Category: Samabeta Sangeet
-
Srimoyee Axomir Lyrics | Samabeta Sangeet
Song: Srimoyee Axomir (শ্ৰীময়ী অসমীৰ) – Samabeta Sangeet Srimoyee Axomir Lyrics Srimoyee Axomir Lyrics:— শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উচবৰ মধু আলোড়ন । শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উচবৰ মধু আলোড়ন । জাগে গম্ভীৰ গিৰিবৰ, প্ৰান্তৰ মনোহৰ, গম্ভীৰ গিৰিবৰ, প্ৰান্তৰ মনোহৰ । সুন্দৰ বন-উপবন ভেদাভেদ পৰিহৰি, কত জাতি উপজাতি, ভেদাভেদ পৰিহৰি, কত জাতি উপজাতি । মহাপীঠ…