Category: Neel akash
-
Seni Seni Senimai (চেনি চেনি চেনিমাই) By Neel Akash | Lyrics In Assamese
Song: Seni Seni Senimai (চেনি চেনি চেনিমাই) Singer: Neel Akash Seni Seni Senimai (চেনি চেনি চেনিমাই) Lyrics In Assamese:— অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. ঐ চেনি চেনি চেনি চেনিমাই বিহুতলিত তোমাক দেখা পায় কাষে চাপি গ’লো যে মৰম লাগি তোমাৰে ধুনীয়া মুখনি চাই চাই চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই মিচিকিয়াই হাঁহিলে লাহি ককাল ভাঙিলে আমনি নালাগে চাই চাই এ ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলিজা ক’পে মৰম লাগে চেনেহ লাগে তোমাক দেখি পিৰিটি জাগে চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই ঐ…….. হে সোণালি ধাননি চালে চকু ৰোৱা চালে চকু ৰোৱা দেখি ভালে লাগি যায় এ…. তোমাৰে হা…..হিতি ইমান যে ধুনীয়া ইমান যে ধুনীয়া দেখি ভালে লাগি যায় অ…. অ….অ….অ….. ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলিজা ক’পে মৰম লাগে চেনেহ লাগে তোমাক দেখি পিৰিটি জাগে চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই ঐ…….. অ,,,, হ…. বহুতৰ মাজতে…
-
Suma Diyana (চুমা দিয়ানা) By Neel Akash | Lyrics In Assamese
Song Name: Suma Diyana (চুমা দিয়ানা) Singer Name: Neel Akash Music: Ujjwal Aarong Suma Diyana (চুমা দিয়ানা) By Neel Akash Lyrics In Assamese:– চুমা …….. চুমা …….. কপাহি কোমল হিয়া আজি যেন উৰনিয়া বিচাৰি মৰমৰে এবুকু ৰঙা নীলা ওঠৰে পৰশ অকন তোমাৰে চুই চাই লবলে চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা আলসুৱা সপোনৰ পাৰে পাৰে পাখি মেলা আবেগে আকলোৱা হিয়াকে মনে মনে কিয় আহি জগালে বজামে কি কোৱানা এই মনকে সজালো ঘৰ চোৱানা মোৰ বুকুতে কাষলে আহি ৰোৱানা এবাৰলে এ… আ… হা… হা… চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা…
-
Sikuti Sikuti (চিকুটি চিকুটি) Lyrics | Neel Akash & Rupali Kashyap
Song Name: Sikuti Sikuti (চিকুটি চিকুটি) Singer Name: Neel Akash & Rupali Kashyap Album: Sikuti Sikuti Sikuti Sikuti (চিকুটি চিকুটি) Lyrics:- অ ….অ….অ….অ…. চিকুটি চিকুটি বগা দুগালতে, ৰঙা ৰঙা বুলেৰে মই তোমাক, ৰং হানি দিম, ফুলিয়ে এপাহি ফুল, লাজত মৰহিলে, টানি আনি কপালতে, এটি চুমা আঁকি দিম… তুমি চালে দুচকুলে, নামে বৰষা বুকুলে, কপি উঠা মোৰে বুকু, ঢৌ হেজাৰ ফুলে, পিটিকি পিটিকি ৰাতিটো ফোনতে, তোমাৰ ফটো চাই থাকো, জানৈ ৰাতি দুপৰলে…. হাঈ ঐ মোৰে বহনা মোৰ হাকুটি ডাল লৈ বতাহ চৰাই উৰাই নিলে মোৰ হালি জাপি ঐ দিচাং নদিৰ পাৰতে মই আছো তোলৈ ৰৈ নাহ’ যদি নাৱত উঠি মাছে মাৰো গৈ…… নেৰে নাৰে……. এখন হৃদয় এটি সৰু পজা, অ মোৰ কলিজা, তোমাক তাতে ৰাখি থম, মই হম ৰজা , তুমি হবা ৰাণী, আমাৰে কাহিনী,…
-
Tumar Ukhahote Je Moi (তোমাৰ উশাহতে যে মই ) Lyrics | Neel Akash
Song Name: Tumar Ukhahote Je Moi (তোমাৰ উশাহতে যে মই) Singer Name: Neel Akash Lyrics: Punam Nath Music: Trion Mahanta Album: Tumar Ukhahot Released: 2019YouTube Views: 18 Millions+ Tumar Ukhahote Je Moi (তোমাৰ উশাহতে যে মই) Lyrics:– মনতে আজি মোৰ, কিহৰে শিহৰন জাগে, এমুঠি সপোনে ক’তে নো, উৰা মাৰে, তুমিয়ো বহিলা , আহি মোৰে কাষতে, কিনো কওঁ আজি মই, তোমাক নোকোৱাকে, ঔ ঔ ঔ ঔ ঔ ঔ উমলি উভতি আহে এ এ এ…
-
Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics | Neel Akash
Song Name: Ishwar Oi (Bogi Bogi) | বগী বগী Singer Name: Neel Akash Ishwar Oi (Bogi Bogi) | বগী বগী | Lyrics:- বগী বগী ছোৱালী হাঁই ঐ হাঁই, মিচিকি হাঁহিৰে খুলি খুলি খাই, মৰম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই… বগী বগী ছোৱালী হাঁই ঐ হাঁই, মিচিকি হাঁহিৰে খুলি খুলি খাই, মৰম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই… এ মইনা লাগে যদি কোৱানা, গঢ়াই দিম মই গহণা, আৰু যদি লাগেনো দিম, মোৰে কুমল কলিজা, হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ পগলা কৰিলে….. হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ পগলা কৰিলে….. জান ঐ এধানি এবানি, কৰিলা হিয়াখনি, কলৈ যাং কি কৰোং লাগে, বুকু খন চপৰা চপৰে , খহিচে যেনে কৰি, বেছি দিন নাথাকিম চাগে, এ মইনা তাকে ভাবি চোৱানা, মনৰ যিহে যাতনা, আধাতেই নাভাঙিবা দেই, মোৰে কোমল ক’লিজা… হাঁই ঐ ঈশ্বৰ ঐ এনুৱা মৰমে হাঁই ঐ ঈশ্বৰ ঐ…