Category: new assamese song

  • Nila Nila Dusokut Lyrics By Zubeen Garg

    Song: Nila Nila Dusokut (নীলা নীলা দুচকুত) Album: Path Singer: Zubeen Garg Nila Nila Dusokut Lyrics Nila Nila Dusokut Lyrics নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে আই ঐ দেহি মৰম লাগে নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে ভিজা ভিজা ওঠতে ৰঙা ৰঙা সানিলে আই ঐ দেহি মৰম লাগে বিজুলী সেমেকা চাওনিয়ে হৃদয় কপোৱা হাঁহিটিয়ে আই ঐ দেহি মোৰেনো মন হৰি নিলে নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে ভিজা ভিজা ওঠতে ৰঙা ৰঙা সানিলে আই ঐ দেহি মৰম লাগে লাজুকি লাজুকি তোমাৰ হিয়া পানচয় ঘাটৰে তুমি কাজল লতা লাহি লাহি লাহি তোমাৰ দেহা গোলাপৰ পাহিৰ দৰে ধুনীয়া যেন সৰগৰ মেনকা যেন তেজি ৰঙা পখিলা আই ঐ দেহি মৰম লাগে নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে ভিজা ভিজা ওঠতে ৰঙা ৰঙা সানিলে আই ঐ দেহি মৰম লাগে তোমাৰ শৰীৰৰ ভাজে ভাজে মৰমৰ চাকুখন সাজিবলে তোমাৰ কলিজাৰ তেজে তেজে…

  • Dhuniya Loratur Kinu Hol Lyrics By Gitanjali Das

    Song: Dhuniya Loratur Kinu Hol (ধুনীয়া লৰাটোৰ কিনো হ’ল) Singer: Gitanjali Das Lyrics: Sunit Gogoi Music: Bijoy Sankar Dhuniya Loratur Kinu Hol Lyrics Dhuniya Loratur Kinu Hol Lyrics:— ধুনীয়া লৰাটোৰ কিনো হ’ল ধুনীয়া হাঁহিটো কেনি গ’ল পঢ়াঁত ভাল লৰাটোৰ কিনো হ’ল শুনিছোঁ পঢ়াবোৰ এনেই গ’ল ধুনীয়া লৰাটোৰ কিনো হ’ল ধুনীয়া হাঁহিটো কেনি গ’ল গধূলি গধূলি…

  • Rukmini Song Lyrics By Babu Baruah

    Song: Rukmini (ৰুক্মিণী) Singer: Babu Baruah Rukmini Song Lyrics Rukmini Song Lyrics:— অ তোমাৰ দুচকুৰ কাজলে ৰুক্মিণী পগলা মোক কৰিলে অ তোমাৰ দুবাহুৰ মাজতে ৰুক্মিণী জিৰাবলৈ দিবানে অ তোমাৰ দুচকুৰ কাজলে ৰুক্মিণী পগলা মোক কৰিলে অ তোমাৰ দুবাহুৰ মাজতে ৰুক্মিণী জিৰাবলৈ দিবানে অ যদি ৰাশিযোৰা মিলে তোমাক আনিমে পলুৱাই চাদৰৰ উৰনিখন তুমি লবা মেৰিয়াই অ তোমাৰ দুচকুৰ কাজলে ৰুক্মিণী পগলা মোক কৰিলে অ তোমাৰ দুবাহুৰ মাজতে ৰুক্মিণী জিৰাবলৈ দিবানে ঐ সপোনৰ পালেঙত ঐ জান তোমাকে ৰাখিছো অ ঐ জান তোমাকে ৰাখিছো অ দিঠকত সৰুকৈ ঐ জান পজা এটি সাজিছো অ ঐ জান পজা এটি সাজিছো যৌৱনৰ ফুল ফুলিব হৃদয়ৰ পুখুৰিত আমি দুয়ো উমলিম সাতুৰি নাদুৰি অ তোমাৰ দুচকুৰ কাজলে ৰুক্মিণী পগলা মোক কৰিলে অ তোমাৰ দুবাহুৰ মাজতে ৰুক্মিণী জিৰাবলৈ দিবানে ঐ অ মনৰে কাৰেঙত ঐ জান আশাৰ চাকি জলিব অ ঐ জান আশাৰ চাকি জলিব অ আমাৰে হেপাহবোৰ ঐ জান খিলখিলাই হাঁহিব অ ঐ জান খিলখিলাই হাঁহিব মৰম যুগমীয়া হৈ সদায়ে থাকিব…

  • Laje Laje Rolahi Lyrics By Vreegu Kashyap

    Song: Laje Laje Rolahi (লাজে লাজে ৰলাহী) Singer: Vreegu Kashyap Music: Pinkal Pratyush Laje Laje Rolahi Lyrics Laje Laje Rolahi Lyrics:— লাজে লাজে ৰলাহী লাজুকীয়া মুখনি ধীৰে ধীৰে কলাহী তুমি অভিমানৰ অভিমানী মোৰ মৰমতে নো অভিমানী তুমি হলে বিলীন হম যেন লাগে তোমাৰ বুকুৰে মাজতে সৌ নিলিমাৰে আকাশত উৰি যাব খোজে—– প্ৰতি পলে বুকুতেনো ফুলে তোমাৰ…

  • Akash Song Lyrics By Neel Akash

    Song: Akash (আকাশ) Singer: Neel Akash Akash Song Lyrics Akash Song Lyrics:— মোৰ প্ৰনয়ৰে উশাহ নৈ বুলিলে হেঁপাহ আছোঁ জানো বৈ একেদৰে ঐ আহিব খুজিছোঁ যে মই অ আকাশ   *৩ হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহৰে আঁকি লোৱা জগত এখন আধাবাটতে এৰি থৈ আহি আজিও তাতে যে মগণ অ আকাশ   *৩ থুপি থুপি…

  • O Meghali Lyrics By Neel Akash – New Assamese Song 2020

    Song: O Meghali (অ মেঘালী) Singer: Neel Akash Music Director: Ajoy Phukan Lyrics: Abhijit Bhattacharjya Music Producer: Pranoy Dutta O Meghali Lyrics O Meghali Lyrics:— অ মেঘালী অ মেঘালী সন্ধ্যা তৰাৰে ধেমালি মৰমৰে বকুচাত উমলি আছানে হিয়াৰে ফুল বুটলি অ মেঘালী অ মেঘালী গোলাপৰ ৰঙেৰে ৰাঙলী জোনাকৰ প্ৰেমেৰে বাউলি কওঁ নেকি এবাৰ তোমাক ভাল পাওঁ বুলি…

  • Dolisa Lyrics – New Assamese Song | Deeplina Deka

    Song: Dolisa (দলিচা) Artist: Deeplina Deka Album: Dolisa – Single Lyrics: Palash Gogoi Dolisa Lyrics Dolisa Lyrics:— ৰাখিবলে তোমাক নালাগে এখন ঘৰ মোৰ বুকুতে ৰাখিম ওৰেটো জীৱন ভৰ তুমি দিবা মৰম সেই মৰমে মোক ৰাখিব যেন জীয়াই নালাগিব ভোক টোপনি তোমাৰ নাহিলে তোমাক তোমাক ওচৰ চপাই আনি মই শুৱাম তোমাক বুকুতে লৈ শুনাম নিজান ৰাতিৰ…

  • Kanchanjangha Lyrics | Zubeen Garg

    SONG: KANCHANJANGHA (কাঞ্চনজঙ্ঘা) SINGER: ZUBEEN GARG FEAT. RAHUL GAUTAM & AUM S VARENYAM Kanchanjangha Lyrics Kanchanjangha Lyrics:— প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অনন্ৰি জুৰি মোৰ আলোক নিত্য কৰি বিয়পাই দৃৃশ্যৰ ৰঞ্জন দুটি মোৰে আশে – পাশে গায় কিন নৰি বালিকাই আলোক বোধন মহাগীত সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰি উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ…

  • Koli Meliley Lyrics | Zubeen Garg & Navanita Sharma Bora

    Song: Koli Meliley (কলি মেলিলে) Singer: Zubeen Garg & Navanita Sharma Bora Koli Meliley Lyrics Koli Meliley Lyrics:— কলি মেলিলে একোলা ৰঙে শুকুলা মনৰ মাজতে মোৰ হাঁহি মাৰিলে আজি হঠাতে উচুপি থকা সময়ে মোৰ অভিধানৰে কোনো আখৰে বুজাব নোৱাৰা আৱেগবোৰ চেকুৰি আহি আশাৰে ঘোঁৰাতে সঁচা হ’বলৈ কিমান দূৰ কলি মেলিলে একোলা ৰঙে শুকুলা মনৰ মাজতে…

  • Dhulikona Lyrics | Zubeen Garg | Zublee Baruah

    Song: Dhulikona (ধূলিকণা) Singer: Zubeen Garg & Zublee Baruah Dhulikona Lyrics Dhulikona Lyrics:— ধূলিকণা অঘৰী কবিতা উনমনা বিচাৰি ঠিকনা ধূলিকণা বাউলী কণিকা উনমনা চিনাকি পখিলা ডাকুৱাল বতাহে জুলোঙা যায় জোকাৰি পাশুৱাল পাহাৰো বগুৱা বাই আওখি যাযাবৰ পৰশে মহনা পায় সাতুৰি জীৱনৰ জাহাজে জেতুকা লয় ৰাঙলী ধূলিকণা অঘৰী কবিতা উনমনা বিচাৰি ঠিকনা জোনাকৰ নীলা ওঠেৰে বননিৰ…