Category: new assamese song

  • Politics Nokoriba Bondhu Lyrics | Zubeen Garg

    Song: Politics Nokoriba Bondhu (পলিটিক্স নকৰিবা বন্ধু) Singer: Zubeen Garg Politics Nokoriba Bondhu Lyrics Politics Nokoriba Bondhu Lyrics:– পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু দুবেলা দু-সাজ ভাত খুটি খুটি খাওঁ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু জাতিৰ মাটিৰ গান গুণ গুণাও পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু মন্ত্ৰী এম এল এ চব পাপৰ হে মাত্ৰ…

  • Nojonake Nubujake Lyrics | Neel Akash

    Song: Nojonake Nubujake (নজনাকে নুবুজাকে) Singer: Neel Akash Nojonake Nubujake Lyrics Nojonake Nubujake Lyrics:– নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চোৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিবলে অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে নজনাকে নুবুজাকে  পগলা হৈ বাৰে বাৰে অ…. চকুতে চকু থৈ কিনো কথা ক’লা পলকতে হিয়াখনি কাঢ়ি নিলা মিচিকি হাঁহিতো মুকুতা সৰা সপোনতো বাৰে বাৰে খেদি ফুৰা এতিয়া তুমি যে  বুকুতে উমলা ভাবিলেই বাঢ়ে মৰম এতোলা দোতোলা নজনাকে নুবুজাকে  পগলা হৈ বাৰে বাৰে শুনা শুনা শুনানা চোৱা চোৱা চোৱানা কেনেকৈনো বুজাও মই তোমাক তুমি জানো বুজি পাবা তুমি জানো ভাবি চাবা তুমিয়েই যে মাথোঁ মোৰ জোনাক সপোনৰে তুমি পখিলা অ…. অ…. অ…. অজানিতে চুমা আঁকি উৰি ফুৰা নজনাকে নুবুজাকে  পগলা হৈ বাৰে বাৰে আ….. আ…. পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে চোৱানা…

  • Sui Diyana Muk Ahi Ebar Lyrics | Deeplina Deka️

    Song: Sui Diyana Music/Lyrics- Palash S Gogoi Singer: Deeplina Deka️ Rupam Sarma Manoj Baruah Mix&Mastered- Pinku Das Smule Tabla Mix- Bikash Bharali Sui Diyana Muk Ahi Ebar Lyrics Sui Diyana Muk Ahi Ebar Lyrics:– চুই দিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা না মোক কাষৰে পৰা কলিজা শীতল পৰিব গধূলিকে তোমাৰেনো কবিতাবোৰ ভুপালি ৰাগ হৈ সৰিব….. চুই দিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা না মোক কাষৰে পৰা কলিজা শীতল পৰিব….. বাৰে বাৰেনো লাগি ধৰিছে ওঠতে তোমাৰে তোমাৰে নাম ৰ’দে হাঁহিছে ৰ’দালি নামিছে মৰমতে তাতে কি অভিমান জুৰকে বৈ আহে পূবালি বতাহ লৈ যাব মোক তোমাৰে কাষলে মোৰেনো সাধনা চুই দিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব…. জাগি জাগিনো ৰৈয়ে থাকিমে তুমি নহ’লে নহয় যেন পুৱা…

  • Dorika Dorika Joubonor Lyrics | Subasana Dutta

    Song: Dorika Dorika Joubonor Singer: Subasana Dutta Lyrics/Tune: Ramen Danah Additional Folk Lyrics: Punam Nath Music: Pinkal Pratyush Mixed & Mastered by Diganta Bordoloi Dorika Dorika Joubonor Lyrics Dorika Dorika Joubonor Lyrics:– দৰিকা দৰিকা জৌৱনৰ বৈচে নদিৰ বুকুৰে আওলি বাওলি বিৰিনা হৈ নাচে মন উলাহে দৰিকা দৰিকা জৌৱনৰ বৈচে নদিৰ বুকুৰে আওলি বাওলি বিৰিনা হৈ নাচে মন উলাহে চিতিকা চিতিকা প্ৰেমৰে চিতিকা পাতিলি পিচলি পিচলি তাতে গৈ পৰিলো পিচলি হেই চকুয়ে চকুৱে নাচাবি বুকুতে মাৰে গাজনি চকুয়ে চকুৱে নাচাবি বুকুতে মাৰে গাজনি জুমি চাবিনে হিয়াখন যেন বাঢ়নি নদীখন তাতে মৰমৰ জিয়া জিয়া ধল বাওলি বতাহে মোৰে মন বিছাৰিচে তোৰে মৰম টকালি পাৰি উঠিছে জৌৱন চিতিকা চিতিকা প্ৰেমৰে…

  • Suma Diyana Lyrics | Neel Akash

    Song: Suma Diyana Singer – Neel Akash Music – Ujjwal Aarong Mix & mastered – Ibson Lal Barua Suma Diyana Lyrics Suma Diyana Lyrics:– চুমা, চুমা, কপাহি কোমল হিয়া কপাহি কোমল হিয়া আজি যেন উৰনীয়া বিচাৰি মৰমৰে এ বুকু ৰঙা নীলা  ওঠৰে পৰশ অকন চুই চাই লবলে চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা আলসুৱা সপোনৰ বাৰে বাৰে পাখি মেলা আবেগে আকলুৱা হিয়াকে মনে মনে কিয় আহি জগালে হা….. আলসুৱা সপোনৰ বাৰে বাৰে পাখি মেলা আবেগে আকলুৱা হিয়াকে মনে মনে কিয় আহি জগালে বুজানে কি কোৱানা এই মনকে সজালোঁ ঘৰ চোৱানা  মোৰ বুকুতে কাষৰলে আহি ৰোৱানা এবাৰলে… হেই হেই… হা… হা… চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা

  • Tumi Jiliki Jiliki Thoka Lyrics | Tarun Tanmoy | Jinyidas

    Song: Jiliki Jjiliki Singer: Tarun Tanmoy , Jinyidas Music: Kukil Singha Compose: Tarun Tanmoy Tumi Jiliki Jiliki Thoka Lyrics Tumi Jiliki Jiliki Thoka Lyrics:— তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা তুমি মোৰ বুকুতে ৰ’লাহি  তুমি মোক মৰম দিলাহি তুমি মোৰ বুকুতে ৰ’লাহি বহু মৰম মোক যাচিলাহি তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা মৰম বাঢ়ে জৌৱন বেলাত বুকুতে…. উথলি মৰমেনো কি জানে প্ৰনয়ৰে …. নিয়তি মৰম বাঢ়ে ঘনে ঘনে বাগৰে…. নিগৰি মৰমনো কি বিচাৰে  কোনে দিব বুজনি তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা হৃদয়ৰে দুৱাৰ খুলি ৰাখিছো মই নিৰলে…

  • O Seng Ki Morom Logali Ko Lyrics | Mon Moina | Kussum Kailash

    Song: O Seng Ki Morom Logali Ko (Mon Moina)  Singer: Kussum Kailash O Seng Ki Morom Logali Ko Lyrics O Seng Ki Morom Logali Ko Lyrics:– অ চেং কি মৰম লগালি ক’ অ চেং পগলা কৰিলি ক’ অ চেং কি মৰম লগালি ক’ অ চেং পগলা কৰিলি ক’ অ চেং তোৰে  প্ৰেম সাগৰত ক’ অ চেং জাপে মই দিলং ক’ তই মন মইনা ঐ এৰি থৈ নাজাবি ঐ তই জান মইনা ঐ ভাবি চাবি মোলে ঐ কেতিয়াকৈ পামে তোৰ মৰমৰ এশাৰি মাত অ চেং কি মৰম লগালি ক’ অ চেং পগলা কৰিলি ক’ অভিমানী হৈ মোৰ জান জনী ঐ নকবি দেই  নকবি দেই এৰি যাম গৈ মৰম নদীত ঐ মোৰ জান জনী ঐ সাতুৰি-নাদুৰি আছো তোৰে সতে ঐ…

  • Bhulotu Nasaba Tumi Lyrics | Zubeen Garg

    Song: Bhulotu Nasaba Tumi Album: Ringa Ringa Mon Singer: Zubeen Garg Music: Zubeen Garg  Label: N.K. Production  Category: Album Bhulotu Nasaba Tumi Lyrics Bhulotu Nasaba Tumi Lyrics:– ভুলতো নাচাবা তুমি নামাৰিবা মিঠা হাঁহি ভুলতো নাচাবা তুমি নামাৰিবা মিঠা হাঁহি নালাগে তোমাৰ মৰমকে নালাগে তোমাৰ প্ৰেৰণাকে থাকিম অকলে অকলে পাৰিম জীৱন সজাবলে ভুলতো নাচাবা তুমি নামাৰিবা…

  • Monor Nijanot Junak Lyrics | Zubeen Garg

    Song – Monor Nijanot Singer/Music Composer- Zubeen Garg Musical Treatment/Concept – Ajoy Phukan & Rex Boro Mixed & Master – Palash Gogoi Monor Nijanot Junak Lyrics Monor Nijanot Junak Lyrics:– মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সানিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভৰাই ।…

  • Gaane Ki Aane Lyrics | Zubeen Garg | Parineeta Borthakur

    Song: Gaane Ki Aane Lyrics: Late Hiren Bhattacharya Singer: Zubeen Garg & Parineeta Borthakur Composer: Zubeen Garg Movie: Gaane Ki Aane Gaane Ki Aane Lyrics Gaane Ki Aane Lyrics:— গানে কি আনে সুৰৰ সোপানে সোপানে গানে কি আনে ডাৱৰৰ কাণে কাণে ৰামধেনুৰ শিতানে শিতানে ।। সৌ আকাশৰ  ঢৌ তোলা  জোনাকৰ গানে সৌ পথাৰৰ থোৰ মেলা…