Category: Zubeen Garg
-
Etiya Hiya Mur (এতিয়া হিয়া মোৰ) | Tumi Mur Mathu Mur | Lyrics | Zubeen Garg
Song: Etiya Hiya Mur (এতিয়া হিয়া মোৰ)Singer: Zubeen GargAlbum: Tumi Mur Mathu Mur Etiya Hiya Mur (এতিয়া হিয়া মোৰ) Lyrics :— তিন তিনাক তিন তিন তাৰা তিনাক তিন তিন তিন তাৰা….. তিন তিনাক তিন তিন তাৰা তিনাক তিন তিন তিন তাৰা….. এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে উঠে উঠে দিলা কিনো মনৰে ঠিকনা চকুতে চকু থয় বোৱালা কামনা এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে…… (বুকুৰে ভিতৰে মৰমে নিগৰে দাৱৰে পোহৰে তোমাকে সামৰে)-২X ধৌ খেলা চুলিৰে সৰতৰ লুকা-ভাকু মিছিকিয়া হাঁহিৰে যেন সিপাৰ ইপাৰ বুকু এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে….. (তুুমি সোন বুকুৰে তুমি সুনিতৰে তুমি সপোনৰে তুমি দিঠকৰে)-২X নীলা নীলা চকুজুৰিত আন্ধাৰে কথা ক’লে আলফুল দুবাহুত আকৌ জীৱনে উশাহ পালে অ………
-
Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা) | RATNAKAR | Zubeen Garg & Harchita Bhattacharya
SONG: Eta Kotha Kuwana (এটা কথা কোৱানা) SINGER: Zubeen Garg & Harchita Bhattacharya FLIM: RATNAKAR Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা):– এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় পাপু বুলি মাতানা মাতি নিজক শুধানা তুমি মোৰেই মুমুজনী হয় নহয় বুকুৰে আমথো তুমিয়েই সকলো নিজকে দেখো তোমাৰেই মাজত এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় এপাহি সপোনৰ তুমিয়েই আলহী ৰ’দালি দিথকৰ তুমিয়েই তুলসী অ….. তৰালি আকাশৰ তুমিয়েই পুৱতি শেৱালি মৰমৰ তুমিয়েই ধৰনি ফুতুকি পাখিলি শুনিতৰ শেৱালি তোমাতেই আঁকো হৃদয়ৰ সাগৰ এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় প্ৰতিটো সময়ৰ তুমিয়েই চিনাকি দুভৰি দুহাতৰ…
-
Lyrics of RATI RATI (RATNAKAR) | ৰাতি ৰাতি | Zubeen Garg & Gayatri Hazarika
SONG: Rati Rati (ৰাতি ৰাতি) SINGER: Zubeen Garg & Gayatri Hazarika FLIM: Ratnakar Lyrics of RATI RATI (RATNAKAR):– ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমালে লৰ মাৰে নেজানো ক’ত তুমি থাকা নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই তুমি চাগে এনেকুৱাই এন্ধাৰ পট জোনাক ৰাতি খোজে খোজে মই তুমি চাগে এনেকুৱাই নেজানো ক’ত তুমি থাকা নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে……. দুখৰ বিষৰ চেনেহবোৰো উবুৰিয়াই দিয়া তুমি তু এনেকুৱাই বোকাত পদুম ফুলাৰ দৰে জুবুৰীয়াই দিয়া ফুলি আছো তেনেকুৱাই নেজানো ক’ত তুমি থাকা নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে……. নে না না নে…………..
-
Parijat (পাৰিজাত) Lyrics In Assamese | Lakhimai 2017 | Zubeen Garg | Sushmita
SONG: Parijat (পাৰিজাত)SINGER: Zubeen Garg & SushmitaALBUM: Lakhimai 2017 Parijat (পাৰিজাত) Lyrics In Assamese:– হম……. জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে…… জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে……. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……. মুকুতা সৰিচে মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে মুকুতা সৰিচে মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে………. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……….. সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান অ সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান………… মনে মনে আহি সপোনত চুমিবা নেলাগে দিবলৈ মৰমৰ উমনা মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে …
-
Oi Jaan Oi (ঐ জান ঐ) Lyrics | In Assamese | Zubeen Garg
SONG: Oi Jaan Oi (ঐ জান ঐ)SINGER: Zubeen Garg Oi Jaan Oi (ঐ জান ঐ) Lyrics In Assamese :- ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰনিতে, ঐ জান তুমি থাকা ঐ জান সপোনত হৈ, ঐ জান আমাৰ দেখা ঐ জান ঐ…… ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান ঐ জাকে জাকে বিহুৱা ঐ জান ঐ ৰঙত হৈ বলিয়া ঐ জান তুমি আহিবা ঐ জান কপৌফুল আনিবা ঐ জান মোৰ ধিলা খোপাত ঐ জান তুমি গুজি দিবা ঐ জান ঐ…… ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান আনে জানো দিব ঐ জান তোমাৰ অন্তৰক ঐ জান কোনে বুজি পাব…
-
Kun Tumi (কোন তুমি) Assamese Song – Lyrics | Zubeen Garg
SONG: Kun Tumi (কোন তুমি)SINGER: Zubeen Garg Kun Tumi (কোন তুমি) Assamese Song – Lyrics:– Let me hold your hand Let me feel your soul Give me a chance To turn your life around Let me hold your hand Let me feel your soul Give me a chance To turn your life around Life around……. কোন তুমি…….…
-
Tumi Moi Edin (তুমি মই এদিন) By Zubeen Garg & Nirmali Das | Assamese Lyrics
SONG: Tumi Moi Edin (তুমি মই এদিন) SINGER: Zubeen Garg & Nirmali Das Tumi Moi Edin (তুমি মই এদিন) Assamese Lyrics:— তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… জোনে পোহৰ দিব, তৰায়ো হাঁহিব, জোনাকেও গাব গান, তাৰে মাজে মাজে, তোমাৰ মোৰ মাজতে, থাকিব মৰমৰে তান……. থাকিব মৰমৰে তান……. সচাঁকৈ…. এদিন আমি ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে সুৰ থাকিব, তাতে হাঁহি থাকিব, তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. দুৱৰি নিয়ৰে, কিনো কথা পাতে, তাকে শুনিম আমি ৰৈ, সুখৰ দলিচাতে, জিৰাম আমি দুয়ো, উৰে জীৱনলে ঐ……. উৰে জীৱনলে ঐ……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে প্ৰেম থাকিব, তাতে হৃদয় থাকিব, তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে,…
-
Mur Monore Kolponat (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg | Lyrics In Assamese | Maa | Jetuka Huwana
Song: Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) Singer: Zubeen Garg Album: Maa Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg Lyrics In Assamese:– মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা অভিনম মৰমেৰে ব্যাকুল কৰা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অময়া মৰমৰ সুবাস হোৱা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ…
-
Xunere Xojuwa Poja | সোণেৰে সজোৱা পজা | Lyrics In Assamese | Zubeen Garg
Song: Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা)Singer: Zubeen GargAlbum: Mukti 1997 Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা) Lyrics In Assamese:– সোণেৰে সজোৱা পজা জহি খহি যায় কোণে আহি সাজিবহি পাৰিব দুনাই….. সোণেৰে সজোৱা পজা জহি খহি যায় কোণে আহি সাজিবহি পাৰিব দুনাই…… এধানী এধানী কৈ মেদিনী হেৰাই সাতোৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি…
-
Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese | Zubeen Garg
Song: Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) Singer: Zubeen Garg Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese:– নাওঁ লৈ আনিম গৈ বোকাৰে পদুম ঐ সাঁতুৰি আনিম গৈ তোক তোৰে মৰমে সৰগি পৰশে সাহসী কৰিছে মোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. হলেহক বৰনৈ ভয় নাই ভয় নাই মোৰ দুবাহুত শিপাইছে মৰমে মৰমে তোৰ দুবাহু মেলি সাঁতুৰিলা আদুৰি বোকাঁপানী নেওঁচি কলহেৰে আনি ৰাখিম বুকুতে তোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. ঈকৰা বিৰিনাই দিব দলিছা পাৰি নৈৰে বোকাৰে লম ঠাই মচি জোনাকে জাচিব ফুল এপাহ জোনালী জোনাকে জাচিব ফুল এপাহ জোনালী মৰমে মৰমক পাব বিচাৰি মৰমে মৰমক পাব বিচাৰি হেপাহৰ নপলাই ভুক ৰৈয়া…