Category: zubeen garg best songs
-
Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese | Zubeen Garg
Song: Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) Singer: Zubeen Garg Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese:– নাওঁ লৈ আনিম গৈ বোকাৰে পদুম ঐ সাঁতুৰি আনিম গৈ তোক তোৰে মৰমে সৰগি পৰশে সাহসী কৰিছে মোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. হলেহক বৰনৈ ভয় নাই ভয় নাই মোৰ দুবাহুত শিপাইছে মৰমে মৰমে তোৰ দুবাহু মেলি সাঁতুৰিলা আদুৰি বোকাঁপানী নেওঁচি কলহেৰে আনি ৰাখিম বুকুতে তোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. ঈকৰা বিৰিনাই দিব দলিছা পাৰি নৈৰে বোকাৰে লম ঠাই মচি জোনাকে জাচিব ফুল এপাহ জোনালী জোনাকে জাচিব ফুল এপাহ জোনালী মৰমে মৰমক পাব বিচাৰি মৰমে মৰমক পাব বিচাৰি হেপাহৰ নপলাই ভুক ৰৈয়া…
-
Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics | Jaanmoni | Zubeen Garg
Song Name: Phool Fulise Baxontor (ফুল ফুলিছে বসন্তৰ) Singer Name: Zubeen Garg Music Album: Jaanmoni Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics::– ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… গুণ গুণ কৈ ভোমোৰাঁ ফুলে ফুলে পৰিছে, থূপা থুপে নাহৰ তগৰ ডাল ভৰি পৰিছে, জানমনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ ভৰসা, তুমিয়ে মোৰ বুকুৰে কলি…… জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. ৰঙা নীলা পখিলা, জাকে জাকে উৰিছে, কু কু… কৈ কুলিটিয়ে পাতৰ আঁৰত মাতিছে…. অ জানমনি তুমিয়েই মোৰ প্ৰাণৰে পুতলা, তুমিয়ে মোৰ আশাৰে নিজৰা, তুমিয়ে মোৰ মৰমৰ মনি….. ন কুহিপাঁত আহতৰ, ন ধাল নামে লুইতৰ, সদায়েচোন থাকিবা, তৰা হৈ মোৰ মনৰ আকাশত…. ঢোল পেপা গৰজিলে, অসমৰ চুকে কোণে, তুমি কাষত নাথাকিলে , মনে কিবা কৰে….…
-
Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics | Zubeen Garg
Song Name: Aahe Ba Nahe (আহে বা নাহে)Singer Name: Zubeen GargAlbum: Pakhi Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics:— আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ…. সপোনকে লৈ…. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি, দিয়ে বা নিদিয়ে, ফাগুণৰে খবৰ, তুমি ৰুৱা যেন মোলৈ, আহে বা নাহে ঘূমতি, আহিবা ৰাতি সপোনকে লৈ…. চুৱে বা নুচুৱে নিয়ৰে…. শেৱালি পাহিতি শৰতে শৰতে, নাচে বা নানাচে জোনাকি হৈ, তুমি চোন নাচিবা , মোৰে হিয়াতে ৰৈ…. আহে বা নাহে ঘূমতি আহিবা ৰাতি সপোনকে লৈ….. জোৰে বা নোজোৰে বান্ধি লৈ, কিনো মৰমৰে এনাজৰীকে পাওঁ, বহে বা নবহে ফুলতে গৈ, ৰঙিলী পখিলী তুমি ৰঙেৰে চৈ….. আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ….. সপোনকে লৈ….. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি,…
-
Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Lyrics | Zubeen Garg & Priyanka
Song Name: Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Singer Name: Zubeen Garg & Priyanka Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Lyrics:– শোণিতৰে সোঁতে সোঁতে,বয় তোমাৰে নাম,কলিজাৰে আশে পাশে,তোমালৈয়ে মৰম,ৰ’দে জোনাকে চুই থাকে প্রণয় কোলাত অ’ অ’ অ’ অ’ অ’ অ’….. হিয়াৰ এপাহি গোলাপ,হিয়াৰ এপাহি গোলাপ,ক’ব নোৱাৰো বাবেই সিৰাম গাৰু বুকুতে,জ্বলাব নোৱাৰো বাবেই সিমান চেনেহ বুকুতে,দুপৰৰ খবৰত নিশাৰো বতৰাত,সিৰে…
-
Mon Jaai ( মন যায়) Lyrics | Zubeen Garg
Song Name: Mon Jaai ( মন যায়)Singer: Zubeen GargMovie Name: Mon Jaai Mon Jaai ( মন যায়) Lyrics:: মন যায় মোৰো মন যায়,মন যায় মোৰো মন যায়,চকুত চকু থৈ চাবলে,লাহে লাহে ওচৰ পাবলে,কাষে কাষে খোজ দিবলে,মন যায় মোৰো মন যায়,চকুত চকু থ’ব মন যায়…… তোমাক দেখা পালে সপোন জাগি উঠে,বুকুখনি হয় তাজমহল,মন নদি হৈ মৰম সুতি…
-
Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে) Lyrics | zubeen Garg
Song Name: Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে)Singer: Zubeen GargAlbum: Hiya Diya Niya Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে) Lyrics:: নহ’লে পৰিচয় হিয়াৰে, চিনাকি জানো কোনো হ’ব পাৰে, নহ’লে পৰিচয় হিয়াৰে, চিনাকি জানো কোনো হ’ব পাৰে,ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই,অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে,দোলনি দিলে নুবুজাকে মনতে মোৰ গুপুততে,যৌৱনে ক’লে আজি সেয়াই,হিয়া দিয়া নিয়া….হিয়া দিয়া নিয়া…. প্ৰথম…