Category: best assamese lyrics
-
Porojonomor Xubho Logonot Lyrics | পৰজনমৰ শুভ লগনত | Bishnu Prasad Rabha
Song: Porojonomor Xubho Logonot (পৰজনমৰ শুভ লগনত) Singer: Bishnu Prasad Rabha Porojonomor Xubho Logonot Lyrics :— পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পূৰাবানে প্ৰিয়ে এই জনমত মোৰ হিয়াৰ অপূৰ্ণ আশা, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পূৰাবানে প্ৰিয়ে এই জনমত মোৰ হিয়াৰ অপূৰ্ণ আশা, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পূৰাবানে প্ৰিয়ে…
-
Nanda Geet (নন্দ গীত) – Papon Lyrics | Angaraag Mahanta
Song: Nanda Geet (নন্দ গীত) Singer: Angaraag Mahanta & Papon Nanda Geet (নন্দ গীত) – Papon Lyrics:— নাচে নয়নে দিবা নিশি যশোৱা নন্দন, হিয়াতো জ্বলে সেই শ্যাম সশোভন…… হ’ল পাগলী ব্ৰজাবালা আকূল ব্যাকূল, লহৰী লহৰী যায় যমুনাৰ কূল…… নাচে নয়নে দিবা নিশি যশোৱা নন্দন, হিয়াতো জ্বলে সেই শ্যাম সশোভন….. উন্মনা ৰাধিকা এবেলিৰ বেলা, অ’ বিৰহে নধৰেহি যি অসহনো…
-
Eibeli Muk (এইবেলি মোক) – Lyrics | Angaraag Mahanta | Papon
Song: Eibeli Muk (এইবেলি মোক) Singer: Angaraag Mahanta (Papon) Eibeli Muk (এইবেলি মোক) – Lyrics:— এইবেলি মোক বুকুতে ৰাখি, এইবেলি মোক লোৱাহি ঢাকি, এইবেলি মোক আঁচলতে তোমাৰ চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি….. এইবেলি হওঁক এই পৃথিৱী সাক্ষী, আৱেগেৰে জ্বলোৱা চাকি…….. তোমাৰে কথা ভাবি পাৰ হয় সময়, আন কাৰো বাবেচোন মোৰ জানো আজৰি যে নহয়, জোনৰে…
-
Puwar Rodali (পুৱাৰ ৰ’দালি) – Papon Lyrics | Ahiba Tumi | Angaraag Mahanta
Song: Puwar Rodali (পুৱাৰ ৰ’দালি) Singer: Angaraag Mah & Papon Puwar Rodali (পুৱাৰ ৰ’দালি) – Papon Lyrics:— পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়, পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়, আহিবা তুমি পুৱা, আজিয়েই ৰাতিপুৱা, পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়, পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়, আহিবা তুমি পুৱা, আজিয়েই ৰাতিপুৱা….. তুমি আহিলে দেখো পাহিবোৰে হাঁহি চায়, দিঠকো…
-
Gun Gun Kane Kane (গুণ গুণ কাণে কাণে) – Lyrics | Angaraag Mahanta | Papon
Song: Gun Gun Kane Kane (গুণ গুণ কাণে কাণে) Singer: Angaraag Mahanta (Papon) Gun Gun Kane Kane (গুণ গুণ কাণে কাণে) – Lyrics:– গুণ গুণ গুণ গুণ কাণে কাণে, জিৰ্ জিৰ্ জিৰ্ জিৰ্ বৰষুণে, গায় মাঁথো এই গান, প্ৰভাতী পক্ষীৰ ধ্বনি, আকাশে-বতাহে উৰি, ৰিঙিয়াই ৰিঙিয়াই গায়, অ অ অ অ অ ….. গুণ গুণ গুণ গুণ কাণে…
-
Kauri Pore (কাউৰী পৰে) – Lyrics | Khagen Mahanta
Song: Kauri Pore (কাউৰী পৰে) Singer: Khagen Mahanta Kauri Pore (কাউৰী পৰে) – Lyrics:— কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে, আগলতী চিত মোৰ লৰে চৰে, দোম দোম ডবাতে কোনে কোব মাৰে, আশাৰৰ ডাৱৰৰ আঁৰে আঁৰে, অ অ জেউতী তোলৈ মোৰ মনত পৰে, অ অ জেউতী তোলৈ মোৰ মনত পৰে, কাউৰী পৰে….. পাখিত লগাই পাখি জাকি…
-
Hopunot Aaji (সপোনত আজি) – Lyrics | Angaraag Mahanta | Papon
Song: Hopunot Aaji (সপোনত আজি) Singer: Angaraag Mahanta (Papon) Album: Junaki Raati Hopunot Aaji (সপোনত আজি) – Lyrics:— সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, বতাহত আজি, উশাহত আজি, তোমাৰেই পৰশ, তোমাৰেই পৰশ সন্ধিয়াৰ আকাশত ডাৱৰৰ আঁৰে লুকা-ভাকু খেলা জিল্ মিল্ জোনৰ সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, তিৰ্ বিৰ্ তৰা জাকৰ…
-
Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyrics | Bhupen Hazarika
Song: Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) Singer: Bhupen Hazarika Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyric:– ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে নেপুৰ বজাই ক’ত ক’ত, গিৰ্ গিৰ্ ডাৱৰেনো মাদল বজাই ক’ত এই অসম দেশত অসম দেশত…. হে মাইহাং বাতিত খোৱাৰ পানী যাচে কোনে ক’ত, কাৰ পদূলিৰ কেতেকীনো মলে মলাই ক’ত এই অসম দেশত অসম দেশত…………
-
Zubeen Garg – Pakhi Pakhi (পাখি পাখি) | Lyrics In Assamese
Song: Pakhi Pakhi (পাখি পাখি)Singer: Zubeen Garg Pakhi Pakhi (পাখি পাখি) || Lyrics In Assamese:– পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি উৰি পাখি মেলি যা উৰি জাকি মাৰি গৈ নাম এৰি অহা পদূলিত বূটলি আন ল’ৰালি উৰি পাখি মেলি যা উৰি দেউতাৰ হাঁহিৰে আইৰ সতে উমলি ৰ’দে বৰষুণে ধেমালি আজলি সেই আৱেলি উৰি পাখি মেলি যা উৰি দোকমোকালি মোৰ পঢ়াশালি ইংৰাজি অংক তপিনাত এছাৰি খিৰিকীৰ ফাকেৰে মুকুতিৰ আৱেলি ঘৰলৈ উভতি খেলা মৰা মৰি দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু পঢ়া টেবুলত ভাগৰৰ টোপনি আইৰ নিচুকনি মৰমৰ বুলনি পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি উৰি পাখি মেলি যা উৰি জোনমনি, ৰূণজোন তেতিয়া চকুত জোন নিভাজ আৱেগত টোপা-টোপে সৰে সোন সাঁতুৰি নাদুৰি এটি এটি ৰাতি-দিন খেলা লুকা-চুৰি নিজকে বিছাৰো কোন ৰঙা-নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতা গানৰে সলিতা অকলে বুকুতে চকুলোঁ বুটলি পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি …