সপোন-পুৱা মহাজ্ঞানৰ মুকুট পিন্ধি পোহৰেদি যোৱা৷ মৌ মুগ্ধ মুকুতাৰে মোৰ যাচি দিলোঁ সুদা কৰি শত জীৱনৰ সকলো ভালপোৱা৷ দেখিছিলোঁ পোহৰেদি যৌৱা৷ মাথো হাঁহিলে এবাৰ মোৰ ফালে চাই বিশ্ববিজয়ী হাঁহি সেই, হাঁহিৰ অৰ্থ বুজো বুজো কৰি বজাওঁ…
-
Siro hundor Lyrics By Jyoti Prasad Agarwala
Song: Siro hundor (চিৰসুন্দৰ) Singer: Jyoti Prasad Agarwala Siro hundor Lyrics Siro hundor Lyrics:— চিৰসুন্দৰ ! হে চিৰসুন্দৰ মোৰ ৰাগ ৰুৰবীৰে পতা লবি পূজা, তোৰে সুৰেৰে মই ৰচিলোঁ কতনা গান বুজা-নুবুজা লবি পূজা। মোৰ যত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান মনে মনে সোণোৱালী সপোন-বিভোৰ সপোনৰো সপোনত ছয়াময়া ৰূপ জ্বলে তোৰ সুৰৰ শতেক ফুলে চকুৰ লোতক জ্বলে…
-
Gumori Uthise Hiya Lyrics By Jyoti Prasad Agarwala
Song: Gumori Uthise Hiya (গুমৰি উঠিছে হিয়া) Singer: Jyoti Prasad Agarwala Gumori Uthise Hiya Lyrics Gumori Uthise Hiya Lyrics:— গুমৰি উঠিছে হিয়া অভিনৱ তানে ৷ যৌৱনৰ প্ৰথম পুৱাত আজি ক’ত আছে প্ৰাণৰ আলহী কোনে কৈয়ে দিব কোনে জানে ৷৷