Category: Best Assamese Song
-
Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics | Zubeen Garg
Song Name: Aahe Ba Nahe (আহে বা নাহে)Singer Name: Zubeen GargAlbum: Pakhi Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics:— আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ…. সপোনকে লৈ…. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি, দিয়ে বা নিদিয়ে, ফাগুণৰে খবৰ, তুমি ৰুৱা যেন মোলৈ, আহে বা নাহে ঘূমতি, আহিবা ৰাতি সপোনকে লৈ…. চুৱে বা নুচুৱে নিয়ৰে…. শেৱালি পাহিতি শৰতে শৰতে, নাচে বা নানাচে জোনাকি হৈ, তুমি চোন নাচিবা , মোৰে হিয়াতে ৰৈ…. আহে বা নাহে ঘূমতি আহিবা ৰাতি সপোনকে লৈ….. জোৰে বা নোজোৰে বান্ধি লৈ, কিনো মৰমৰে এনাজৰীকে পাওঁ, বহে বা নবহে ফুলতে গৈ, ৰঙিলী পখিলী তুমি ৰঙেৰে চৈ….. আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ….. সপোনকে লৈ….. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি,…
-
Mayabini Ratir Bukut (মায়াবিনি ৰাতিৰ বুকুত) | Assamese Lyrics | Zubeen Garg & Kalpana
Song Name: Mayabini Ratir Bukut (মায়াবিনি ৰাতিৰ বুকুত) Singer Name: Zubeen Garg & Kalpana Mayabini Ratir Bukut (মায়াবিনি ৰাতিৰ বুকুত) | Assamese Lyrics:– মায়াবিনি ৰাতিৰ বুকুত, দেখা পালো তোমাৰ ছবি, ধৰা ধিলা গোপনে আহি, হিয়াৰ কোনত…. তুমি যে মোৰ শুকান মনত, নিয়ৰৰে চেচাঁ টোপাল, নামি অহা ৰদৰে নৈ, মোৰ দেহত প্ৰতি পুৱা, ধুমুহাৰ সৈতে মোৰ, বহু যুগৰে নাচোন, এন্ধাৰো সচাঁ মোৰ, বহু দিনৰে আপোন, নিজানৰ গান মোৰ, শেষ হ’ব ভাবো তোমাৰ বুকুত…. প্ৰতি সৰতে প্ৰভাতি ফুলে, ক’ব তোমাকে মোৰ কথা, প্ৰতি মেঘালি নিশা জনে, কব তোমাকে মোৰ বেঠা, ধুমুহাৰ সৈতে মোৰ, বহু যুগৰে নাচোন, এন্ধাৰো সচাঁ মোৰ, বহু দিনৰে আপোন, নিজানৰ গান মোৰ, শেষ হব ভাবো তোমাৰ বুকুত…. দুচকুতে তোমাৰ ছাঁ ৰে, সপোন আঁতৰি দিঠক নামে, চুব খুজিলেই মোৰ দুহাতে, দিঠক আঁতৰি সপোন আহে, ধুমুহাৰ সৈতে মোৰ, বহু যুগৰে নাচোন, এন্ধাৰো সচাঁ মোৰ, বহু দিনৰে আপোন, নিজানৰ গান মোৰ, শেষ হব ভাবো তোমাৰ বুকুত….…
-
Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Assamese Lyrics | Dr. Bhupen Hazarika
Song Name: Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Singer Name: Dr. Bhupen Hazarika Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Assamese Lyrics:– আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বর্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্রামত, বিচাৰোঁ মৰমৰ মাত এষাৰ……. মহা মহা সাগৰৰে, ক’তনা লহৰ লেখিলোঁ, মহা মহা নগৰীতে, কতনা বাট হেৰুৱালোঁ, মৰম জ্যোতিৰ পম…
-
Bistirno Parore (বিস্তীৰ্ণ পাৰৰে) Lyrics | Dr. Bhupen Hazarika
The Bistirno Parore song lyrics were written by Dr. bhupen Hazarika. The song is about a man’s love. The lyrics are very beautiful and touching, and the song is sure to make anyone who hears it feel emotions of love and happiness. Bistirno Parore Song Details :– Song Name: Bistirno Parore (বিস্তীৰ্ণ পাৰৰে) Singer Name:…
-
Manuhe Manuhor Babe (মানুহে মানুহৰ বাবে) Lyrics | Dr. Bhupen Hazarika
Song Name: Manuhe Manuhor Babe (মানুহে মানুহৰ বাবে) Singer Name: Dr. Bhupen Hazarika Album : Sonali Dinor Geebor by Bhupen Hazarika. Manuhe Manuhor Babe (মানুহে মানুহৰ বাবে) Lyrics:- Manuhe Manuhor Babe Lyrics in Assamese:- মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে, অকণি সহানুভুতিৰে, ভাৱিব কোনেনো কোৱা, সমনিয়া মানুহে মানুহৰ বাবে ……. মানুহে মানুহক বেছিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেছিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে, ভুল জানো নহ’ব কোৱা, সমনিয়া মানুহে মানুহৰ বাবে ……. দুৰ্বল মানুহে যদি, জীৱনৰ কোবাল নদী, পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানু কি, মানুহ যদিহে নহয় মানুহ, দানৱ কাহানীও নহয় মানুহ, যদি দানৱ কাহানিবা হয় মানুহ,…
-
Mon Jaai ( মন যায়) Lyrics | Zubeen Garg
Song Name: Mon Jaai ( মন যায়)Singer: Zubeen GargMovie Name: Mon Jaai Mon Jaai ( মন যায়) Lyrics:: মন যায় মোৰো মন যায়,মন যায় মোৰো মন যায়,চকুত চকু থৈ চাবলে,লাহে লাহে ওচৰ পাবলে,কাষে কাষে খোজ দিবলে,মন যায় মোৰো মন যায়,চকুত চকু থ’ব মন যায়…… তোমাক দেখা পালে সপোন জাগি উঠে,বুকুখনি হয় তাজমহল,মন নদি হৈ মৰম সুতি…
-
Monoloi Ubhoti Ahe Lorali (মনলৈ উভতি আহে ল’ৰালি) Lyrics | Zubeen Garg
Song Name: Monoloi Ubhoti Ahe Lorali (মনলৈ উভতি আহে ল’ৰালি)Singer: Zubeen GargMovie Name: Daag Monoloi Ubhoti Ahe Lorali (মনলৈ উভতি আহে ল’ৰালি) Lyrics:- মনলৈ উভতি আহে ল’ৰালি, তোৰে মোৰে এটি এটি ধেমালি, আছিলো তোৰে মৰমত খেলি, মোৰো ভাল লাগে তাকে সোৱৰি, অ অ … মনলৈ উভতি আহে ল’ৰালি, তোৰে মোৰে এটি এটি ধেমালি…… তোকে লৈ দেখো মই মোৰ বুকুৰে এটি…
-
Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে) Lyrics | zubeen Garg
Song Name: Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে)Singer: Zubeen GargAlbum: Hiya Diya Niya Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে) Lyrics:: নহ’লে পৰিচয় হিয়াৰে, চিনাকি জানো কোনো হ’ব পাৰে, নহ’লে পৰিচয় হিয়াৰে, চিনাকি জানো কোনো হ’ব পাৰে,ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই,অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে,দোলনি দিলে নুবুজাকে মনতে মোৰ গুপুততে,যৌৱনে ক’লে আজি সেয়াই,হিয়া দিয়া নিয়া….হিয়া দিয়া নিয়া…. প্ৰথম…
-
Maya Mathu Maya – Assamese Lyrics
Title: Maya Maya Mathu Maya Album : Maya Singer: Zubeen Garg Watch or Listen on youtube: