Category: NEW ASSAMESE SONG LYRICS
-
Akash Song Lyrics By Neel Akash
Song: Akash (আকাশ) Singer: Neel Akash Akash Song Lyrics Akash Song Lyrics:— মোৰ প্ৰনয়ৰে উশাহ নৈ বুলিলে হেঁপাহ আছোঁ জানো বৈ একেদৰে ঐ আহিব খুজিছোঁ যে মই অ আকাশ *৩ হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহৰে আঁকি লোৱা জগত এখন আধাবাটতে এৰি থৈ আহি আজিও তাতে যে মগণ অ আকাশ *৩ থুপি থুপি…
-
Reboti Lyrics By Dikshu Sarma
Song: Reboti (ৰেৱতী) Singer: Dikshu Sarma Reboti Lyrics Reboti Lyrics:— এ হাঁয় ঐ এইবেলি বহাগত নাচিম শেষবাৰলৈ হেপাহ পলুৱাই তোৰ লগত বহাগৰ শেষতে লখিমী ৰূপতে এ হাঁয় ঐ সোমাবিহি ঘৰত মোৰে মৰমৰে উমত ঐ লাহি পাহি দেহাটি তোৰে ঐ মইনা গোলাপ ফুলা দুখন গাল মিচিকিয়া হাঁহিতে তোৰে ঐ মইনা কলিজা হয় চাৰি ফাল ৰৈয়ে ৰৈয়ে যাং কৈয়ে…
-
Dolisa Lyrics – New Assamese Song | Deeplina Deka
Song: Dolisa (দলিচা) Artist: Deeplina Deka Album: Dolisa – Single Lyrics: Palash Gogoi Dolisa Lyrics Dolisa Lyrics:— ৰাখিবলে তোমাক নালাগে এখন ঘৰ মোৰ বুকুতে ৰাখিম ওৰেটো জীৱন ভৰ তুমি দিবা মৰম সেই মৰমে মোক ৰাখিব যেন জীয়াই নালাগিব ভোক টোপনি তোমাৰ নাহিলে তোমাক তোমাক ওচৰ চপাই আনি মই শুৱাম তোমাক বুকুতে লৈ শুনাম নিজান ৰাতিৰ…
-
Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ) | Subasana Dutta | New Assamese Song 2020
Song: Moinakon Bakhor (মইনাকণ বাখৰ) Singer: Subasana Dutta Lyrics: Palash Gogoi Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ):—— দেওঁলগা খালতে মাগুৰ মাছ লাগিলে লগাওতে লাঙি জাল……. যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে পাওঁতেই অকন ভাল…… অ…দেওঁলগা খালতে মাগুৰ মাছ লাগিলে লগাওতে লাঙি জাল……. যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে পাওঁতেই অকন ভাল…… ছট ফটাই থাকোং যেন তোৰ লগত যিহে প্ৰেম….. প্ৰেম পিৰিতি জাঁজী নৈ….. গুণ হেৰ’ মইনাজান তোৰ স’তে থকাই টান…. কটাও ৰাতি-দিন কেনেকৈ….. তোৰে কেটেৰা মাতে, খুন্দা মাৰি একেচাটে…. ঘুনীয়া কৰেহি মোৰ বুকু……. খঙত ফেপেৰি পাত, মাতিলেও নেমাত…. নোৱাৰো ধৰিবলে একো…. ছট ফটাই থাকোং যেন তোৰ লগত যিহে প্ৰেম….. প্ৰেম পিৰিতি জাঁজী নৈ….. গুণ হেৰ’ মইনাজান তোৰ স’তে থকাই টান…. কটাও ৰাতি-দিন কেনেকৈ….. মইনাকন বাখৰ ৰৈ যা বুকুতে বান্ধি লৈ যা….. তোৰ মৰমতেই জীও নেলাগে ভোকৰ ভাত…. তইয়ে মোৰ সোন মই তোৰ জান কথাই প্ৰতি অভিমান……. নৈ বৈ যাব চকুলোৰ নিদিলে মুখৰ মাত….. ঐ চেং কোমলকৈ এই কলিজাতে…..…
-
Lyrics of Jilele Jilele (জিলেলে জিলেলে) | Simanta Sekhar
SONG: Jilele Jilele (জিলেলে জিলেলে) SINGER: Simanta Sekhar Lyrics of Jilele Jilele (জিলেলে জিলেলে):— জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে ঠাইতে ওখ ঠাইতে চাপৰ নোৱাৰো মই বগাব বান্দৰ বিড়ি এটি জলাই বেগাই যাব লাগিব এ.. তেতিয়াহে তোমাক লগ তেতিয়াহে তোমাক লগ পাম That’s right… জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে বাৰে কিছিম ভাবনাই ঐ ধৰেনো হেচাঁ মাৰি ধৰেনো হেচাঁ মাৰি যেতিয়া মই বিছনাত পৰো বিছনাতে পৰি লৈ ঐ কান্দো নো হুৰা হুৰে কান্দো নো হুৰা হুৰে তিতিনো যায় শিতানৰ গাৰু অ মৰম তোমাৰে নাম অ মৰম লিখি ল’লো কলিজাৰ তেজেৰে মই মচিব নোৱাৰাকৈ জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে That’s right…. অ মাছে মাৰিবলৈ এ পদুম নিদিও তোমাক যাবলৈ এ পদূম নিদিও তোমাক যাবলৈ এ পদূম বোঁকা পানী লাগিব গাত ঘৰতে থাকিবা এ পদূম মোৰে কথা ভাবিবা এ পদূম…
-
Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা) | RATNAKAR | Zubeen Garg & Harchita Bhattacharya
SONG: Eta Kotha Kuwana (এটা কথা কোৱানা) SINGER: Zubeen Garg & Harchita Bhattacharya FLIM: RATNAKAR Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা):– এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় পাপু বুলি মাতানা মাতি নিজক শুধানা তুমি মোৰেই মুমুজনী হয় নহয় বুকুৰে আমথো তুমিয়েই সকলো নিজকে দেখো তোমাৰেই মাজত এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় এপাহি সপোনৰ তুমিয়েই আলহী ৰ’দালি দিথকৰ তুমিয়েই তুলসী অ….. তৰালি আকাশৰ তুমিয়েই পুৱতি শেৱালি মৰমৰ তুমিয়েই ধৰনি ফুতুকি পাখিলি শুনিতৰ শেৱালি তোমাতেই আঁকো হৃদয়ৰ সাগৰ এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় প্ৰতিটো সময়ৰ তুমিয়েই চিনাকি দুভৰি দুহাতৰ…
-
Parijat (পাৰিজাত) Lyrics In Assamese | Lakhimai 2017 | Zubeen Garg | Sushmita
SONG: Parijat (পাৰিজাত)SINGER: Zubeen Garg & SushmitaALBUM: Lakhimai 2017 Parijat (পাৰিজাত) Lyrics In Assamese:– হম……. জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে…… জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে……. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……. মুকুতা সৰিচে মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে মুকুতা সৰিচে মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে………. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……….. সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান অ সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান………… মনে মনে আহি সপোনত চুমিবা নেলাগে দিবলৈ মৰমৰ উমনা মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে …
-
POKHILA (পখিলা) NEW ASSAMESE SONG LYRICS | BY NEEL AKASH | BIHUWAN 2019
SONG: POKHILA (পখিলা) SINGER: NEEL AKASH ALBUM: BIHUWAN 2019 POKHILA (পখিলা) NEW ASSAMESE SONG LYRICS :— পখিলাই ভালে পাই এ….জানৈ ফুলৰ মৌ চুৰে কৰি ফুলে ফুলে বাগৰি তই চেনি ভালে পাৱ এ….জানৈ ধুনীয়া ডেকা ল’ৰাৰ মৰমতে উমলি জাননে নাজান’ তই বুঢ়া লোকে কথাতে কৈ জাননে নাজান’ তই বুঢ়া লোকে কথাতে কৈ সচাঁকৈ….. ৯৮ পাপে জৰ ৯৯ পাপে খৰ ১০০ পাপে চুলেগৈ জানি ল’বি, শুনি ল’বি মাৰিবি কেনে তই লৰ অ চালিজাৰি নিজৰ বুলি মোকে তই ধৰ অ চালিজাৰি নিজৰ বুলি মোকে তই ধৰ ভাবিলে যান্ত্রনা হায় ঐ নুগুছে যান্ত্রনা হায় ঐ নুগুছে কল্পনা হায় ঐ মোৰে কলিজা ক’লা পৰি যায় তোকে যি বাছিলোং হায় ঐ আনলে নাচালোং হায় ঐ….. পাপে কিজানিবা ধৰেহি দায় জাননে নাজান’ তই বুঢ়া লোকে কথাতে কৈ…