Category: Assamese Lyrics

  • Andharedi Kune Lyrics By Jyoti Prasad Agarwala

    Song: Andharedi Kune (আন্ধাৰেদি কোনে) Singer: Jyoti Prasad Agarwala Andharedi Kune Lyrics Andharedi Kune Lyrics:— আন্ধাৰেদি কোনে পোহৰ বিচাৰি যায় কোন বননিৰ সোণ হৰিণাই দেও দি দি লৰি চক্‌ খাই উঠি ন জোনাবাই চায় ৷ ন জোনাবাইৰ জোনাকত কোনে জগত ৰূপালী দেখ’ আন্ধাৰত বহি পোহৰৰ ৰেখা কোনে গণি পঢ়ি লেখ’ ন জোনটিৰ বুকুত বাঢ়ে পূৰ্ণিমাৰেই জোন মোৰ…

  • Amar Gaonor Go Baat Lyrics By Jyoti Prasad Agarwala

    Song: Amar Gaonor Go Baat (আমাৰ গাঁৱৰ গো বাট) Singer: Jyoti Prasad Agarwala Amar Gaonor Go Baat Lyrics Amar Gaonor Go Baat Lyrics:— আমাৰ গাঁৱৰ গো বাট তাত শিমলুৰ ৰঙা পাপৰি সৰে হালধীয়া সৰা পাতত কোনোবা ফুৰে কোনোবা ঘূৰে মৰ মৰ কৰে ৷ আমাৰ গাঁৱৰ গো বাট তাত গাঁৱলীয়াৰ ভালপোৱাই মেলে মৰম নাট ৰাতিটোলৈ ইচাট বিচাট ৷ গো…

  • Amare Xokhiya Aakul Byakule Lyrics By Jyoti Prasad Agarwala

    Song: Amare Xokhiya Aakul Byakule (আমাৰে সখিয়া আকুল বিয়াকুলে) Singer: Jyoti Prasad Agarwala Amare Xokhiya Aakul Byakule Lyrics Amare Xokhiya Aakul Byakule Lyrics:— আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই, সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই! দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ৷ ফাগুনৰ বতাহে গাতে ছাটি মাৰে… গাতে ছাটি মাৰি যায় (হাঁহি) চুমাৰ…

  • Ami Kori Furu Byakul Lyrics By Jyoti Prasad Agarwala

    Song: Ami Kori Furu Byakul (আমি কৰি ফুৰো বিয়াকুল) Singer: Jyoti Prasad Agarwala Ami Kori Furu Byakul Lyrics Ami Kori Furu Byakul Lyrics:— আমি কৰি ফুৰো বিয়াকুল (থাকে) নিজৰ য’ত কুল কুল ফুলৰ পাহিত নিয়ৰ দুল সখীয়তীৰ মাতে য’ত বিয়পিছে ইকুল সিকুল ৷৷

  • Aah O Ghumoti Lyrics By Jyoti Prasad Agarwala

    Song: Aah O Ghumoti (আহ অ’ ঘুমটি) Singer: Jyoti Prasad Agarwala Aah O Ghumoti Lyrics Aah O Ghumoti Lyrics:— আহ অ’ ঘুমটি আহ অ’ ঘুমটি আহ অ’ ঘুমটি আহ অ’ ৷ ৰিক্‌মিক্‌ ৰিক্‌মিক্‌ টোপনিৰে পাখি জিকেমিকে চিক্‌মিক্‌ চিক্‌মিক্‌ হাঁহি ৷ আহ অ’ ঘুমটি ………… মইনাৰ চিকুণে চকু মুদে খালে জাপে গ’ল ধুনীয়া পাহি ৷৷

  • Avravedi Ur Lyrics By Jyoti Prasad Agarwala

    Song: Avravedi Ur (অভ্ৰ ভেদি উৰ) Singer: Jyoti Prasad Agarwala Avravedi Ur Lyrics Avravedi Ur Lyrics:— উৰ উৰ উৰ অভ্ৰ ভেদি উৰ নীল আকাশত উৰ, তৰাৰ মাজত উৰ সবাৰে উপৰে উৰ অ’ মোৰ তিনি বৰণীয়া ভাৰতৰে বিজয় নিচান ৷ আলোকি বিমান ‘উৰ অ’ মোৰ ভাৰতৰে বিজয় নিচান ৷৷

  • Ulai Aah O Lyrics By Jyoti Prasad Agarwala

    Song: Ulai Aah O (ওলাই আহ অ’) Singer: Jyoti Prasad Agarwala Ulai Aah O Lyrics Ulai Aah O Lyrics:— ওলাই আহ অ’ ওলাই আহ অ’ অসম দেশৰ শক্তিমান তয়ে অসমৰ, তয়ে ভাৰতৰ তয়ে জগতৰ নৱজোৱান ! শান্তি সেনা, শক্তি সেনা তোৰ, জয়ৰ অভিযান হাতত আছে বিজয় নিচান তই অৰ্জ্জুন সমান ৷ অগ্নিৰ মুকুট পিন্ধি মৰণ ৰথত উঠি…

  • Kobitare Sobi Aak Lyrics By Jyoti Prasad Agarwala

    Poem: Kobitare Sobi Aak (কবিতাৰে ছবি আঁক) Writer: Jyoti Prasad Agarwala Kobitare Sobi Aak Lyrics Kobitare Sobi Aak Lyrics:— কবিতাৰে ছবি আঁক তই কোন ভুবনৰ কবি ছবিৰে মই কবিতা লিখোঁ তই জানো মোৰ লগৰীয়া হবি ? আমি দুয়ো লগলাগি আহ, হওঁ পৃথিৱীত অকলশৰীয়া আপোন মনে দুয়ো ৰচোঁ জীবন ধুনীয়া ৷ হওঁ পৃথিৱীত তয়ে ময়ে অকলশৰীয়া !!

  • Kait Jungor Majotei Mur Lyrics By Jyoti Prasad Agarwala

    Poem: Kait Jungor Majotei Mur (কাঁইট জোঙৰ মাজতেই মোৰ) Writer: Jyoti Prasad Agarwala Kait Jungor Majotei Mur Lyrics Kait Jungor Majotei Mur Lyrics:— কাঁইট জোঙৰ মাজতেই মোৰ গানৰ সুৰৰ মেলা এই ধুমুহাৰ বা-মৰালীৰ চাকনৈয়াতেই মোৰ যে ফুলাৰ বেলা এই প্ৰলয়ৰ মাজে মাজেই সৃষ্টিৰ মোৰ পাতি ধুনীয়া মেলা মই জ্বলাম চাকি বিশ্বমোহন শোণিতৰাজি…. মোৰ কলিজাৰ তিনিও ভুবন উজ্জ্বল…

  • Kaitiya Bonoloi Najabi Lyrics By Jyoti Prasad Agarwala

    Poem: Kaitiya Bonoloi Najabi (কাঁইটীয়া বনলৈ নাযাবি) Writer: Jyoti Prasad Agarwala Kaitiya Bonoloi Najabi Lyrics Kaitiya Bonoloi Najabi Lyrics:— কাঁইটীয়া বনলৈ নাযাবি নাযাবি কাঁইটে বিন্ধিব তোক দুবৰি বনতে তয়ে নুফুৰিবি ভৰিতে লাগিব জোক ৷ কেতেকীৰ আঁৰতে ফেটিৰ মূৰত জ্বলে মানুহে নোপোৱা মণি অতলৰ তলতে প্ৰবালৰ খনি ৷ তোক বিচাৰি মোৰ গান তালৈকো যাব বিপদ চুমা খাব ৷৷