Category: Jyoti Prasad Agarwala

  • Janata Tur Pranoru Pranot Lyrics By Jyoti Prasad Agarwala

    Song: Janata Tur Pranoru Pranot (জনতা তোৰ প্ৰাণৰো প্ৰাণত) Singer: Jyoti Prasad Agarwala Janata Tur Pranoru Pranot Lyrics Janata Tur Pranoru Pranot Lyrics:– জনতা তোৰ প্ৰাণৰো প্ৰাণত জনতা তোৰ প্ৰাণৰো প্ৰাণত মনৰো মনত, শিল্পী যে মই লুকাই লুকাই আছোঁ; তোৰ সপোনৰ কত ছবিত কত যে ফুল বাছোঁ, লুকাই লুকাই আছোঁ, তই নাজন, মই জানো        …

  • Janata Tur Puhor Lyrics By Jyoti Prasad Agarwala

    Song: Janata Tur Puhor (জনতা তোৰ পোহৰ) Singer: Jyoti Prasad Agarwala Janata Tur Puhor Lyrics Janata Tur Puhor Lyrics:— জনতা তোৰ পোহৰ পৰা মনত জনতা তোৰ পোহৰ পৰা মনত আজি আগবাঢ়িবৰ অগ্নিক্ষণত জাগিলে মোৰ গান তই পাতিলি কাণ ৷ সুন্দৰে তোৰ আগে আগে যায় দেখিছনে নাই ? অত যুগৰ কত পিছত উঠিছ সাৰ পাই ৷ তোৰ ত্ৰাণ…

  • Mur Barit Fulile Lyrics By Jyoti Prasad Agarwala

    Song: Mur Barit Fulile (মোৰ বাৰীত ফুলিলে) Singer: Jyoti Prasad Agarwala Mur Barit Fulile Lyrics Mur Barit Fulile Lyrics:— মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী তোৰ বাৰীত পৰিলে ছাঁ তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলী বা । বাউলী বাৰে আউলী চুলি কাৰ কথা কৈয়ে মাত কূ-উ বুলি? ৰূপহ কলীয়া কুলী ।।

  • O Ma Moi Rati Hopunot Lyrics By Jyoti Prasad Agarwala

    Song: O Ma Moi Rati Hopunot (অ’ মা মই ৰাতি সপোনত) Singer: Jyoti Prasad Agarwala O Ma Moi Rati Hopunot Lyrics O Ma Moi Rati Hopunot Lyrics:— অ’ মা মই ৰাতি সপোনত কি দেখিলোঁ জান’ তই যে মা কেতিয়াবা মোক দিবলৈ আন’ সৰু সৰু কাঠৰ ঘোঁৰা নেজডাল যে মোটোক মৰা তেনেকুৱাই পিছে হলে ঠেঙত পাখি লগা দেখিবলৈ…

  • Iman Sonoka Thunuka Lyrics By Jyoti Prasad Agarwala

    Song: Iman Sonoka Thunuka (ইমান চনকা ঠুনুকা) Singer: Jyoti Prasad Agarwala Iman Sonoka Thunuka Lyrics Iman Sonoka Thunuka Lyrics:— ইমান চনকা ঠুনুকা জুনুকা পিন্ধি চৰণত ৰুণুক জুনুককৈ নিজৰাৰ দৰে জুৰজুৰণিৰে জিৰজিৰণিৰে কুলকুলনিৰে ক’লৈ গৈছ বৈ মৌ মাখিটোৰ গুণগুণনিৰে কি গান গাইছ ঐ! মনত জ্বলা মণিকা ক্ষণত জ্বলা ক্ষণিকা মৌ চাওঁতেই নোহোৱা হ’লি বিজুলি বেগেৰে গ’লি খন্তেক’লে জ্বলি…

  • Iman Sobi Okoloiye Toi Lyrics By Jyoti Prasad Agarwala

    Song: Iman Sobi Okoloiye Toi (ইমান ছবি অকলৈয়ে তই) Singer: Jyoti Prasad Agarwala Iman Sobi Okoloiye Toi Lyrics Iman Sobi Okoloiye Toi Lyrics:— ইমান ছবি অকলৈয়ে তই কেনেকে’ আঁকিলি ইমান তৰা আকাশে আকাশে কেনেকে’ লিখিলি? ইমান প্ৰাণৰ বিৰাট মেলা কেনেকে’ পাতিলি শেষ নোহোৱা ধেমালিলে’ মোকো মাতিলি ৰূপে ৰূপে যাওঁ, মই জ্বলি জ্বলি অৰূপত তই জ্বলিছ উজলি ৰূপ…

  • O Janata Lyrics By Jyoti Prasad Agarwala

    Song: O Janata (অ’ জনতা) Singer: Jyoti Prasad Agarwala O Janata Lyrics O Janata Lyrics:– অ’ জনতা ! তই বিচৰা অৰুণ-জ্যোতি আহে বিয়পালে ৰঙা পোহৰ বিশ্বভুবনতে লাহে লাহে তোৰ কপালত জিলিক্‌ মাৰি মিচিক্‌ মিচিক্‌ হাঁহে হাঁহে                              হাঁহে হাঁহে সি তোৰ, আগচোতালত হাঁহে সি…

  • O Prithibir Kobi Lyrics By Jyoti Prasad Agarwala

    Song: O Prithibir Kobi (অ’ পৃথিৱীৰ কবিৰ) Singer: Jyoti Prasad Agarwala O Prithibir Kobi Lyrics O Prithibir Kobi Lyrics:— অ’ পৃথিৱীৰ কবিৰ কথা কেতিয়া বুজিবি তই? কত কবি গ’ল টুকি চকুপানী দুৱাৰে দুৱাৰে ৰৈ অ’ পৃথিৱীৰ কবিৰ কথা কেতিয়া বুজিবি তই? যুগে যুগে আহি, কত গান গাই কতবাৰ ঘূৰি গ’লো ভাগৰি-জুগৰি নিজেই নিচুকি পদূলিত পৰি ৰ’লো ৷…

  • O Prithibi Aru Kiman Din Lyrics By Jyoti Prasad Agarwala

    Song: O Prithibi Aru Kiman Din (অ’ পৃথিৱী আৰু কিমান দিন) Singer: Jyoti Prasad Agarwala  O Prithibi Aru Kiman Din Lyrics O Prithibi Aru Kiman Din Lyrics:— অ’ পৃথিৱী আৰু কিমান দিন মই বজাব লাগিব বীণ? তোৰ বুলনিত আপোন পাহৰা শিল্পী জগাবলৈ আন্ধাৰত তই বহুতো বেহালি আহ এতিয়া পোহৰলৈ যেনেকৈ তই বিদায় কৰিলি অসুৰ দানৱ যক্ষ ৰক্ষ…

  • O Prithibi Lyrics By Jyoti Prasad Agarwala

    Song: O Prithibi (অ’ পৃথিৱী) Singer: Jyoti Prasad Agarwala O Prithibi Lyrics O Prithibi Lyrics:— অ’ পৃথিৱী, শিল্পীক তই অ’ পৃথিৱী, শিল্পীক তই মৰমকে কৰা নাই আদিৰ পৰা অনাদিলে’ শিপ্লীদলেই মনে প্ৰাণে আশাশুধীয়া চেনেহৰে তোক যে ভাল পায় ৷ নিজৰ তেজত বৰণ মাৰি সাধনাৰে মন্ত্ৰ জাৰি ভোক পিয়াহো কাতি কৰি তোৰ মুখনি ধুনীয়া কৰি যায় ৷ আন…