Category: new assamese song

  • Janu Janu Moiu Janu Lyrics | Zubeen Garg | Parineeta Borthakur

    Song: Janu Janu Lyrics: Zubeen Garg Singer: Zubeen garg & Parineeta Borthakur Composer: Zubeen Garg Movie: Gaane Ki Aane Janu Janu Moiu Janu Lyrics Janu Janu Moiu Janu Lyrics:– সপোনে এতিয়া জানা ফুলবলে শিকিলে তোমাৰে যে বুকুতে জীৱনে এতিয়া জানা হাঁহিবলে শিকিলে তোমাৰেযে ওঠতে সয়নে সপোনে তোমাতে উমলো জীৱনে মৰণে তোমাকে সামৰোঁ প্ৰিতিৰে এনাজৰীৰে তোমাকে বান্ধো জানো জানো ময়ো জানো তোমাৰে হিয়া ময়ো চিনো হিয়াৰ কথা ময়ো শুনো চকুত মায়া ময়ো সানো ফাগুনৰ পচোৱা প্ৰনতে মৰমৰ বাগিছাৰ প্ৰনতে উমলিম দুয়োয়ে ইয়াতে নুবুজা আশা আজি চকুতে নুকোৱা কথা আজি ওঠতে ভাৰনত শুহুৰীয়াই মৰমে সয়নে সপোনে তোমাতেই উমলো জীয়নে মৰনে তোমাকে সামৰোঁ প্ৰিতিৰে এনাজৰীৰে তোমাকে বান্ধো জানো জানো ময়ো জানো তোমাৰে হিয়া ময়ো চিনো হিয়াৰ কথা ময়ো শুনো চকুত মায়া ময়ো সানো অসীমত হেৰালে আজি আশা মৰমত হেৰালে আজি ভাষা…

  • Thakim Tumar Hote Lyrics | Meghali Borokha & Jay Nirvan

    Song: Thakim Tumar Hote (থাকিম তোমাৰ স’তে) Singer: Meghali Borokha & Jay Nirvan Thakim Tumar Hote Lyrics Thakim Tumar Hote Lyrics:— অ…. অ….. দুটি জীৱনৰে এখনি তুলুঙা নাওঁ তুমি য’তেই যোৱা মইয়ো লগতে যাওঁ আমি সজালোঁ  চকুতে চকু থৈ সপোন এটি তাতেই তুমি মই তোমালৈ মৰম জাগে তোমালৈ চেনেহ জাগে তোমাক পালে সচাঁকৈ একোৱেই চোন নালাগে তোমালৈ…

  • Basi Basi Tumake Basim Lyrics | Deepshikha Bora & Joy Nirvan

    Song: Basi Basi Tumake Basim (বাচি বাচি তোমাকে বাচিম) Singer: Deepshikha Bora & Joy Nirvan Basi Basi Tumake Basim Lyrics Basi Basi Tumake Basim Lyrics:— ধৰো নধৰো কৈ তোমাৰ হাতত ধৰিম তুমি নপৰিলেও তোমাৰ প্ৰেমত পৰিম নাচাবা দেই আনলৈ জলি পুৰি মৰিম ক’বও নোৱাৰো কোৱা কিনো কৰিম বাচি বাচি তোমাকে বাচিম হাঁচতিতে যতনাই সাঁচিম কপালতে চুমাতো আঁকি…

  • Eibeli Muk (এইবেলি মোক) – Lyrics | Angaraag Mahanta | Papon

    Song: Eibeli Muk (এইবেলি মোক) Singer: Angaraag Mahanta (Papon) Eibeli Muk (এইবেলি মোক) – Lyrics:— এইবেলি মোক বুকুতে ৰাখি, এইবেলি মোক লোৱাহি ঢাকি, এইবেলি মোক আঁচলতে তোমাৰ চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি….. এইবেলি হওঁক এই পৃথিৱী সাক্ষী, আৱেগেৰে জ্বলোৱা চাকি…….. তোমাৰে কথা ভাবি পাৰ হয় সময়, আন কাৰো বাবেচোন মোৰ জানো আজৰি যে নহয়, জোনৰে…

  • Puwar Rodali (পুৱাৰ ৰ’দালি) – Papon Lyrics | Ahiba Tumi | Angaraag Mahanta

    Song: Puwar Rodali (পুৱাৰ ৰ’দালি) Singer: Angaraag Mah & Papon Puwar Rodali (পুৱাৰ ৰ’দালি) – Papon Lyrics:— পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়, পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়, আহিবা তুমি পুৱা, আজিয়েই ৰাতিপুৱা, পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়, পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়, আহিবা তুমি পুৱা, আজিয়েই ৰাতিপুৱা….. তুমি আহিলে দেখো পাহিবোৰে হাঁহি চায়, দিঠকো…

  • Hopunot Aaji (সপোনত আজি) – Lyrics | Angaraag Mahanta | Papon

    Song: Hopunot Aaji (সপোনত আজি) Singer: Angaraag Mahanta (Papon) Album: Junaki Raati Hopunot Aaji (সপোনত আজি) – Lyrics:— সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, বতাহত আজি, উশাহত আজি, তোমাৰেই পৰশ, তোমাৰেই পৰশ সন্ধিয়াৰ আকাশত ডাৱৰৰ আঁৰে লুকা-ভাকু খেলা জিল্ মিল্ জোনৰ সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, তিৰ্ বিৰ্ তৰা জাকৰ…

  • Lyrics of Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ) | Angaraag Mahanta (Papon) | Roopjyoti | Rowd

    Song: Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ)  Singer: Angaraag Mahanta (Papon) & RoopjyotiAlbum/ Movie: Rowd Lyrics: Raadweep Composed By: Jatin Sharma Lyrics of Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ):— পখি পখি মন মোৰ  উৰি যাব খুজে দূৰ চিনাকি বাঁহিৰ সুৰ কোনেনো বজাই উন্মনা মন মোৰ নিয়ে উৰুৱাই…… দুৰু দুৰু কপে মন  কিজে মায়াৱি লগন এৰি অহা আবেলিক জুমি জুমি চাওঁ হাঁহিৰে বৰষা তোৰ তাতে ডুবি যাওঁ পখি পখি মন মোৰ  উৰি যাব খুজে দূৰ কোমল দুচকুত সপোন শেৱালি অজান আশা বুকতে মাথো ৰ’দালি আকাশ চুমেগৈ হেপাহৰে নৈ তৰা নামে পদূলিত বেলি থাকে ৰৈ শুৱৰণি ৰ’দালি……. দুৰু দুৰু কপে মন কিজে মায়াৱি লগন এৰি অহা আবেলিক জুমি জুমি চাওঁ হাঁহিৰে বৰষা তোৰ তাতে ডুবি যাওঁ দুৰু দুৰু কপে মন কিজে মায়াৱি লগন অভিমানি ওত্র পৃথিৱী আকুল ৰজা-ৰাণী সাওদৰ ন কৈ সাঁজো …

  • Lyrics of RATI RATI (RATNAKAR) | ৰাতি ৰাতি | Zubeen Garg & Gayatri Hazarika

    SONG: Rati Rati (ৰাতি ৰাতি) SINGER: Zubeen Garg & Gayatri Hazarika FLIM: Ratnakar Lyrics of RATI RATI (RATNAKAR):– ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমালে লৰ মাৰে নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই তুমি চাগে এনেকুৱাই এন্ধাৰ পট জোনাক ৰাতি খোজে খোজে মই তুমি চাগে এনেকুৱাই নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে……. দুখৰ বিষৰ চেনেহবোৰো উবুৰিয়াই দিয়া তুমি তু এনেকুৱাই বোকাত পদুম ফুলাৰ দৰে জুবুৰীয়াই দিয়া ফুলি আছো তেনেকুৱাই নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে……. নে না না নে…………..

  • O Seni Mai (অ চেনিমাই) Lyrics In Assamese | Babu

    SONG: O Seni Mai (অ চেনিমাই) SINGER: Babu O Seni Mai (অ চেনিমাই) Lyrics In Assamese:– অ চেনিমাই নাৰা না নে নানা নে অ চেনিমাই নাৰা না নে নানা নে নে না অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত হ’বি জানো মোৰে এই জনমত মৰমৰে মিঠা মিঠা কথা কথা কলিজাত আছে বহু আশা আশা বুকুতে বান্ধি লৈ উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত হ’বি জানো মোৰে এই জনমত অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম ভাল লাগে মোৰ, ভয় লাগে মোৰ যেতিয়া পাওঁ কাষৰত কিনো বুজিবি, মোৰে বহনা ভাগৰুৱা কৰে পলকত ভাল লাগে মোৰ, ভয় লাগে মোৰ যেতিয়া পাওঁ কাষৰত কিনো বুজিবি, মোৰে বহনা ভাগৰুৱা কৰে পলকত মৰমৰে মিঠা মিঠা কথা কথা কলিজাত আছে বহু আশা আশা বুকুতে বান্ধি লৈ উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত…

  • Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese | Babu

    SONG: Laden Asil Polai (লাডেন আছিল পলাই) SINGER: Babu Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese:– লাডেন আছিল পলাই… গৈ পাকিস্তান… তোমাক পিছে পলাই লৈ যাম ৰাজস্থান… অহা আহিন মাহৰ পূর্ণিমা ৰাতি… কৈ থলো মই সঁচাকে তোমাক কথাটি… অকৰা বাপেৰে নিদিয়ে মোলৈ… পলুৱাই নিনিলে থাকিম বাৰু কেনেকৈ…? বহিলে বহিব ৰাইজৰে মেল… তেতিয়ালৈ চলি যাব আমি…