Category: Neel akash

  • Masole Goisilung Lyrics

      Song: Masole Goisilung Album: Bihuwan 2017 Singer: Neel Akash Masole Goisilung Lyrics মাছলে   গৈছিলোং এজনীও নাপালোং ঘৰলৈ আহি মই নিমখ ভাত খাই  দিলোং এজনী ছোৱালী ঐ  বহুত ভাল পাইছিলোং এটালৈ পলাই গ‘ল এচুমাও নাপালোং হেনো দিনে ধৰি মদ খাব শিকিলোং ভাং খাব শিকিলোং আনৰে চকুতে বেয়া  লৰা হলোং বেয়া লৰা  হলোং মই বৰকুলাং বীলতে…

  • Kong Seng Song Lyrics

    Song: Kong Seng Singer: Kussum Kailash, Neel Akash Lyrics: Kussum Kailash, Neel Akash Kong Seng Song Lyrics বগলী  পৰিছে এ  পিঠিত সমনীয়া    এ শালিকী পৰিলে শিঙত এ  পখিলা  পৰিব ফুল  বুলি ভাবি আমাৰে নাচনীৰ  গালত ও  সেঙ  নাঙ গচে  বনে  সলালে  পাত ও  সেঙ নাঙ গৰু ছালে  লগালে  মাত  ও  সেঙ নাঙ আমি অসমীয়া বিহুতে যে বলিয়া…

  • Prohelika Lyrics By Neel Akash

    Song: Prohelika Singer: Neel Akash Lyrics: Sushanta Mon Prohelika Lyrics Prohelika Lyrics:— (Music…) পলে পলে খোজে খোজে কি আলোড়ন প্ৰেমৰে প্রানে প্রানে উকা উকা মনে দোহাৰে বিচাৰি সচাঁ আহে যোৱা বিচাৰি মিছা পায় তোমাক প্ৰহেলিকা তোমাৰ মন (Music…) সুখী হৈ দিলাহি দুখতে সুখে ঢালি আঁতৰি গলাগৈ কিহৰে মায়া দি এতিয়া কি সতে সামৰো মৰম বোৰ…

  • Akash Song Lyrics By Neel Akash

    Song: Akash (আকাশ) Singer: Neel Akash Akash Song Lyrics Akash Song Lyrics:— মোৰ প্ৰনয়ৰে উশাহ নৈ বুলিলে হেঁপাহ আছোঁ জানো বৈ একেদৰে ঐ আহিব খুজিছোঁ যে মই অ আকাশ   *৩ হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহৰে আঁকি লোৱা জগত এখন আধাবাটতে এৰি থৈ আহি আজিও তাতে যে মগণ অ আকাশ   *৩ থুপি থুপি…

  • O Meghali Lyrics By Neel Akash – New Assamese Song 2020

    Song: O Meghali (অ মেঘালী) Singer: Neel Akash Music Director: Ajoy Phukan Lyrics: Abhijit Bhattacharjya Music Producer: Pranoy Dutta O Meghali Lyrics O Meghali Lyrics:— অ মেঘালী অ মেঘালী সন্ধ্যা তৰাৰে ধেমালি মৰমৰে বকুচাত উমলি আছানে হিয়াৰে ফুল বুটলি অ মেঘালী অ মেঘালী গোলাপৰ ৰঙেৰে ৰাঙলী জোনাকৰ প্ৰেমেৰে বাউলি কওঁ নেকি এবাৰ তোমাক ভাল পাওঁ বুলি…

  • Silimili Tuponi Lyrics By Daijee Das & Neel Akash

    Song: Silimili Tuponi (চিলিমিলি টোপনি) Singer: Daijee Das & Neel Akash Lyrics/Tune: Swarup Kakati Music: Tarun Tanmoy Mix/Mastered: Pinku Das (Studio RED AV) Silimili Tuponi Lyrics Silimili Tuponi Lyrics:— চিলিমিলি টোপনি, কেচাঁতে ভাঙিলি বগা কলাফুলে, কৰিছে আমনি তই হলি আজলী, গাঁৱৰে ছোৱালী চকুৰ পলকতে, মাৰেচোন বিজুলী…… ||ঐ চকুত সানি কাজল, কৰিছ তই পাগল……||২ ধীৰে ধীৰে…

  • Morom Barhe Lyrics By Neel Akash & Subasana Dutta

    Song: Morom Barhe (মৰম বাঢ়ে) Singer: Neel Akash & Subasana Dutta  Morom Barhe Lyrics Morom Barhe Lyrics:— মৰম বাঢ়ে গুপনে গুপনে হৃদয় যোৰে আবেগে আবেগে ২ কওঁ কি দৰে মোৰ মনৰে কথা ভাবিলেই মোৰ মন আজি উৰি গুচি যায় মৰম বাঢ়ে সদায় তোমাকে পাবলে জিলিকি আছা তুমি মন আকাশী তৰা হৈ হিয়া দহে মোৰ বুকু…

  • Nojonake Nubujake Lyrics | Neel Akash

    Song: Nojonake Nubujake (নজনাকে নুবুজাকে) Singer: Neel Akash Nojonake Nubujake Lyrics Nojonake Nubujake Lyrics:– নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চোৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিবলে অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে নজনাকে নুবুজাকে  পগলা হৈ বাৰে বাৰে অ…. চকুতে চকু থৈ কিনো কথা ক’লা পলকতে হিয়াখনি কাঢ়ি নিলা মিচিকি হাঁহিতো মুকুতা সৰা সপোনতো বাৰে বাৰে খেদি ফুৰা এতিয়া তুমি যে  বুকুতে উমলা ভাবিলেই বাঢ়ে মৰম এতোলা দোতোলা নজনাকে নুবুজাকে  পগলা হৈ বাৰে বাৰে শুনা শুনা শুনানা চোৱা চোৱা চোৱানা কেনেকৈনো বুজাও মই তোমাক তুমি জানো বুজি পাবা তুমি জানো ভাবি চাবা তুমিয়েই যে মাথোঁ মোৰ জোনাক সপোনৰে তুমি পখিলা অ…. অ…. অ…. অজানিতে চুমা আঁকি উৰি ফুৰা নজনাকে নুবুজাকে  পগলা হৈ বাৰে বাৰে আ….. আ…. পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে চোৱানা…

  • Suma Diyana Lyrics | Neel Akash

    Song: Suma Diyana Singer – Neel Akash Music – Ujjwal Aarong Mix & mastered – Ibson Lal Barua Suma Diyana Lyrics Suma Diyana Lyrics:– চুমা, চুমা, কপাহি কোমল হিয়া কপাহি কোমল হিয়া আজি যেন উৰনীয়া বিচাৰি মৰমৰে এ বুকু ৰঙা নীলা  ওঠৰে পৰশ অকন চুই চাই লবলে চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা আলসুৱা সপোনৰ বাৰে বাৰে পাখি মেলা আবেগে আকলুৱা হিয়াকে মনে মনে কিয় আহি জগালে হা….. আলসুৱা সপোনৰ বাৰে বাৰে পাখি মেলা আবেগে আকলুৱা হিয়াকে মনে মনে কিয় আহি জগালে বুজানে কি কোৱানা এই মনকে সজালোঁ ঘৰ চোৱানা  মোৰ বুকুতে কাষৰলে আহি ৰোৱানা এবাৰলে… হেই হেই… হা… হা… চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা

  • POKHILA (পখিলা) NEW ASSAMESE SONG LYRICS | BY NEEL AKASH | BIHUWAN 2019

    SONG: POKHILA (পখিলা) SINGER: NEEL AKASH ALBUM: BIHUWAN 2019 POKHILA (পখিলা) NEW ASSAMESE SONG LYRICS :— পখিলাই ভালে পাই এ….জানৈ ফুলৰ মৌ চুৰে কৰি ফুলে ফুলে বাগৰি তই চেনি ভালে পাৱ এ….জানৈ ধুনীয়া ডেকা ল’ৰাৰ মৰমতে উমলি জাননে নাজান’ তই বুঢ়া লোকে কথাতে কৈ জাননে নাজান’ তই বুঢ়া লোকে কথাতে কৈ সচাঁকৈ….. ৯৮ পাপে জৰ ৯৯ পাপে খৰ ১০০ পাপে চুলেগৈ জানি ল’বি, শুনি ল’বি মাৰিবি কেনে তই লৰ অ চালিজাৰি নিজৰ বুলি মোকে তই ধৰ অ চালিজাৰি নিজৰ বুলি মোকে তই ধৰ ভাবিলে যান্ত্রনা  হায় ঐ নুগুছে যান্ত্রনা হায়  ঐ নুগুছে কল্পনা হায় ঐ মোৰে কলিজা ক’লা পৰি যায় তোকে যি বাছিলোং হায় ঐ আনলে নাচালোং হায় ঐ….. পাপে কিজানিবা ধৰেহি দায় জাননে নাজান’ তই বুঢ়া লোকে কথাতে কৈ…