Category: Old Assamese Lyrics
-
Oi Jaan Oi (ঐ জান ঐ) Lyrics | In Assamese | Zubeen Garg
SONG: Oi Jaan Oi (ঐ জান ঐ)SINGER: Zubeen Garg Oi Jaan Oi (ঐ জান ঐ) Lyrics In Assamese :- ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰনিতে, ঐ জান তুমি থাকা ঐ জান সপোনত হৈ, ঐ জান আমাৰ দেখা ঐ জান ঐ…… ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান ঐ জাকে জাকে বিহুৱা ঐ জান ঐ ৰঙত হৈ বলিয়া ঐ জান তুমি আহিবা ঐ জান কপৌফুল আনিবা ঐ জান মোৰ ধিলা খোপাত ঐ জান তুমি গুজি দিবা ঐ জান ঐ…… ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান আনে জানো দিব ঐ জান তোমাৰ অন্তৰক ঐ জান কোনে বুজি পাব…
-
Tumi Moi Edin (তুমি মই এদিন) By Zubeen Garg & Nirmali Das | Assamese Lyrics
SONG: Tumi Moi Edin (তুমি মই এদিন) SINGER: Zubeen Garg & Nirmali Das Tumi Moi Edin (তুমি মই এদিন) Assamese Lyrics:— তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… জোনে পোহৰ দিব, তৰায়ো হাঁহিব, জোনাকেও গাব গান, তাৰে মাজে মাজে, তোমাৰ মোৰ মাজতে, থাকিব মৰমৰে তান……. থাকিব মৰমৰে তান……. সচাঁকৈ…. এদিন আমি ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে সুৰ থাকিব, তাতে হাঁহি থাকিব, তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. দুৱৰি নিয়ৰে, কিনো কথা পাতে, তাকে শুনিম আমি ৰৈ, সুখৰ দলিচাতে, জিৰাম আমি দুয়ো, উৰে জীৱনলে ঐ……. উৰে জীৱনলে ঐ……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে প্ৰেম থাকিব, তাতে হৃদয় থাকিব, তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে,…
-
Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) By Bhupen Hazarika | Lyrics In Assamese
Song: Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) Singer: Bhupen Hazarika Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) Lyrics In Assamese:– মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম……. আশা কৰোঁ মোৰ ছিতাৰ কাষত তোমাৰ সহাঁৰি পাম নালাগে মোক মোৰ সোঁৱৰনি সভা নালাগে মোক মিচা নাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম……. মানুহৰ বাবে গীত গায় গায় তোমাক পাহৰি গ’লো সেয়েহে হ’বলা ভৰ জীৱনতে তোমাকো হেৰুৱালোঁ সেই ক্ষোভে মোক দহিছে আজিও শান্তি ক’তেনো পাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম…… মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম তুমি নিদিয়া মৰম খিনিতে আছিল সৰগী ধাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম……
-
Aah Aah Ulai Aah (আহ আহ ওলাই আহ) By Bhupen Hazarika | Lyrics In Assamese
Legendary singer Bhupen Hazarika’s poignant ballad “Aah Aah Ulai Aah” is a priceless find in the vast repertoire of Assamese music. The song has a strong emotional resonance, with each verse encapsulating the spirit of desire and love. Bhupen Hazarika stands as an iconic figure in Indian music, celebrated not only for his enchanting melodies…
-
O Bideshi Bandhu (অ’ বিদেশী বন্ধু) By Bhupen Hazarika | Lyrics In Assamese
Song: O Bideshi Bandhu (অ’ বিদেশী বন্ধু) Singer: Bhupen Hazarika O Bideshi Bandhu (অ’ বিদেশী বন্ধু) Lyrics In Assamese:— অ’ বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া…….. প্ৰতিধ্বনি শুনো কান্দোনৰ অ’ বিদেশী বন্ধু দুৰ্ভগীয়া……… প্ৰেমৰ সাগৰে, জাহাজ মেলিলি, নাপালি কোনো বন্দৰ, সৰু চাকনৈয়াতে বন্দী হলি, হেৰুৱালি তোৰ লঙ্গৰ, অ’ বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া…….. চিৰ সেউজতে,…
-
Xunere Xojuwa Poja | সোণেৰে সজোৱা পজা | Lyrics In Assamese | Zubeen Garg
Song: Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা)Singer: Zubeen GargAlbum: Mukti 1997 Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা) Lyrics In Assamese:– সোণেৰে সজোৱা পজা জহি খহি যায় কোণে আহি সাজিবহি পাৰিব দুনাই….. সোণেৰে সজোৱা পজা জহি খহি যায় কোণে আহি সাজিবহি পাৰিব দুনাই…… এধানী এধানী কৈ মেদিনী হেৰাই সাতোৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি…
-
Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese | Zubeen Garg
Song: Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) Singer: Zubeen Garg Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese:– নাওঁ লৈ আনিম গৈ বোকাৰে পদুম ঐ সাঁতুৰি আনিম গৈ তোক তোৰে মৰমে সৰগি পৰশে সাহসী কৰিছে মোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. হলেহক বৰনৈ ভয় নাই ভয় নাই মোৰ দুবাহুত শিপাইছে মৰমে মৰমে তোৰ দুবাহু মেলি সাঁতুৰিলা আদুৰি বোকাঁপানী নেওঁচি কলহেৰে আনি ৰাখিম বুকুতে তোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. ঈকৰা বিৰিনাই দিব দলিছা পাৰি নৈৰে বোকাৰে লম ঠাই মচি জোনাকে জাচিব ফুল এপাহ জোনালী জোনাকে জাচিব ফুল এপাহ জোনালী মৰমে মৰমক পাব বিচাৰি মৰমে মৰমক পাব বিচাৰি হেপাহৰ নপলাই ভুক ৰৈয়া…
-
Mayabini Ratir Bukut (মায়াবিনি ৰাতিৰ বুকুত) | Assamese Lyrics | Zubeen Garg & Kalpana
Song Name: Mayabini Ratir Bukut (মায়াবিনি ৰাতিৰ বুকুত) Singer Name: Zubeen Garg & Kalpana Mayabini Ratir Bukut (মায়াবিনি ৰাতিৰ বুকুত) | Assamese Lyrics:– মায়াবিনি ৰাতিৰ বুকুত, দেখা পালো তোমাৰ ছবি, ধৰা ধিলা গোপনে আহি, হিয়াৰ কোনত…. তুমি যে মোৰ শুকান মনত, নিয়ৰৰে চেচাঁ টোপাল, নামি অহা ৰদৰে নৈ, মোৰ দেহত প্ৰতি পুৱা, ধুমুহাৰ সৈতে মোৰ, বহু যুগৰে নাচোন, এন্ধাৰো সচাঁ মোৰ, বহু দিনৰে আপোন, নিজানৰ গান মোৰ, শেষ হ’ব ভাবো তোমাৰ বুকুত…. প্ৰতি সৰতে প্ৰভাতি ফুলে, ক’ব তোমাকে মোৰ কথা, প্ৰতি মেঘালি নিশা জনে, কব তোমাকে মোৰ বেঠা, ধুমুহাৰ সৈতে মোৰ, বহু যুগৰে নাচোন, এন্ধাৰো সচাঁ মোৰ, বহু দিনৰে আপোন, নিজানৰ গান মোৰ, শেষ হব ভাবো তোমাৰ বুকুত…. দুচকুতে তোমাৰ ছাঁ ৰে, সপোন আঁতৰি দিঠক নামে, চুব খুজিলেই মোৰ দুহাতে, দিঠক আঁতৰি সপোন আহে, ধুমুহাৰ সৈতে মোৰ, বহু যুগৰে নাচোন, এন্ধাৰো সচাঁ মোৰ, বহু দিনৰে আপোন, নিজানৰ গান মোৰ, শেষ হব ভাবো তোমাৰ বুকুত….…
-
Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Assamese Lyrics | Dr. Bhupen Hazarika
Song Name: Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Singer Name: Dr. Bhupen Hazarika Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Assamese Lyrics:– আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বর্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্রামত, বিচাৰোঁ মৰমৰ মাত এষাৰ……. মহা মহা সাগৰৰে, ক’তনা লহৰ লেখিলোঁ, মহা মহা নগৰীতে, কতনা বাট হেৰুৱালোঁ, মৰম জ্যোতিৰ পম…